• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক

1 year ago
সঁচাকৈয়ে সুৰজৰ সৈতে বিবাহবিচ্ছেদ হৈছেনে মৌনী ৰয়ৰ? মুখ খুলিছে মৌনীয়ে? বিচ্ছেদক লৈ কি মন্তব্য?

8 minutes ago
ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব

59 minutes ago
দৈনিক ২টাকৈ সিজোৱা কণী খালে শৰীৰৰ কি হ’ব? কি কি উপকাৰীতা লাভ কৰিব শৰীৰে?

2 hours ago
ৰেৱতী নক্ষত্ৰলৈ আহিছে শনি, ৩দিন পাছৰে পৰাই সলনি হ’ব জীৱন, কি আছে কোন ৰাশিৰ ভাগ্যত?

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

3 hours ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

4 hours ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

5 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

6 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক

editor by editor
February 18, 2025
in বিবিধ, ভাৰত
0
ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰেইনত বোম ! হঠাতে হুৱাদুৱা, ষ্টেচন নোহোৱাকৈয়ে বাটতে নমালে সকলো যাত্ৰীক

উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা মহাৰাষ্ট্ৰৰ লোকমান্য তিলকলৈ যোৱা কামায়নী এক্সপ্ৰেছত বোম থকা খবৰে হঠাতে হুৱাদুৱা লাগি যায় ৰেল খনত। খবৰ পোৱাৰ পিছতে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। ততাতৈয়াকৈ সকোল যাত্ৰীকে সাগৰ জিলাত কোনো ষ্টেছন নথকাকৈয়ে মাজবাটতে ৰেলখন ৰখাই তদন্ত কৰে।

তথ্য অনুসৰি মঙলবাৰে কোনো ৰেল ষ্টেচন নথকাকৈ যাত্ৰীক নমাই দিয়াত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ৰে’লখনত বোমা থকাৰ তথ্য লাভ কৰাৰ লগে লগে আৰ পি এফৰ দল আহি উপস্থিত হয়।

বলিয়াৰ পৰা লোকমান্য তিলক টাৰ্মিনাছলৈ যোৱা ১১০৭২ কামায়নী এক্সপ্ৰেছ হঠাতে বিনা ষ্টেচনত ৰখাই দিয়া হয়। আৰ পি এফ আৰু জি আৰ পিৰ সমান্তৰালকৈ আৰক্ষীও সেই স্থানত উপস্থিত হয়৷

বোম থকাৰ সন্দেহত ভোপাল কণ্ট্ৰল ৰুম ৰেলৱেৰ নিৰ্দেশত ৰেলখন পৰিদৰ্শন কৰে। পাছত জানিব পাৰে এই সকলো এক উৰাবাতৰি। কোৱা হৈছে যে ৰে’লত বোমা থকা বুলি উৰাবাতৰিৰ বাবেই এই সকলোবোৰ হাহাকাৰ হয়।

যাত্ৰীসকলো এই উৰাবাতৰিৰ ফলত হাৰাশাস্তিৰ সন্মুখিন হয়। বৰ্তমানে সকলো ঠিকে থকাৰ যাত্ৰী লৈ পুনৰ যাত্ৰা কৰে ৰেল খনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bomb in trainBomb ThreadTrain Station
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত টকাৰ সমস্যাই দেখা দিব পাৰে, ভুলতো তুলসী গছৰ কাষত এইসমূহ নাৰাখিব
জীৱনশৈলী

May 14, 2026
ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?
জীৱনশৈলী

ভালপোৱাত ইম্প্ৰেছ নহয়, কমফৰ্ট বিচাৰে Gen Zয়ে, শাৰীৰিক আকৰ্ষণতকৈ ৰেছপেক্ট এণ্ড লয়েলিটি কিয় গুৰুত্বপূৰ্ণ Gen Zৰ বাবে?

May 14, 2026
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
Next Post
ৰাহুৰ নক্ষত্ৰত সূৰ্যৰ প্ৰৱেশে সমস্যা বঢ়াব ৫ ৰাশিৰ, সাৱধানে দিব প্ৰতিটো খোজ

পৃথিৱীৰ আটাইতকৈ দামী বস্তু, যাৰ ১ গ্ৰামৰ মূল্য ৫০০০০০০ কোটি টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন