• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

20 minutes ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

32 minutes ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

59 minutes ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

1 hour ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

2 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

3 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

4 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

4 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

5 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

7 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব

editor by editor
October 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কিয় ৰতন টাটাৰ উইলত নাম নাই নোয়েল টাটাৰ, কাৰণ জানিলে অবাক হ’ব
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰতন টাটাৰ উইলক লৈ আকৌ আৰম্ভ হৈছে নতুন বিতৰ্ক৷ মানুহ হিচাপে অৱশ্যে যথেষ্ট ভাল আছিল ৰতন টাটা৷ ৰান্ধনী, পৰিচাৰক, পোহনীয়া কুকুৰৰ নামত সম্পত্তি উইল কৰি যোৱা টাটাই কিয় নিজৰ উইলত লিখা নাই নোয়েল টাটাৰ নাম৷ ৰতন টাটাৰ উইল পত্ৰ সন্মুখলৈ অহাৰ পাছতেই আৰম্ভ হৈছে চৰ্চা৷

ৰতন টাটাৰ সম্পদৰ পৰিমান প্ৰায় ১০ হাজাৰ কোটি টকা৷ ভায়েক, ভনীয়েক, গৃহ সহযোগীৰ পৰা আৰম্ভ কৰি সহকাৰী শান্তনু নাইডু আৰু জাৰ্মান ছেফাৰ্ড টিটোও সেই সম্পত্তিৰ অংশীদাৰ৷ উইল কৰি এনে ব্যৱস্থাই কৰি গৈছে ৰতন টাটাই৷ কিন্তু সেই সম্পত্তিৰ ভাগ ফুটাকঢ়িও লিখা নাই ভাতৃ নোয়েল টাটাৰ নামত৷ কিয় টাটাৰ সম্পত্তিৰ ভাগ দিয়া হোৱা নাই টাটা ট্ৰাষ্টৰ নতুন চেয়াৰমেনগৰাকীক?

টাটা ট্ৰাষ্টৰ চেয়াৰমেন হৈছে ভায়েক নোয়েল৷ ৬৭ বছৰ বয়সীয়া নোয়েল টাটা বিগত চাৰি দশকতকৈ বেছি সময় ধৰি টাটাৰ নানান কামৰ সৈতে জড়িত৷ এইবাৰ ককায়েকৰ দায়িত্ব তেওঁ গ্ৰহণ কৰিবলৈ সেই আসনত বহিছে৷ নোয়েল টাটা পূৰ্বৰে পৰাই টাটাৰ বিভিন্ন সংস্থাৰ সৈতে জড়িত৷ তেওঁ এতিয়া ট্ৰেণ্টৰ চেয়াৰমেন৷ টাটা ইণ্টাৰনেশ্ব্যনেল লিমিটেড ভোল্টেছ আৰু টাটা ইনভেছমেণ্ট কৰ্পৰেছনৰো চেয়াৰমেন৷ ইয়াৰোপৰি টাটা ষ্টিলৰ তেওঁ ভাইছ চেয়াৰমেন৷

কিন্তু ইয়াতেই আছে টুইষ্ট৷ জনা গৈছে যে নোয়েল টাটাৰ সৈতে ৰতন টাটাৰ সম্পৰ্ক বিশেষ উন্নত নহয়৷ দুজনৰ মাজত আছিল বহু মতভেদ৷ ভায়েক নোয়েলৰ অভিজ্ঞতাক লৈ ৰতন টাটা সন্দিহান আছিল৷ টাটা গ্ৰুপৰ কোনো গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে তেওঁক সমৰ্থনো কৰা নাছিল ৰতন টাটাই৷

উল্লেখ্য যে ৰতন টাটাৰ উল্লেখযোগ্য সম্পদৰ মাজত আছে আলিবাগৰ সমুদ্ৰ পাৰৰ ২হাজাৰ বৰ্গফুটৰ এটা বাংলো৷ মুম্বাইৰ জুহুত তেওঁৰ এখন দুইমহলীয়া বাহন, ৩৫০ কোটি  টকাৰো বেছি স্থায়ী সম্পত্তি আছে তেওঁৰ৷ এই সকলো সম্পদৰ কোনোটোৰে নাম তেওঁ ভাতৃৰ নামত ৰখা নাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?
জীৱনশৈলী

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

July 4, 2026
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!
বাণিজ্য

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

July 4, 2026
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি
জীৱনশৈলী

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

July 4, 2026
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
Next Post
নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক! কেতিয়া কি ছুটি জানক সবিশেষ

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

এজন মানুহক অন্যই ধ্বংস নকৰে, ধ্বংস কৰে এই ৫টা কাৰণে! গীতাত কি কোৱা হৈছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.