• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

7 months ago
এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

22 minutes ago
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

43 minutes ago
পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

পুনৰ জে’ললৈ যাব লাগিব অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ!

1 hour ago
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

2 hours ago
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

3 hours ago
বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

বিমান উৰণৰ সময়তে লাগিল অথন্তৰ

3 hours ago
ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

ধনৰ বিনিময়ত সীমান্ত পাৰ কৰোৱায় বাংলাদেশীক

5 hours ago
অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

অট্টালিকাৰ পৰা পৰি পিতৃ-পুত্ৰৰ ৰহস্যজনক মৃত্যু

5 hours ago
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

6 hours ago
কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

কংগ্ৰেছৰ অসন্তুষ্টিৰ মাজতে কৰ্ণাটকত SIRক সমৰ্থন কংগ্ৰেছ মন্ত্ৰী সতীশ জাৰ্কিহোলি

23 hours ago
জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

জিম্বাবুৱেৰ বিৰুদ্ধে খেলি কিহৰ বাবে জিণ্টিমণিয়ে পালে পুৰস্কাৰ?

24 hours ago
কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

কুৰুক্ষেত্ৰত পৰিণত সংসদৰ মজিয়া

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?

editor by editor
March 29, 2026
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, ভাৰত
0
IPL ২০২৬ৰ মাজতে ৰিংকু সিঙলৈ ভাল খবৰ, ৰিংকুৱে লাভ কৰিলে চৰকাৰী চাকৰি, দৰমহা কিমান জানেনে?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৮ মাৰ্চৰ পৰা আৰম্ভ হৈছে আই পি এল ২০২৬। কিন্তু তাৰ পূৰ্বেই ৰিংকু সিঙৰ বাবে আহিল ভাল খবৰ। তেওঁৰ চৰকাৰী চাকৰি নিশ্চিত হৈছে। বাওঁহতীয়া বেটছমেন ৰিংকু সিঙক উত্তৰ প্ৰদেশ চৰকাৰৰ আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। (ফটো: পিটিআই)

২৪ মাৰ্চৰ সন্ধিয়া ৫ বজাত লক্ষ্ণৌৰ লোকভৱনত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে আঞ্চলিক ক্ৰীড়া বিষয়াৰ নিযুক্তি পত্ৰ প্ৰদান কৰে ৰিংকু সিঙক। ৰিংকু সিঙৰ লগতে বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত আন ছয়গৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈকো নিযুক্তি পত্ৰ প্ৰদান কৰে। (ফটো: পিটিআই)

ৰিংকু সিঙক ক্ৰীড়া কোটাৰ অধীনত আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। এই পদৰ বাবে তেওঁৰ ডি এ, এইচ আৰ এ, আৰু অন্যান্য খৰচকে ধৰি প্ৰতিমাহে ৫০,০০০ৰ পৰা ৬০,০০০ টকা দৰমহা লাভ কৰিব ৰিংকু সিঙে৷ (ফটো: পিটিআই)

উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা এই চাকৰি লাভ কৰি মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক ধন্যবাদ জ্ঞাপন কৰে ৰিংকু সিঙে। তেওঁ কয়, “নমস্কাৰ, মই ৰিংকু সিং। মোক আঞ্চলিক ক্ৰীড়া বিষয়া হিচাপে নিযুক্তি দিয়াৰ বাবে ইউ পি চৰকাৰক ধন্যবাদ জনাইছো। মই ইউ পি চৰকাৰ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। এছিয়ান গেমছৰ পিছতো মোক ৩ কোটি টকাৰে তেওঁলোকে সন্মানিত কৰিছিল। মই আই পি এলৰ দল কে কে আৰৰ সৈতে আছো, গতিকে এই নিযুক্তিপত্ৰ ল’বলৈ উপস্থিত থাকিব নোৱাৰিলোঁ। মুখ্যমন্ত্ৰী ছাৰৰ পৰা মোৰ যোগদান পত্ৰ অতি সোনকালে লাভ কৰিম।”

উল্লেখ্য যে, ৰিংকুৰ উপৰিও নিযুক্তি পত্ৰ লাভ কৰা আন খেলুৱৈসকলৰ ভিতৰত আছে পেৰিছ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় হকী দলৰ সদস্য ৰাজকুমাৰ পাল, তেওঁক গাজীপুৰৰ ডি এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। পেৰিছ পেৰালিম্পিকৰ হাই জাম্প ইভেণ্টত স্বৰ্ণ পদক লাভ কৰা প্ৰবীণ কুমাৰক গৌতম বুদ্ধ নগৰৰ ডি এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। জেভলিনত ৰূপৰ পদক লাভ কৰা অজিত সিং আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰা ছিমৰণক জিলা পঞ্চায়ত ৰাজ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। ১০০ আৰু ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰীতিপালক ব্লক ডেভেলপমেণ্ট অফিচাৰ হিচাপে নিযুক্তি দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!
জীৱনশৈলী

এই ৫ ৰাশিৰ জীৱনলৈ আহিব ভাল খবৰ!

October 30, 2026
ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ
ভাৰত

ৰহস্যজনকভাৱে উদ্ধাৰ মাতৃ-পুত্ৰ-কন্যাৰ মৃ*তদেহ

October 30, 2026
আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল
অসম

আৰক্ষীৰ জিম্মাত ঘনকান্তৰ অভৱ্য আচৰণ, নিজৰ নামত খুলিছিল নিউজ প’ৰ্টেল

October 30, 2026
কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান
বিনোদন

কেদাৰনাথ দৰ্শন কৰি বিপদত অভিনেত্ৰী ছাৰা আলী খান

October 30, 2026
Next Post
ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

ৰেমণ্ডৰ প্ৰাক্তন চেয়াৰমেন বিজয়পত সিংহানিয়াৰ মৃত্যু, মৃত্যুৰ সময়ত কিমান সম্পত্তি এৰি থৈ গৈছে উদ্যোগপতি বিজয়পত সিংহানিয়াই?

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

কামদা একাদশীত আনফা যোগ, দেওবাৰে সকলোকে হৰুৱাই জয়ী হ’ব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.