• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সচাঁ প্ৰেম নে TIME PASS!  চিনি উলিয়াব কেনেকৈ?

সচাঁ প্ৰেম নে TIME PASS! চিনি উলিয়াব কেনেকৈ?

2 years ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সচাঁ প্ৰেম নে TIME PASS! চিনি উলিয়াব কেনেকৈ?

জানি লওক ৫টা বিশেষ কিটিপ

editor by editor
January 26, 2024
in বিবিধ
0
সচাঁ প্ৰেম নে TIME PASS!  চিনি উলিয়াব কেনেকৈ?
0
SHARES
6.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ সচাঁ প্ৰেম চিনি উলিওৱাটো অতিকৈ কঠিন! প্ৰেম সচাঁ নে মিছা সেই কথা এগৰাকী ব্যক্তিৰ আচাৰ-ব্যৱহাৰ আৰু তেওঁৰ বিভিন্ন কথাৰ জৰিয়তে প্ৰতীয়মান হয়। এটা সম্পৰ্কত কাজিয়া, অভিমান নাইবা অন্য বিভিন্ন ধৰণৰ সমস্যা আহেই! কিন্তু আপোনাৰ সংগী আপোনাৰ প্ৰতি প্ৰেম সচাঁ নে মিছা, সেই কথা প্ৰমাণ পাব পাৰি তলৰ উল্লেখ কৰা ৫টা কথাৰ জৰিয়তে।

১. এটা সম্পৰ্কত হঠাতে যদি দুয়োগৰাকী ব্যক্তিৰ মাজত যোগাযোগ নাইবা বুজাবুজি কমি যায় তেন্তে তেনে সম্পৰ্ক বেছিদিন নিটিকে। যদি আপোনাৰ সংগীয়ে আপোনাৰ সৈতে কথা কমকৈ পাতিছে নাইবা মনৰ কথা আপোনাৰ আগত খুলি কোৱা নাই তেন্তে এয়া সচাঁপ্ৰেমৰ লক্ষণ নহয়। এই সম্পৰ্ক ভাল কৰিবলৈ আপুনি তেওঁৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁকো সকলো কথা খুলাখুলিকৈ আপোনাক কবলৈ অনুৰোধ কৰক।

২. যিকোনো এটা সম্পৰ্কত আৱেগিক সম্পৰ্ক মজবুত হোৱাটো খুবেই জৰুৰী।  যদিহে আপোনাৰ সংগীয়ে আপোনাৰ পৰা আৱেগিকভাৱে কিছু দুৰত্ব অৱলম্বন কৰিছে, তেন্তে আপুনি বুজি উঠক যে- আপোনাৰ সম্পৰ্কত লাহে লাহে ফাঁট মেলিবলৈ ধৰিছে। এই সম্পৰ্ক মজবুত কৰিবলৈ আপুনি সংগীৰ সৈতে অধিক কথা পাতক। দুয়ো দুয়োৰে সৈতে সময় অতিবাহিত কৰক। যদিহে তাৰ পিছতো আপোনাৰ ভাৱ হৈছে যে তেওঁৰ সৈতে আপোনাৰ আৱেগিক সম্পৰ্ক উন্নত হোৱা নাই তেন্তে এই সম্পৰ্ক ইমানতে সমাপ্ত কৰাই ভাল।

৩.  যদিহে আপোনাৰ সংগীৰ দৈনিক ৰুটিন আৰু ৰুচিৰ পূৰ্বতকৈ সলনি হোৱা দেখিছে। তেন্তে আপুনি বুজি উঠিব যে তেওঁ আপোনাৰ পৰা দুৰ হব বিচাৰিছে। সময় থাকোতেই তেওঁৰ সৈতে আপুনি এই বিষয়ত স্পষ্ট হোৱাটো খুবেই জৰুৰী।

৪.  হঠাতে খং উঠা নাইবা টেনশ্যনত থকাও হব পাৰে মিছা প্ৰেমৰ লক্ষণ। যদিহে আপোনাৰ সংগীয়ে বেছিভাগ সময়ত খঙত নাইবা টেনশ্যনত থাকে তেন্তে বুজি উঠক যে তেওঁ আপোনাৰ সৈতে সম্পৰ্কত থাকি কিছু অশান্তি পাইছে। সেই সময়ত এই সম্পৰ্ক ভাল কৰিবলৈ তেওঁৰ পাৰ খং উঠা কাৰনবোৰ জানিবলৈ চেষ্টা কৰক, ইয়াৰ সলনি যদিহে আপুনি ওলোটাই খং কৰে তেন্তে সম্পৰ্কৰ অধিক অৱনতি ঘটে।

৫. যদিহে আপোনাৰ সংগীয়ে আপোনাৰ সৈতে সম্পৰ্কটোৰ ভৱিষ্যতৰ সন্দৰ্ভত আলোচনা কৰা নাই তেন্তে বুজি উঠক যে তেওঁ আপোনাৰ সৈতে বিশেষ কোনো ভৱিষ্যত পৰিকল্পনা কৰা নাই।  সচাঁ প্ৰেমত সাধাৰণতে দুয়ো দুয়োৰে সৈতে সপোন আৰু ভৱিষ্যত জীৱনৰ কথা আলোচনা হয়। যদিহে এনে হোৱা নাই তেন্তে আপুনি জানি লওক যে এই সম্পৰ্কৰ বাট অতি চমু।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ…

iPhone কিনাৰ কথা ভাৱি আছে নেকি! এয়াই সুবৰ্ণ সুযোগ...

৫ফেব্ৰুৱাৰীৰ ভিতৰত এই তিনিটা ৰাশিৰ ব্যক্তিৰ হাতলৈ আহিব ধনেই ধন…

৫ফেব্ৰুৱাৰীৰ ভিতৰত এই তিনিটা ৰাশিৰ ব্যক্তিৰ হাতলৈ আহিব ধনেই ধন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.