• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

2 years ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

5 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

5 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

6 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

7 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

8 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

8 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

9 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

9 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

10 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

11 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

12 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

editor by editor
October 20, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজিৰ দিল্লীৰ ঘটনাৰ কি আছিল উদ্দেশ্যে, বগা পাউদাৰ উদ্ধাৰ হোৱাৰ পাছত অধিক চাঞ্চল্য

আজি দেওবাৰে ৰাজধানী দিল্লীৰ এখন বিদ্যালয়ৰ সমুখত সংঘটিত হোৱা বিস্ফোৰৰ পাছতে চাঞ্চল্যই বিৰাজ কৰি আছে। উত্তৰ-পশ্চিম দিল্লীৰ ৰোহিনী অঞ্চলৰ চি আৰ পি এফ স্কুলৰ সমীপত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

এই গোচৰৰ তদন্তৰ দায়িত্ব নিয়াৰ হাতত অৰ্পণ কৰা হৈছে। সূত্ৰ অনুসৰি বোমাটো স্থাপন কৰা ব্যক্তিজনে কেৱল এটা বাৰ্তা আৰু সংকেত দিব বিচাৰিছিল, সেয়েহে চি আৰ পি এফ বিদ্যালয়ৰ দেৱালখনক লক্ষ্য কৰি লোৱা হৈছিল।

আৰক্ষীৰ সূত্ৰই কয় যে, “যিদৰে দেৱালখনৰ সমীপত বিস্ফোৰণ ঘটিছিল আৰু পুৱা আক্ৰমণ সংঘটিত হৈছিল, ইয়াৰ পৰা দেখা গৈছে যে ইয়াৰ উদ্দেশ্য আছিল কেৱল বাৰ্তা প্ৰেৰণ কৰা। ইয়াৰ দ্বাৰা কোনো ডাঙৰ ক্ষতি কৰা লক্ষ্য নাছিল।” ৰিপৰ্টত এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়, “বিস্ফোৰণৰ পিছত এটা দুৰ্গন্ধ আহি আছিল।” স্থানীয় ৰাইজ আৰু আৰক্ষী বিষয়াসকলেও অনুভৱ কৰিছিল সেই দুৰ্গন্ধ।

আনফালে তদন্তকাৰী সংস্থাই বিস্ফোৰণ ঘটা ঠাইত পৰি সিঁচৰিত হৈ থকা অৱস্থাত উদ্ধাৰ কৰিছে কিছু বগা গুড়ি। বিশ্বাস কৰা হয় যে এই খাৰুৱা বোমাটো হয়তো এমোনিয়াম ফছফেট আৰু কিছুমান ৰাসায়নিক পদাৰ্থ মিহলাই তৈয়াৰ কৰা হৈছিল।

বিস্ফোৰণৰ পিছত সেই স্থানৰ পৰা এফ এছ এল, চি আৰ পি এফ আৰু এন এছ জিয়ে কণা সংগ্ৰহ কৰিছে। তদন্তৰ অন্ততহে গম পোৱা যাব কোনটো ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰি বোমাটো নিৰ্মাণ কৰা হৈছে। সেই স্থানৰ পৰা কিছু তাঁৰ উদ্ধাৰ হৈছে যদিও ইতিমধ্যে সেই স্থানত আছিল নে নাই তদন্ত চলি আছে। তদন্তৰ প্ৰতিবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ পিছত আমি জানিব পাৰিম যে বিস্ফোৰণৰ আঁৰৰ উদ্দেশ্য কি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CRPF SchoolCRPF School BlastdelhiDelhi blastDelhi School Blast
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
সাৱধান! আপোনাৰ আঙুলি বা ছালত দেখা দিছে নেকি এই সমস্যা, হ’ব পাৰে কলেষ্টৰেলৰ সমস্যা

সাৱধান! আপোনাৰ আঙুলি বা ছালত দেখা দিছে নেকি এই সমস্যা, হ'ব পাৰে কলেষ্টৰেলৰ সমস্যা

দৈনিক ৰাশিফল- আজি কাতি মাহৰ কৃষ্ণ পঞ্চমীৰ অমৃত সিদ্ধি যোগ, প্ৰায় সকলো কামতে সফলতা লাভ কৰিব এই ৰাশিয়ে

দৈনিক ৰাশিফল- আজি কাতি মাহৰ কৃষ্ণ পঞ্চমীৰ অমৃত সিদ্ধি যোগ, প্ৰায় সকলো কামতে সফলতা লাভ কৰিব এই ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.