• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

2 years ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

36 minutes ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

1 hour ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

2 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

3 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

4 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

5 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

5 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

6 hours ago
দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

দেৰিকৈ খায় নেকি ৰাতিৰ আহাৰ? অজানিতে শৰীৰলৈ নিমন্ত্ৰণ দিছে এই মাৰাত্মক ৰোগ

7 hours ago
ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

ৰাম মন্দিৰৰ দানপাত্ৰ চুৰি গোচৰ, চম্পট ৰায় আৰু অনিল মিশ্ৰক ক্লীন-শ্বীট SITৰ

7 hours ago
ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

ৰাণী স্বৰ্ণকাৰেৰে বিতৰ্কৰ মাজতে এইবাৰ আকৌ কি নতুন বিতৰ্কত গোবিন্দ?

7 hours ago
গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

গোপন অংগৰ বাবেই ১৬ বছৰীয়া কিশোৰক হ*ত্যা

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

editor by editor
July 12, 2024
in বিবিধ, বিশ্ব
0
অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অঘটন, মেৰামতিৰ পাছত পুনৰ যাত্ৰা কৰা যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলট সহ সকলো ক্ৰু মেম্বাৰ নিহত

ৰাছিয়াৰ পৰা আহিছে এক অতিকে দুখজনক খবৰ। মেৰামতি কৰি পুনৰ যাত্ৰা কৰা এখন যাত্ৰীবাহী জেট বিমান দুৰ্ঘটনাগ্ৰস্ত । দুৰ্ঘটনাত পৰি বিমান খনত যাত্ৰা কৰি থকা কেউজনৰে মৃত্যু হয়। আজি ১২ জুলাই তাৰিখ শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনা।

দুৰ্ঘটনাতটোত বিমানখনত থকা পাইলট সহ ক্ৰু মেম্বাৰ মুঠ ৩ গৰাকী লোকে প্ৰাণ হেৰুৱাই। সৌভাগ্যৰ কথা যে, যাত্ৰাৰ সময়ত এই বিমানত কোনো যাত্ৰী নাছিল। ৰাছিয়াৰ জৰুৰীকালীন বিষয়াসকলে জনোৱা মতে, বিমানখন চুখয় ছুপাৰজেট ১০০ আৰু মস্কো অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা।

খবৰ অনুসৰি এই বিমানখন গেজপ্ৰম এভিয়া বিমান সংস্থাৰ আছিল। কোৱা হৈছে যে এই বিমানখন ৰাছিয়াৰ ৰাজধানী মস্কোৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰত্বত থকা লুখোভিট্চিত বিমান নিৰ্মাণ কাৰখানাৰ পৰা উৰা মাৰিছিল। এই বিমানখন নিৰ্মাণ কাৰখানাটোত মেৰামতি কৰা হৈছিল। ইয়াৰ পৰা উৰা মৰাৰ পিছত মস্কোৰ ভনুকুৱ বিমানবন্দৰলৈ গৈ আছিল যদিও দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

https://x.com/Osint613/status/1811755749057413518

এতিয়ালৈকে পোৱা তথ্য অনুসৰি কলমনা চহৰৰ ওচৰৰ বনাঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে। বিমানখন দুৰ্ঘটনাৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিমানখনৰ  মেৰামতিৰ অন্তত পৰীক্ষামূলক ভাৱে চলাই আছিল। কিন্তু এই পৰীক্ষামূলক বিমানখন বিফল হয় য’ত ৩ জন লোকৰ মৃত্যু হয়। বিষয়টোৰ তদন্ত আৰম্ভ কৰা হৈছে।

এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰাছিয়াৰ সৰ্ববৃহৎ অপৰাধ অনুসন্ধান সংস্থা ‘দ্য ইনভেষ্টিগেচন কমিটীয়ে। উল্লেখ্য যে ২০১৯ চনৰ মে’ মাহতো এখন চুখয় ছুপাৰজেট দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই ঘটনাত ৪১ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই বিষয়ৰ তদন্তত পাইলটৰ ভুল পোহৰলৈ আহিছিল। পাইলটে তীব্ৰ বেগত ইন্ধন ভৰ্তি বিমানখন অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল। যাৰ বাবেই সংঘটিত হৈছিল ২০১৯ৰ দুৰ্ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Crew MemberFlightFlight AccidentFlight ClashJet FlightPilot Died
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি
অসম

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!
জীৱনশৈলী

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

August 18, 2026
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?
জীৱনশৈলী

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

August 18, 2026
Next Post
ৰাহু শনিৰ অশুভ যোৰ, ১৮ মাহলৈ এই ৩ ৰাশিৰ লোকৰ সমস্যা থাকিব

ৰাহু শনিৰ অশুভ যোৰ, ১৮ মাহলৈ এই ৩ ৰাশিৰ লোকৰ সমস্যা থাকিব

চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

চৰকাৰীৰ আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীলৈ ভাল খবৰ, লগতে গ্ৰেড৩-গ্ৰেড৪ সন্দৰ্ভতো বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.