• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

4 years ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

25 seconds ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

35 minutes ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

1 hour ago
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

2 hours ago
সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

সোণে দেখুৱাইছে যাদু! এয়াই উচিত সময় নেকি গহনা ক্ৰয়ৰ?

3 hours ago
কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

কলকাতাৰ ৰাজপথত ৮০ বছৰীয়া বৃদ্ধৰ এক অমৰ প্ৰেম কাহিনী

4 hours ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

5 hours ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

5 hours ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

5 hours ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

6 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

7 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?

editor by editor
November 30, 2022
in বিবিধ, ভাৰত
0
চৰকাৰী নিয়ন্ত্ৰণ বঢ়াবলৈকে ডিজিটেল মুদ্ৰাৰ আৰম্ভনি হ’ব দেশত! কেনেকৈ কাম কৰিব ডিজিটেল মুদ্ৰাই, কিমান নিৰাপদ ডিজিটেল মুদ্ৰা?
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নোট আৰু খুচুৰা পইচাৰ বিকল্প হিচাপে ডিজিটেল টকা বা ই-ৰুপি প্ৰচলনৰ সিদ্ধান্ত লৈছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই। আৰবিআইয়ে মঙলবাৰে কৰিছে এই ঘোষণা। ১ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা পৰীক্ষামূলকভাৱে ডিজিটেল মুদ্ৰাৰ প্ৰচাৰ আৰম্ভ কৰা হ’ব। ইয়াৰ পূৰ্বে দেশত ডিজিটেল মুদ্ৰাৰ লেনদেনৰ ব্যৱস্থা নাছিল।

‘ডিজিটেল মুদ্ৰা’ পৰিসেৱা আৰম্ভ কৰাৰ বাবে চাৰিটাকৈ বেংকক দায়িত্ব দিছে আৰবিআইয়ে। এই দায়িত্ব দিয়া বেংককেইটা হৈছে ষ্টেট বেংক অৱ ইণ্ডিয়া, ICICI বেংক, IDFC ফাৰ্ষ্ট বেংক আৰু ইয়েছ বেংকক। প্রাথমিকভাৱে আৰবিআইয়ে ঘোষণা কৰা অনুযায়ী কেৱল মাত্ৰ নিৰ্দিষ্ট কিছু গ্ৰাহক আৰু ব্যৱসায়ীয়েহে পোনতে এই সুবিধা লাভ কৰিব। পৰীক্ষামূলকভাৱেহে এই ই-মুদ্ৰাৰ লেনদেন চলাব। যদি এই ই-মুদ্ৰাৰ পৰীক্ষামূলক প্ৰচলন সফল হয় তেন্তে পৰবৰ্তী পদক্ষেপ অচিৰই ল’ব বুলি জনাইছে আৰবিআইয়ে।

ডিজিটেল মুদ্ৰা প্ৰকৃততে কি?

ডিজিটেল মুদ্ৰাৰ প্ৰসংগটোৱে চৰ্চা লাভ কৰি থকাৰ সময়তে বহুতৰে মনত প্ৰশ্ন ই-মুদ্ৰা বা ডিজিটেল মুদ্ৰা প্ৰকৃততে কি? ক্ৰিপ্টকাৰেন্সিৰ দৰেই নেকি এই ডিজিটেল মুদ্ৰা? এই ধাৰণা সঠিক। ই-মুদ্ৰাও ক্ৰিপ্টকাৰেন্সিৰ দৰেই এবিধ ডিজিটেল টোকেন। ভাৰতত এই ডিজিটেল মুদ্ৰাক আইনী স্বীকৃতিও অচিৰেই দিয়া হ’ব। কিন্তু ক্ৰিপ্টকাৰেন্সিৰ ধাৰণাৰে মিল থাকিলেও ডিজিটেল মুদ্ৰা ক্ৰিপ্টকাৰেন্সিৰ দৰে উঠা-নমা নকৰে। কাগজৰ নোট আৰু খুচুৰা পইচাৰ সমান দামতেই আৰম্ভ হ’ব এই ডিজিটেল মুদ্ৰা।

ডিজিটেল মুদ্ৰাই কেনেকৈ কাম কৰিব?

ডিজিটেল মুদ্ৰাই কেনেকৈ কাম কৰিব এই বিষয়টোলৈয়ো বহুতেই চিন্তিত হৈছে। বৰ্তমান সময়ত অনলাইন জালিয়াতি চলি থকাৰ সময়তে এই ডিজিটেল মুদ্ৰা কিমানদূৰ নিৰাপদ হ’ব এই বিষয়টোক লৈও একাংশ লোক সংকিত হৈছে। আৰবিআইয়ে প্ৰকাশ কৰা মতে এই ডিজিটেল মুদ্ৰা গ্ৰাহক আৰু ব্যৱসায়ীৰ মাজত বেংকৰ মাধ্যমেৰে আদান-প্ৰদান হ’ব। ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট বেংকত থকা ডিজিটেল ৱালেটৰ মাধ্যমেৰে আৰু মোবাইল ফোন বা ডিভাইছত ৰখা ডিজিটেল মুদ্ৰাৰ মাধ্যমেৰে এই লেনদেন কৰিব পাৰিব। আৰবিআইয়ে নিশ্চিত কৰা অনুযায়ী ডিজিটেল মুদ্ৰাত লেনদেন কৰা দুজনেই সাধাৰণ গ্ৰাহক নতুবা এজন ব্যৱসায়ী আৰু এজন সাধাৰণ গ্ৰাহক হ’ব পাৰে। অনলাইন বিভিন্ন এপ যেনে গুগল পে, ফোন পে আদিৰ দৰেই এই লেনদেনো সম্ভৱ হ’ব। ব্যৱসায়ীৰ হাতত থকা কিউআৰ কোড স্কেন কৰি ডিজিটেল মুদ্ৰা দিব পাৰিব সাধাৰণ গ্ৰাহকে। ডিজিটেল মুদ্ৰাৰ ব্যৱহাৰ যথেষ্ট নিৰাপদ হ’ব বুলি দাবী কৰিছে আৰবিআইয়ে।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই প্ৰকাশ এক বিজ্ঞাপ্তিত প্ৰকাশ কৰা মতে নগদ টকাৰ যিসমূহ বৈশিষ্ট্য আছে ডিজিটেল মুদ্ৰাৰো একেই বৈশিষ্ট। নগদ টকাৰ ধৰণেৰেই ই-মুদ্ৰাই জনতাৰ মাজত টকাৰ লেনদেন সহজ কৰি তুলিব। বেংকত নগদ টকা ৰাখিলে যেনেদৰে সুদ পোৱা যায় তেনেদৰে ডিজিটেল মুদ্ৰাত সুদ পোৱা নাযাব। বেংকসমূহত এই ডিজিটেল মুদ্ৰা আমানত হিচাপেও জমা ৰাখিব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ
জীৱনশৈলী

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

July 10, 2026
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?
প্ৰযুক্তি

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

July 10, 2026
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?
বিনোদন

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

July 10, 2026
আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক
বাণিজ্য

আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব? DA নিৰ্ণয়ৰ সূত্ৰটো কি জানক

July 10, 2026
Next Post
মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?

মৰ্ত্যতেই স্বৰ্গসুখ লোৱা শাসক কিম জং উন! মহাপ্ৰতাপী শাসক কিম জং উনে মুকলি কৰিলে বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ষেপনাস্ত্ৰ, বিশ্বজয়ৰ স্বপ্ন সাৰ্থক হ’বনে কিমৰ?

বলীউডত প্রভাস-কৃতিৰ প্ৰেমৰ গুঞ্জৰ! সঁচাকৈয়ে কৃতিয়ে বিয়াত বহিবনে দক্ষিণৰ অভিনেতাৰে? ইনষ্টাগ্ৰামযোগে সকলো সদৰি কৰিলে কৃতিয়ে…

বলীউডত প্রভাস-কৃতিৰ প্ৰেমৰ গুঞ্জৰ! সঁচাকৈয়ে কৃতিয়ে বিয়াত বহিবনে দক্ষিণৰ অভিনেতাৰে? ইনষ্টাগ্ৰামযোগে সকলো সদৰি কৰিলে কৃতিয়ে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.