সাংবাদিকৰ ওপৰত আক্ৰোশমূলক ক্ষমতাত বলীয়ান বিজেপি। আৰক্ষীক বিজেপিৰ দলীয় এজেন্সিৰূপে ব্যৱহাৰ। ‘অসম লাইভ ২৪’ৰ সাংবাদিক ইৰছাদ উল্লাক পুনৰ শিৱসাগৰ থানাত হাজিৰ হোৱাৰ নির্দেশ।