• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

2 years ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

4 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

4 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

5 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

5 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

8 hours ago
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

8 hours ago
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

9 hours ago
লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

লাডাখস্থিত ছোনম ৱাংচুকৰ অট্টালিকাটোৰ আছে সাংঘাতিক বিশেষত্ব

10 hours ago
দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

দিল্লীৰ প্ৰতিবাদক লৈ কি ক’লে NEETত শীৰ্ষস্থান লাভ কৰা পংশুলে?

11 hours ago
আজি আপোনাৰ দিনটো কেনে যাব?

আজি আপোনাৰ দিনটো কেনে যাব?

12 hours ago
বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

বিৰল ঘটনা! একেলগে ৫টাকৈ সন্তান জন্ম দিলে মহিলাই

1 day ago
ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

ট্ৰাম্পৰ নতুন টেৰিফ নীতি ভাৰতীয় ঔষধ কোম্পানীৰ বাবে আশীৰ্বাদ নে অভিশাপ?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

editor by editor
September 8, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ
0
SHARES
260
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঘৰৰ মানুহ ঘৰলৈ উভতিল, শক্তি বাঢ়িল কংগ্ৰেছৰ, চিন্তা বাঢ়িল বিজেপিৰ

অৱশেষত আজি ৮ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে কংগ্ৰেছলৈ উভতিল ৰিপুণ বৰা। সদ্য তৃণমূল কংগ্ৰেছ ত্যাগী ৰিপুণ বৰাই দেওবাৰে পুনৰ কংগ্ৰেছ দলত যোগদান কৰে। চৰাইদেউৰ মথুৰাপুৰত অনুষ্ঠিত হোৱা প্ৰদেশ কংগ্ৰেছৰ অনুষ্ঠানত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছীগৰাকীয়ে।

কংগ্ৰেছত যোগদান কৰি ৰিপুণ বৰাৰ মন্তব্য- ‘মই পুৰণি ঘৰখন এৰি গৈছিলোঁ’। ‘পুনৰ ঘৰখনলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ’। ‘একমাত্ৰ কংগ্ৰেছেহে বিজেপিক উৎখাত কৰিব পাৰিব সেইবাবে পুনৰ কংগ্ৰেছত যোগদান কৰিলোঁ’।

নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপস্থিতিত ৰিপুন বৰাই কংগ্ৰেছত যোগদান কৰে। ৰিপুন বৰাৰ পুনৰ যোগদানত বহু কেইগৰাকী কংগ্ৰেছৰ নেতাৰ মন্তব্য- আৰু অধিক শক্তিশালী হ’ল কংগ্ৰেছ, এতিয়া চিন্তা বাঢ়িল বিজেপিৰ। এইবাৰ ২০২৬ চনত বিজেপিক উৎখাত কৰি কংগ্ৰেছেই শাসনলৈ আহিব।

উল্লেখ্য যে, ২০২২ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুণ বৰাই। পাছে ১ ছেপ্টেম্বৰ ২০২৪ তাৰিখে তৃণমূল কংগ্ৰেছ ত্যাগ কৰিছিল। আৰু আজি পুনৰ আনুষ্ঠানিকভাৱে উভতে পুৰণি দল কংগ্ৰেছলৈ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CongressCongress Partyripun boraRipun Bora CongressRipun Bora Join Congresstrinamul congress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য
বিবিধ

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

July 23, 2026
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’
বিনোদন

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

July 23, 2026
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

July 23, 2026
NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া
বিনোদন

NEET পেপাৰ কেলেংকাৰী সন্দৰ্ভত অৱশেষত ছলমান খানৰো প্ৰতিক্ৰিয়া

July 23, 2026
Next Post
ৰনবীৰ-দীপিকাৰ জীৱনলৈ আগমণ ঘটিল কন্যা সন্তানৰ

ৰনবীৰ-দীপিকাৰ জীৱনলৈ আগমণ ঘটিল কন্যা সন্তানৰ

শনি গ্ৰহত সূৰ্য্যৰ শুভ দিশৰ বাবে ৩টা ৰাশিৰ সম্পদ বৃদ্ধি পাব, সন্মানো বাঢ়িব

শনি গ্ৰহত সূৰ্য্যৰ শুভ দিশৰ বাবে ৩টা ৰাশিৰ সম্পদ বৃদ্ধি পাব, সন্মানো বাঢ়িব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.