• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

2 years ago
নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ,  একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

নিমিষা কাণ্ডৰ নতুন তথ্য পোহৰলৈ, একলগে পাৰ্টী কৰা ৰূপম শইকীয়া ক’ত হেৰাল?

15 minutes ago
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

60 minutes ago
কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

কৃষকৰ জীয়ৰী… এছিয়ান গেমছত স্বৰ্ণ জয় কৰি গঢ়িলে ইতিহাস

1 hour ago
নিবনুৱাৰ বাবে সুখবৰ! ১১,৪০৩টা পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ

পুনৰ ওলাইছে চৰকাৰী চাকৰি, কিদৰে কৰিব আবেদন?

2 hours ago
সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

সুখৰ সংসাৰৰ সপোন আধাতে শেষ! পত্নীৰ সন্মুখতে পৰি ৰ’ল স্বামীৰ নিথৰ দেহ

3 hours ago
২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

3 hours ago
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

5 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

6 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

জানক কেনে যাব আপোনাৰ ২৯ ছেপ্টেম্বৰৰ দিনটো

15 hours ago
১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

১ অক্টোবৰৰ পৰা দেশত সলনি হ’ব এই ১০ টা নিয়ম

15 hours ago
ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

ODI ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হ’ল এই ৰেকৰ্ড

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ

editor by editor
December 17, 2024
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
সাৱধান ১০ হাজাৰ পৰ্যন্ত ফাইন ভৰিব আপুনি! একাধিক বেংক একাউণ্ট হোল্ডাৰক লৈ বিশেষ নিয়ম RBIৰ
0
SHARES
604
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৰ্তমান প্ৰায় প্ৰত্যেক নাগৰিকৰে একোটাকৈ হ’লেও বেংক একাউণ্ট আছে৷ আমি আমাৰ সঞ্চিত অৰ্থ বেংকত জমা ৰাখো৷ বেংকত টকা যেনেকৈ সুৰক্ষিত তেনেকৈ লাভদায়কো৷ আমাৰ দেশত এনে বহু মানুহ আছে যাৰ একাধিক বেংক একাউণ্ট আছে৷

একাধিক বেংক একাউণ্ট ৰাখিলেই বিপত্তি

এই বেংক একাউণ্টসমূহ বহুতেই নিয়মিত ব্যৱহাৰো কৰে৷ আকৌ বহুতে এই সকলো বেংক একাউণ্ট একেলগে ব্যৱহাৰ নকৰে৷ বৰ্তমান অনলাইন লেনদেনৰ যুগত বহুতেই একাধিক বেংক একাউণ্ট ৰাখে৷ এই বেংক একাউণ্টসমূহৰ মাধ্যমেৰে কোনো কোনোৱে বেআইনী লেনদেনো কৰি পেলাই৷ যাৰ এটাতকৈ বেছি বেংক একাউণ্ট আছে তেওঁলোকৰ বাবে আহিছে দুঃসংবাদ৷

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই এনে এক নিৰ্দেশিকা জাৰি কৰিছে যাৰ ফলত ডাঙৰ সমস্যাত পৰিব পাৰে বেংক গ্ৰাহকসকলে৷ যদি এটাতকৈ বেছি বেংক একাউণ্ট থাকে তেন্তে সেই একাউণ্টসমূহৰ ওপৰত কাঢ়া নজৰদাৰী চলাব আৰ বি আইয়ে৷ বহু সময়ত দেখা যায় একাধিক বেংক একাউণ্ট আছে এনে একাউণ্ট হোল্ডাৰ বিভিন্ন বেআইনী কাৰ্যকলাপৰ সৈতে যুক্ত হয়৷ একাধিক বেংক একাউণ্ট ব্যৱহাৰ কৰি বহুতেই জালিয়াতিৰ পথ মসৃণ কৰে৷ এই ধৰণৰ জালিয়াতি আৰু আৰ্থিক প্ৰতাৰণা ৰোধ কৰিবলৈকে কাঢ়া হৈছে ৰিজাৰ্ভ বেংক৷

এই সংক্ৰান্তিয় এক খবৰ সম্প্ৰতি ভাইৰেল হৈছে সামাজিক মাধ্যমত৷ তাত কোৱা হৈছে এটাতকৈ বেছি বেংক একাউণ্ট থাকিলে জৰিমনা দিবলগীয়া হ’ব পাৰে একাউণ্ট হোল্ডাৰে৷ ৫০০ বা ১০০০ নহয়, ১০ হাজাৰ পৰ্যন্ত জৰিমনা বিহিব পাৰে আৰ বি আইয়ে৷ যদি কোনো একাউণ্ট হোল্ডাৰে তেওঁৰ একাউণ্টৰ মাধ্যমেৰে সন্দেহজনক লেনদেন কৰি থাকে তেন্তে তেওঁক ৰিজাৰ্ভ বেংকে শাস্তি বিহিব পাৰে৷ যদি আপোনাৰো এটাতকৈ বেছি বেংক একাউণ্ট আছে যিসমূহ আপুনি ব্যৱহাৰ নকৰে তেনে একাউণ্ট অবিলম্বে বন্ধ কৰিব পাৰে৷ একাধিক একাউণ্ট থাকিলেও যাতে সেইসমূহত কোনো সন্দেহজনক লেনদেন নহয় সেই দিশতো নজৰ ৰাখিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!
ভাৰত

২ অক্টোবৰত CJPৰ দেশজোৰা জে’ল ভৰো আন্দোলন, কঁপাব দেশ!

September 29, 2026
পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!
জীৱনশৈলী

পুৰুষ-মহিলাৰ শৰীৰত আহিব শক্তি, মাত্ৰ ৰাতিপুৱা খালী পেটত খাওক কেঁচা নহৰু!

September 29, 2026
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা
জীৱনশৈলী

আজি ৩ ৰাশিৰ উজলিব ভাগ্য! ধন-কেৰিয়াৰত আহিব পাৰে ভাল সুযোগ

September 29, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 29, 2026
Next Post
নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

নতুন বছৰৰ আৰম্ভণিতেই দুই ৰাজযোগ! সমগ্ৰ বছৰ অৰ্থ সুখ আহিব এই ৪ৰাশিৰ জাতকলৈ

মাত্ৰ ৬বছৰৰ মাজত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

মাত্ৰ ৬বছৰৰ মাজত কোটিপতি হ’ব খোজে? মাহত কিমান টকা ক’ত বিনিয়োগ কৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.