• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

4 years ago
অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

39 minutes ago
উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নামিছে দালালিত!

1 hour ago
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

2 hours ago
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

3 hours ago
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

4 hours ago
ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

ঘোঁৰামাৰীৰ বাতাবাৰী গাঁৱৰ ঘৰে ঘৰে এতিয়া কান্দোনৰ ৰোল

5 hours ago
চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

চন্দ্ৰ-বুধৰ সংযোগ, কোন কোন ৰাশিৰ মুকলি হ’ব ভাগ্যৰ দুৱাৰ?

5 hours ago
ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

ফোনৰ নকল চাৰ্জাৰ ব্যৱহাৰৰ পূৰ্বে সাৱধান, এটা ভুলে মাতিব বিপদ!

13 hours ago
এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

এখিলা পাতে নিৰোগী কৰিব আপোনাক, নাম জানি হ’ব আচৰিত!

14 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

14 hours ago
নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

আমি দৈ কিয় খোৱা উচিত? মুখৰ উজ্জ্বলতা বৃদ্ধিতো সহায়ক দৈ

14 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

৫ ৰাশিৰ জীৱনত আহিব শুভ পৰিৱৰ্তন, কিন্তু বাকীবোৰৰ বাবে হ’ব চিন্তনীয়!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…

editor by editor
October 26, 2022
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
২০০ বছৰীয়া অতীত সলাই ইংৰাজক শাসন কৰিব ভাৰতীয়ই! পৃথিৱীৰ ১১খন দেশত শাসনৰ বাঘজৰী ধৰিছে ভাৰতীয়মূলীয়ই…
0
SHARES
439
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এদিন সমগ্ৰ বিশ্বক ভাৰতে শাসন কৰিব! ভাৰতৰ সৈতে সহযোগ কৰিব ৰাছিয়াই। এই ভৱিষ্যতবাণী কৰিছিল ভৱিষ্যতদ্ৰষ্টা নষ্ট্ৰাডামুছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰাৰম্ভিককালতো একেই ভৱিষ্যতবাণী কৰিছিল বাবা ভাংগাইয়ো। সেই ভৱিষ্যতবাণীয়েই যেন ফলিয়াইছে। এখন পিছত আনখন উন্নত দেশত ভাৰতীয়ই ধৰিছে শাসনৰ বাঘজৰী।

শেহতীয়াভাৱে ব্ৰিটেইনত প্ৰধানমন্ত্ৰীৰ শাসনত বহিছে ভাৰতীয়মূলৰ ঋষি ছুনাক। ২০০ বছৰে ভাৰতীয়ক শাসন কৰিছিল ইংৰাজে। সেই ইংৰাজৰ শাসনব্যৱস্থাক এতিয়া পৰিচালনা কৰিব ভাৰতীয়মূলীয় ব্যক্তিয়ে। ঋষি ছুনাকে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শাসনত বহাৰে পৰাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে এই বিষয়টোৱে। কেৱল ঋষিয়েই নহয় ব্ৰিটেইনৰ কেবিনেট মন্ত্ৰীসভাত আছে ভাৰতীয় বংশোদ্ভূতৰ অন্য মন্ত্ৰীও। ব্ৰিটেইনৰ গৃহমন্ত্ৰী হিচাপে নিযুক্ত হৈছে ভাৰতীয়মূলীয় চুৱেলা ব্ৰেভাৰমেন।

ইপিনে বৰ্তমানলৈ উন্নত দেশৰ বিভিন্ন গৱেষণাগাৰত ভাৰতীয় বিজ্ঞানী, চিকিৎসকে দপদপাই থকাৰ সময়তে শাসন প্ৰক্ৰিয়াতো ভাৰতীয়মূলীয় লোক প্ৰৱেশ কৰাটো ভাৰতৰ বাবেই শুভ লক্ষণ বুলি ৰাজনৈতিক মহলেও চৰ্চা আৰম্ভ কৰিছে। বিগত বৰ্ষত আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি হিচাপে শপত লৈছে ভাৰতীয় মূলৰ কমলা হেৰিছে।

বিশ্ব ৰাজনীতিত ভাৰতীয় মূলৰ আধিপত্য বাঢ়িছে তাৰ প্ৰমাণ কেৱল কমলা হেৰিছ অথৱা, ঋষি ছুনাকেই নহয়। বহিঃবিশ্বত সফলতাৰ শিখৰত বাঢ়িছে ভাৰতীয়মূলৰ দপদপনি। পৰ্তুগালৰ প্রধানমন্ত্রী এণ্টোনিঅ’ কোষ্টাও ভাৰতীয় মূলৰ আনহাতে গায়েনাৰ ৰাষ্ট্রপতি মহম্মদ ইৰফানো ভাৰতীয় মূলৰ। মৰিছাছৰ প্রধানমন্ত্রী প্রবীন্দ্র যুখনাওথো ভাৰতীয় মূলৰ হোৱাৰ বিপৰীতে দেশখনৰ ৰাষ্ট্রপতি পৃথ্বীৰাজ ৰূপাণো ভাৰতীয় বংশোদ্ভৱৰ। ছুৰিনামৰ ৰাষ্ট্রপতি চন্দ্রিকাপ্রসাদ সান্তোখি ভাৰতীয় মূলৰ হোৱাৰ উপৰিও আমেৰিকা, ব্রিটেইন, কানাডা, অষ্ট্ৰেলিয়া, দঃ আফ্ৰিকা, UAE-ৰ মন্ত্রী তালিকাত আছে বহুকেইগৰাকী ভাৰতীয়মূলীয় ব্যক্তি। শেহতীয়াকৈ ব্ৰিটেইনত গঠন হোৱা কেবিনেট মন্ত্ৰীসভাত আছে প্ৰীতি পেটেল আৰু ছুৱেলা ব্রুৱেৰমেন।

উল্লেখ্য যে ঋষিয়ে অহা ২৮ অক্টোবৰত ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত ল’ব। শপতগ্ৰহণৰ পূ্‌ৰ্বেই ভাৰতীয়মূলীয় ব্যক্তিয়ে ব্ৰিটেইনৰ শাসনভাৰ লোৱাত বহুতেই ঋষি কোন সেই সম্পৰ্কেও জানিবলৈ আগ্ৰহী হৈ উঠিছে। ঋষি হৈছে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰীৰ শাসনত বহা সৰ্বকনিষ্ঠ প্ৰধানমন্ত্ৰী। ব্ৰিটেইনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মাত্ৰ ৪২ বছৰীয়া এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ আসন শুৱনি কৰিব। অক্সফৰ্ড ইউনিভাৰ্চিটিত শিক্ষাগ্ৰহণ কৰা ঋষিয়ে ২০১৫ চনত সংসদীয় ৰাজনীতিত প্ৰবেশ কৰে। ২০১৫ চনত ঋষিয়ে এম পি হিচাপে ৰাজনীতিৰ পথাৰত ভৰি ৰাখে। তাৰ পিছতেই ২০২০ চনত ব্ৰিটেইনৰ কেবিনেট মন্ত্ৰীসভালৈ আহে ঋষি। বৰ্তমান দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ ল’বলৈ যোৱা ঋষিক শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব
জীৱনশৈলী

অবিশ্বাস্য! দিল্লীৰ যুৱকৰ শৰীৰত মহিলা প্ৰজনন অংগ! চিকিৎসকো হতভম্ব

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…
ভাৰত

পদুমৰ বিশেষ ব্যঞ্জনৰ পৰা মিনি কচোৰীলৈ…

September 12, 2026
Next Post
বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

বুৰ্জ খলিফাত এটা এপাৰ্টমেণ্টৰ দাম কিমান? কেনেকৈ ক্ৰয় কৰিব বুৰ্জ খলিফাত এপাৰ্টমেণ্ট?

ৱেইটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

ৱেইটাৰ ঋষিয়ে কেনেকৈ বিবাহৰ প্ৰস্তাৱ দিছিল ইনফ’ছিছৰ স্বত্বাধিকাৰী নাৰায়নমূৰ্তীৰ কন্যাক? অক্ষতাৰ সম্পত্তিৰ তালিকাই ৰাণী এলিজাবেথকো চেৰ পেলায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.