• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

4 months ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

22 minutes ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

53 minutes ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

1 hour ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

2 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

3 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

3 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

4 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

4 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

4 hours ago
বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

বিজেপি এৰিলে সীমান্ত শেখৰে, অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদো কৰিলে ত্যাগ

5 hours ago
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

5 hours ago
কম বয়সতে মাইগ্ৰেইন হৈছে নেকি? বিশেষজ্ঞসকলৰ পৰা জানক প্ৰধান কাৰণ

টোপনিৰ পৰা উঠিলেই মূৰৰ বিষ? বিপদৰ পূৰ্বেই হওক সাৱধান!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

editor by editor
June 2, 2026
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ
0
SHARES
420
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
হঠাৎ নগদ ধনৰ প্ৰয়োজন হলে পাৰ্ছলেন লোনেই একমাত্ৰ ভৰসা৷ আৰু সেই টকা যিকোনো প্ৰয়োজনত খৰচ কৰিব পাৰে৷ সেয়া বিবাহেই হওক বা বিদেশলৈ যোৱাই হওক, কিংবা ঘৰৰ মেৰামতি কৰাই হওক৷ হোম লোন বা কাৰ লোনৰ দৰে নিৰ্দিষ্ট বিষয়ত খৰচ কৰাতো কোনো বাধ্যবাধকতা নাই৷

পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ

পাৰ্ছনেল লোনত বৰ্তমান সুদৰ হাৰ ৮.৫৫ শতাংশৰ পৰা আনুমানিক ৩৬ শতাংশ পৰ্যন্ত হব পাৰে৷ সুদৰ হাৰ নিৰ্ধাৰিত হয় ঋণগ্ৰহীতাৰ ক্ৰেডিট স্কোৰ, আয়ৰ ওপৰত ভিত্তি কৰি৷ পাৰ্ছনেল লোন মানে আনছিকিউৰড লোন সেয়ে সুদৰ হাৰো বেছি৷

পাৰ্ছনেল লোন পৰিশোধৰ পদ্ধতি

ঋণগ্ৰহীতাই সম্পূৰ্ণ ম্যাদত নিয়মিতভাৱে ঋণ পৰিশোধ কৰিব পাৰে৷ ঋণৰ বোজা কমাব খুজিলে প্ৰিক্লোজ কৰাৰ সুবিধাও আছে৷ ঋণ শেষ হলেই পাৰ্ছনেল লোন বন্ধ নহয়৷ ইয়াৰ নিৰ্দিষ্ট পদ্ধতি আছে সেয়া মানিব লাগে৷ এই সকলো বিষয় মূৰত নাৰাখিলে ঋণগ্ৰহীতা অসুবিধাত পৰিব পাৰে৷ ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ পাৰ্ছনেল লোন ললে প্ৰতি মাহত কিমান টকা EMI দিব লাগিব?
ICICI বেংকৰ পাৰ্ছনেল লোনৰ ক্ষেত্ৰত প্ৰতি বছৰে ১০.৮৫ শতাংশ সুদ অফাৰ কৰিছে৷ এই সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে প্ৰতিমাহে ২৬,০০১ টকা EMI হিচাপে দিব লাগিব৷ এইবাৰ দেখা যাওক সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদৰ বাবদ কিমান টকা দিব লাগিব?
প্ৰতিবছৰে ১০.৮৫ শতাংশ সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদৰ বাবদ মুঠ ৩,৬০,০৭৪ টকা দিব লাগিব৷ প্ৰতিবছৰে ১০.৮৫% সুদৰ হাৰ অনুসৰি ICICI বেংকৰ পৰা ৫বছৰৰ বাবে ১২ লাখ টকাৰ পাৰ্ছনেল লোন ললে সুদ আৰু প্ৰকৃত মিলি বেংকক মুঠ ১৫,৬০,০৭৪ টকা পৰিশোধ কৰিব লাগিব৷ এইক্ষেত্ৰত মূৰত ৰাখিব লাগিব যে প্ৰতি বছৰে ১০.৮৫%সুদৰ হাৰত পাৰ্ছনেল লোন পাবলৈ হলে ছিবিল স্কোৰ ভাল হ’ব লাগিব৷ অৰ্থাৎ ছিবিল স্কোৰ ভাল নহলে পাৰ্ছনেল লোনৰ সুদৰ হাৰ আৰু বাঢ়িব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!
অপৰাধ

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

September 22, 2026
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ
জীৱনশৈলী

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

September 22, 2026
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ
অপৰাধ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

September 22, 2026
Next Post
৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

৬৩০টা উইকেট, ৬১৭৬ ৰানৰ ৰেকৰ্ড, টিম ইণ্ডিয়াৰ নতুন স্পিন বোলিং কোচ ছাইৰাজ, ক’ত কিয় বিখ্যাত ছাইৰাজ?

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

ভাগ্যৰ দুৱাৰ মুকলি হ'ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.