• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

 ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

5 years ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

দিনত নে ৰাতি? কোন সময়ত অহা ভূমিকম্প বেছি ভয়াৱহ জানক

9 hours ago
বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

বাৰে বাৰে মাহেকীয়া পলম? এয়া কোনো ৰোগৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

10 hours ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

ভুলতো ঘৰত নাৰাখিব এইসমূহ সামগ্ৰী, দেখা দিব আর্থিক সংকট!

10 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

10 hours ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

11 hours ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

11 hours ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

13 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

13 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

14 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

15 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

 ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

editor by editor
July 14, 2021
in অসম, গুৱাহাটী, বিশ্ব, ভাৰত, শিক্ষা
0
 ‘এখুদ ককাইদেউ’ নৱকান্ত বৰুৱালৈ একাঁজলি শ্ৰদ্ধাঞ্জলি
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ‘এখুদ ককাইদেউ’ৰ মৃত্যুতিথি। আধুনিক অসমীয়া কবিতাৰ অন্যতম বাটকটীয়া নৱকান্ত বৰুৱাৰ সৃষ্টিৰাজি অসমীয়া সাহিত্যলৈ স্বৰ্ণিল অৱদান। এইগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, ঔপন্যাসিক, কবিৰ মৃত্যু হৈছিল ২০০২ চনৰ ১৪ জুলাইত। ১৯২৬ চনৰ ২৯ ডিচেম্বৰত গুৱাহাটীত নীলকান্ত বৰুৱা আৰু স্বৰ্ণলতা বৰুৱাণীৰ ঔৰষত জন্মলাভ কৰিছিল নৱকান্ত বৰুৱাই। নগাঁও, কলকাতা, উত্তৰ প্ৰদেশ আদিত শিক্ষাজীৱন পাৰ কৰা নৱকান্ত বৰুৱাই উত্তৰ প্ৰদেশৰ শিকোহাবাদত অৱস্থিত এ কে মহাবিদ্যালয়ত শিক্ষকতাৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ইয়াৰ পাছত তেওঁ অসমৰ এক ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ পাছত কটন কলেজত যোগদান কৰে আৰু এই কলেজৰ পৰাই উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে। এখুদ ককাইদেউ হিচাপে অসমৰ সাহিত্য জগতত জনপ্ৰিয় নৱকান্ত বৰুৱাদেৱে কবিতা, উপন্যাস, অনুবাদ সাহিত্যক ধৰি বিভিন্ন গ্ৰন্থৰে অসমীয়া সাহিত্য জগতলৈ বিশেষ অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ কবিতা পুথি সমূহ হ’ল ‘হে অৰণ্য হে মহানগৰ’ (১৯৫১), ‘যতি আৰু কেইটামান স্কেচ্ছ’ (১৯৬০), ‘এটি দুটি এঘাৰটি তৰা’ (১৯৫৭), ‘ৰত্নাকৰ’ (১৯৮৬), ‘ৰাৱণ’(১৯৬৩), ‘সূৰ্যমুখীৰ অঙ্গীকাৰ’ (১৯৯০), ‘মোৰ আৰু পৃথিৱী’ (১৯৭৩), ‘এখন স্বচ্ছ মুখাৰে’ (১৯৬০), ‘দলঙত তামীঘৰা’ (১৯৯১), ‘সম্ৰাট’ (১৯৬২), ‘নিৰ্বাচিত কবিতা’ (ইংৰাজীত)। তেওঁৰ অনুবাদ সাহিত্য সমূহ হ’ল ‘এশ কবিতা’, ‘আহত মৰাল’, ‘নজৰুল ইছলামৰ কবিতা’, ‘মুক্তধাৰা’, ‘কবিৰাই কয়’। তেওঁ উপন্যাস ‘কপিলীপৰীয়া সাধু’ (১৯৫২), ‘ককাদেউতাৰ হাড়’ (১৯৭৩), ‘গড়মা কুৱঁৰী’ (১৯৮০), ‘মানুহ আটাইবোৰ দ্বীপ’ (১৯৮০), ‘পটাচাৰা’, ‘অপদাৰ্থ’, ‘অহিংসাৰ জুই(অসমাপ্ত)’। তেওঁৰ অন্যান্য গ্ৰন্থ ‘অসমীয়া ছন্দশিল্পৰ ভূমিকা’ (১৯৬২), ‘শিয়ালী পালেগৈ ৰতনপুৰ’ (১৯৫৪), ‘আখৰৰ জখলা’ (১৯৫৬), ‘মনৰ খবৰ’ (১৯৬০), ‘ভত ঊকাৰে ভূ’ (১৯৬৮), ‘জনা নজনাৰ খেল’ (১৯৭০)। নৱকান্ত বৰুৱা দেৱে লাভ কৰা সন্মানসমূহঃ ‘পদ্মভূষণ’ (১৯৭৬), ‘অসম উপত্যকা সাহিত্য বঁটা’ (১৯৯৩), ‘সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা’, ‘সাহিত্য অকাডেমি বঁটা’ (১৯৭৫) ‘ককাদেউতাৰ হাড় উপন্যাসৰ বাব’, ‘মধ্যপ্ৰদেশৰ কবীৰ সন্মান’ (১৯৯০), ‘কমল কুমাৰী বঁটা’ (১৯৯৮), অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনৰ সভাপতি (১৯৯০), ‘অসম প্ৰকাশন পৰিষদ বঁটা’ (১৯৭৪) মোৰ আৰু পৃথিৱী কবিতা সংকলনৰ বাবে।

অসমীয়া সাহিত্য জগতৰ এটি উজ্জল ভোটাতৰা আছিল নৱকান্ত বৰুৱা। তেখেতৰ সৃষ্টিৰাজিয়ে নৱপ্ৰজন্মক সদায়েই অনুপ্ৰাণিত কৰিব। আজি তেখেতৰ পুণ্য মৃত্যু তিথিত শ্ৰদ্ধাৰে সোঁৱৰিছে প্ৰতিজন অসমীয়াই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: akhud kokaideuasom live 24assam live 24axom live 24death anniversarynabakanta baruah
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
অসম

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

August 18, 2026
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?
বিনোদন

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

August 18, 2026
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত
জীৱনশৈলী

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

August 18, 2026
Next Post
পবিত্ৰ ৰিস্তা-২ বয়কটৰ আহ্বান সুশান্তৰ অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত অংকিতাক ট্ৰ’ল

পবিত্ৰ ৰিস্তা-২ বয়কটৰ আহ্বান সুশান্তৰ অনুৰাগীৰ, ছ’চিয়েল মিডিয়াত অংকিতাক ট্ৰ’ল

ৰাজস্থানত ‘কুম্ভকৰ্ণ’; বছৰৰ ৩০০ দিনেই শুই থাকে এইগৰাকী ব্যক্তি…

ৰাজস্থানত ‘কুম্ভকৰ্ণ’; বছৰৰ ৩০০ দিনেই শুই থাকে এইগৰাকী ব্যক্তি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.