• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

2 years ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

5 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

6 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

6 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

7 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

8 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

9 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

10 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

10 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

11 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

12 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

13 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

editor by editor
November 15, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো
0
SHARES
498
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ, গোৱালপাৰাত দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুালে মাতৃ-পুত্ৰসহ ৩ গৰাকী, আহত কেইবাজনো

গোৱালপাৰা জিলাৰ ৰংজুলিত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰংজুলি থানাৰ অন্তৰ্গত দোসীমাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আল্ট্ৰা বাছ আৰু এখন চাৰি চকীয়া বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই৩ গৰাকীকৈ লোকে।

নিহত তিনি গৰাকীৰ ভিতৰত দুগৰাকী মহিলা আৰু এগন কিশোৰ৷ ৩ নিহতৰ লগতে আন কেইবাজনো লোক এই দুৰ্ঘটনাটোত আহত হয় । আহত সকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

দুৰ্ঘটনা সংঘটিত কৰা বাছখনৰ নম্বৰ As-25FC-3514 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ As01DL7799.

ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ৰংজুলি চিকিৎসালয়ত ভৰ্তি কৰায়।

দুৰ্ঘটনাত নিহত দুধনৈৰ ক্ৰমে মিনা ৰাভা (৪৩), মঞ্জু ৰায় (৫৫) আৰু কৃতো ৰায় (১৫) ৷ ইয়াৰে মিনা ৰাভা আৰু কৃতো ৰায় মাক পুতেক বুলি জানিব পৰা গৈছে। আনহাতে মঞ্জু ৰায় আত্মীয় বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মিনা ৰাভা দৰংগিৰি হায়েৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Goalapara policeGoalparta AccidentgolaparaRangjuli accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?
অসম

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

July 13, 2026
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 
অসম

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

July 13, 2026
Next Post
এই ৭ টা বস্তু ঘৰত ৰাখক, ধন-সম্পত্তি বাঢ়িব, মা লক্ষ্মীৰ আশীৰ্বাদ পাব

এই ৭ টা বস্তু ঘৰত ৰাখক, ধন-সম্পত্তি বাঢ়িব, মা লক্ষ্মীৰ আশীৰ্বাদ পাব

আজি ৰাস পূৰ্ণিমা, শ্ৰীকৃষ্ণই কিয় বিয়া নকৰালে প্ৰেয়সী ৰাধাক?

আজি ৰাস পূৰ্ণিমা, শ্ৰীকৃষ্ণই কিয় বিয়া নকৰালে প্ৰেয়সী ৰাধাক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.