• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

1 year ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

26 minutes ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

1 hour ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

2 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

3 hours ago
গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

গৱেষণাত চিন্তনীয় তথ্য! কেনেকৈ খাব চাহ বা কফি?

4 hours ago
কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

কোন ৰাশিয়ে পাব আৰ্থিক সকাহ? কোন ৰাশিৰ লোকৰ বাঢ়িব অস্থিৰতা?

4 hours ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

12 hours ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

13 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

14 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

14 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

15 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

editor by editor
April 21, 2025
in বাণিজ্য
0
প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ
0
SHARES
2.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চৰকাৰে বিভিন্ন বিনিয়োগ প্ৰকল্প পৰিচালনা কৰে যিয়ে মানুহক ভাল মুনাফা অৰ্জনৰ সুযোগ দিয়ে৷ এনে এক প্ৰকল্প হৈছে পোষ্ট অফিচ পিপিএফ বা পাবলিক প্ৰভিডেণ্ট ফাণ্ড স্কিম৷ পোষ্ট অফিচৰ পিপিএফ স্কিমত অলপ পৰিমাণে বিনিয়োগ কৰিলেই আপুনি সময়ৰ সৈতে এক বৃহৎ তহবিল তৈয়াৰ কৰিব পাৰে৷ এই প্ৰতিবেদনত পোষ্ট অফিচৰ এই বিশেষ প্ৰকল্প সম্পৰ্কে লিখা হৈছে৷

সকলোৱে এনে এক প্ৰকল্পত বিনিয়োগ কৰিব খোজে য’ত বেছি পৰিমাণে ৰিটাৰ্ণ পোৱা যায়৷ তেনে এক প্ৰকল্প হৈছে পোষ্ট অফিচ পিপিএফ একাউণ্ট৷ নিয়মিতভাৱে অলপ পৰিমাণে বিনিয়োগ কৰিয়েই আপুনি এক উন্নেখযোগ্য তহবিল তৈয়াৰ কৰিব পাৰে৷ উল্লেখযোগ্য পৰিমাণে সুদো পোৱা যায়৷

পোষ্ট অফিচৰ পিপিএফ প্ৰকল্প কি?

পোষ্ট অফিচৰ পিপিএফ প্ৰকল্প হৈছে এক দীৰ্ঘম্যাদি বিনিয়োগ পৰিকল্পনা৷ ইয়াত প্ৰতি বছৰে ৫০০ টকাৰ পৰা ১.৫০লাখ টকা পৰ্যন্ত বিনিয়োগ কৰা হয়৷ এই প্ৰকল্পৰ ম্যাদ ১৫ বছৰ৷ অৰ্থাৎ আপুনি ১৫ বছৰ ধৰি একেৰাহে বিনিয়োগ কৰিব লাগিব৷ বৰ্তমান পিপিএফত সুদৰ হাৰ বাৰ্ষিক প্ৰায় ৭.১শতাংশ৷

আপুনি কিমান আয় কৰিব পাৰিব?

আপুনি প্ৰতিদিনে ৭০ টকাকৈ সঞ্চয় কৰিলে বছৰত আপোনাৰ জমা হ’ব প্ৰায় ২৫০০০ টকা৷

পোষ্ট অফিচৰ পিপিএফ প্ৰকল্পত ১৫ বছৰ ধৰি বাৰ্ষিক ২৫০০০ টকা বিনিয়োগ কৰিলে আপোনাৰ মুঠ বিনিয়োগ হ’ব ৩,৭৫,০০০টকা৷

৭.১ শতাংশ সুদৰ হাৰত ১৫ বছৰৰ পাছত এই পৰিমাণ হ’ব ৬,৭৮,০৩৫ টকা৷

ইয়াৰ মাজত ৩,০৩,০৩৫ টকা হ’ব মুঠ আৰ্জিত সুদ৷

ম্যাদৰ শেষত লাভ

১৫ বছৰৰ শেষত আপোনাৰ ৩,৭৫,০০০টকাৰ বিনিয়োগ বাঢ়ি ৬,৭৮,০৩৫ টকা হ’ব৷ যাৰ ফলত আপুনি প্ৰায় ৩লাখ টকা লাভ কৰিব পাৰিব৷

পোষ্ট অফিচ পিপিএফ প্ৰকল্পৰ বাবে কেনেকৈ আবেদন কৰিব?

পিপিএফ একাউণ্ট সৰবৰাহকাৰী নিকটতম পোষ্ট অফিচলৈ যাওক৷

ব্যক্তিগত বিৱৰণসহ পিপিএফ একাউণ্ট খোলাৰ ফৰ্মখন ফিলআপ কৰক৷

পৰিচয়পত্ৰ, ঠিকনাৰ প্ৰমাণপত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ছবি জমা দিব লাগিব৷

সৰ্বনিম্ন ৫০০ টকা বাৰ্ষিক ১.৫লাখ টকা পৰ্যন্ত বিনিয়োগ কৰক৷

একাউণ্টৰ বিৱৰণসহ এখন পিপিএফ পাছবুক পাব৷ ১৫ বছৰ ধৰি এক উল্লেখযোগ্য তহবিল তৈয়াৰ কৰিবলৈ নিয়মিত অৰ্থ জমা কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?
প্ৰযুক্তি

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

September 11, 2026
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা
বাণিজ্য

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

September 11, 2026
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ
প্ৰযুক্তি

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

September 10, 2026
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!
প্ৰযুক্তি

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

September 10, 2026
Next Post
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

মঙ্গলবাৰে দিনজুৰি থাকিব সৰ্বাৰ্থ সিদ্ধি যোগ, বজৰংবলীয়ে ৰক্ষা কৰিব এই ৫ৰাশিক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.