• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩৭ বছৰীয়া পুৰণি দেশ কঁপাই যোৱা ৰূপ কোঁৱৰ ঘটনাৰ ৰায়দান, সকলো অভিযুক্তক দোষমুক্ত

৩৭ বছৰীয়া পুৰণি দেশ কঁপাই যোৱা ৰূপ কোঁৱৰ ঘটনাৰ ৰায়দান, সকলো অভিযুক্তক দোষমুক্ত

2 years ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

16 minutes ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

1 hour ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

2 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

13 hours ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

14 hours ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

14 hours ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

16 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

16 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

17 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

17 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

18 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

৩৭ বছৰীয়া পুৰণি দেশ কঁপাই যোৱা ৰূপ কোঁৱৰ ঘটনাৰ ৰায়দান, সকলো অভিযুক্তক দোষমুক্ত

editor by editor
October 9, 2024
in বিবিধ, বিশ্ব, ভাৰত, লেখা
0
৩৭ বছৰীয়া পুৰণি দেশ কঁপাই যোৱা ৰূপ কোঁৱৰ ঘটনাৰ ৰায়দান, সকলো অভিযুক্তক দোষমুক্ত
0
SHARES
601
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৩৭ বছৰীয়া পুৰণি দেশ কঁপাই যোৱা ৰূপ কোঁৱৰ ঘটনাৰ ৰায়দান, সকলো অভিযুক্তক দোষমুক্ত

আজিৰ পৰা ৩৭ বছৰ পূৰ্বে ৰাজস্থানৰ ছিকাৰ জিলাৰ ডিৱৰালাত সংঘটিত হৈছিল এক দেশ কঁপাই যোৱা ঘটনা। যি ঘটনাত এগৰাকী ১৮ বছৰীয়া নৱবিবাহিতাই সতীদাহ গৈছিল। সেই ঘটনাৰেই আজি ৰায়দান দিয়ে। জয়পুৰৰ সতী প্ৰতিৰোধৰ বিশেষ আদালতে দ্বিতীয়টো ৰায়দান কৰাৰ সময়তে মহিলা মণ্ডলৰ সতী প্ৰথাৰ ৮জন অভিযুক্ত আটাইকেইজনকে দোষমুক্ত কৰে।

জয়পুৰ নিবাসী ৰূপ কোঁৱৰৰ বিবাহ হৈছিল মাল সিং শ্বেখাৱতৰ সৈতে। পাছে বিবাহৰ মাথো ৪ মাহৰ পাছতে মৃত্যু হয় মাল সিঙৰ। তেতিয়া ৰূপ কোঁৱৰৰ বয়স আছিল মাত্ৰ ১৮ বছৰ। মাল সিঙৰ মৃত্যুৰ ঠিক পিছদিনাই ৰূপ কোঁৱৰে স্বামীৰ চিতাত বহি সতী কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন হৈছিল।

১৯৮৭ চনৰ ৪ ছেপ্টেম্বৰত সংঘটিত হোৱা এই ঘটনাই সমগ্ৰ দেশতে উত্তাল কৰি তুলিছিল। গোচৰটোৰ তদন্তত দেখা গৈছিল যে ৰূপ কোঁৱৰে ইচ্ছাকৃতভাৱে সতী যোৱা নাছিল। আনহাতে পৰিয়ালৰ লোকে কৈছিল যে ৰূপে নিজেই সতী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল। এই গোচৰৰ মূল অভিযুক্ত আছিল ৰূপৰ শহুৰেক সুমেৰ সিং।

তথ্য অনুসৰি মাল সিঙৰ মৃত্যুৰ সময়ত ৰূপ আছিল তেওঁৰ মাতৃগৃহত। মাল সিঙৰ পূৰ্বৰে পৰা কোনো বেমাৰ হৈ আছিল, খবৰ পাই পত্নী ৰূপ স্বামীৰ কাষলৈ আহিছিল। পাছে ২ দিনৰ পাছতে প্ৰাণ হেৰুৱাইছিল মাল সিঙে।

স্বামীৰ মৃত্যুৰ পাছতে উৰাবাতৰি বিয়পি পৰে যে ৰূপ সতী যাব বিচাৰিছে। পৰিয়ালৰ অন্য লোক তথা গাঁৱৰ ৰাইজে এই কথাত বাধা দিয়াৰ সলনি নথৈ আনন্দিত হে হৈছিল। অৱশেষত হাতত এটা নাৰিকল তুলি দি কইনাৰ দৰে সজাই জোৰকৈ স্বামী মাল সিঙৰ চিতাত বহিবলৈ দিয়া হৈছিল। স্বামীৰ মৃতদেহৰ লগতে জীৱন্তে জ্বলি গৈছিল ৰূপ কোঁৱৰো।

সেই ঘটনাৰেই ৮ অভিযুক্তক আজি দোষমুক্ত ঘোষণা কৰে। ইয়াৰ পূৰ্বে ২০০৪ চনৰ ৩১ জানুৱাৰীত আদালতে ১১জন অভিযুক্তক দোষমুক্ত কৰিছিল। কোনো এজন অভিযুক্তৰ বিৰুদ্ধে কোনো সঠিক প্ৰমাণ নথকাৰ বাবেই এইদৰে ৰেহাই পাই সকলো অভিযুক্তই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: rajasthanRajasthan Sati dahRup KuwarRup Kuwar caseSatidahSatidah Pratha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!
জীৱনশৈলী

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

September 21, 2026
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

September 21, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

September 21, 2026
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
Next Post
কাইলৈ মহাসপ্তমীৰ দিনা গোটেই দিনটো সুকৰ্ম যোগ, এই ৫ ৰাশিয়ে দেৱীৰ কৃপা লাভ কৰিব

কাইলৈ মহাসপ্তমীৰ দিনা গোটেই দিনটো সুকৰ্ম যোগ, এই ৫ ৰাশিয়ে দেৱীৰ কৃপা লাভ কৰিব

ৰতন টাটাৰ ৰূপত অমূল্য ৰত্ন হেৰুৱালে ভাৰতে

ৰতন টাটাৰ ৰূপত অমূল্য ৰত্ন হেৰুৱালে ভাৰতে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.