• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

1 year ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

4 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

4 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

4 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

4 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

4 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

4 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

5 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

editor by editor
November 13, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ
0
SHARES
107
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভংগ হোৱাৰ দিশে ৰোহিত-বিৰাটৰ বিশ্ব ৰেকৰ্ড, ৰেকৰ্ড ভংগ কৰাৰ দিশে পাকিস্তানি ক্ৰিকেটাৰ

এদিনীয়া শৃংখলাত অষ্ট্ৰেলিয়াক পৰাস্ত কৰাৰ পিছত পাকিস্তান দল এইবাৰ টি-২০ শৃংখলাৰ বাবে সাজু হৈছে। কাইলৈ ​​১৪ নৱেম্বৰ পৰা তিনিখন মেচৰ টি-২০ ছিৰিজ আৰম্ভ হ’ব। প্ৰথমখন খেল দিনৰ ১.৩০ বজাৰ পৰা গাবাত অনুষ্ঠিত হ’ব।

এই খেলতেই পাকিস্তানৰ অভিজ্ঞ বেটছমেন বাবৰ আজম বিশেষ কৃতিত্ব অৰ্জন কৰাৰ দিশে অগ্ৰসৰ হব। নতুন বিশ্ব ৰেকৰ্ড কৰাৰ দিশে অগ্ৰসৰ হব বাবৰ। ভংগ কৰিব বাৰতৰ দুই মহান খেলুৱৈ ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ বিশ্ব ৰেকৰ্ড ।

উল্লেখ্য যে, টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ বিশেষ কৃতিত্ব টেষ্ট আৰু এদিনীয়া ফৰ্মেটৰ অধিনায়ক ৰোহিত শৰ্মাৰ নামত লিপিবদ্ধ হৈ আছে। ‘হিটমেন’ শৰ্মাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে ২০০৭ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১৫৯খন মেচত অংশ লৈছিল। ইফালে ১৫১টা ইনিংছত ৩২.০৫ গড়ে ৪২৩১ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে পাকিস্তানৰ তাৰকা বেটছমেন বাবৰ আজমে ২০১৬ চনৰ পৰা ১২৩খন মেচ খেলি ১১৬টা ইনিংছত গড়ে ৪১.০৩ ৰান সংগ্ৰহ কৰি ৪১৪৫ ৰান সংগ্ৰহ কৰিছে। আগন্তুক মেচত যদি তেওঁ আৰু ৮৭ ৰান সংগ্ৰহ কৰে তেন্তে টি-২০ত সৰ্বাধিক ৰান কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হ’ব।

বৰ্তমান সৰ্বাধিক ৰান সংগ্ৰহৰ ক্ষেত্ৰত ৰোহিত শৰ্মা (৪২৩১) শীৰ্ষত আছে। তেওঁৰ পিছতে দ্বিতীয় স্থানত বিৰাট কোহলীৰ নাম। যিয়ে ২০১০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ১২৫খন মেচ খেলিছিল আৰু ১১৭টা ইনিংছত গড়ে ৪৮.৬৯ ৰানত ৪১৮৮ ৰান সংগ্ৰহ কৰিছিল।

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহ কৰা শীৰ্ষ ৫ জন বেটছমেন
৪২৩১ ৰান – ৰোহিত শৰ্মা – ভাৰত
৪১৮৮ ৰান – বিৰাট কোহলী – ভাৰত
৪১৪৫ ৰান – বাবৰ আজম – পাকিস্তান
৩৬৫৫ ৰান – পল ষ্টাৰলিং – আয়াৰলেণ্ড
৩৫৩১ ৰান – মাৰ্টিন গুপটিল – নিউজিলেণ্ড

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Babar AzamcricketIndian CrickterPakistani Cricketerrohit sarmavirat kohli
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?
বাণিজ্য

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

February 22, 2026
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি
জীৱনশৈলী

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

February 22, 2026
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট
জীৱনশৈলী

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

February 22, 2026
Next Post
ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

ৰোগী ৰূপ ধৰি কেঞ্চাৰ চিকিৎসকৰ কাষ চাপিল যুৱক, তাৰ পাছতে ঘটিল অঘটন, চাৰিওফালে হাহাকাৰ

বাঢ়িছে সূৰ্যৰ তাপমাত্ৰা, কি প্ৰভাৱ পৰিব মহাকাশ আৰু পৃথিৱীত?

বাঢ়িছে সূৰ্যৰ তাপমাত্ৰা, কি প্ৰভাৱ পৰিব মহাকাশ আৰু পৃথিৱীত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.