• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

3 years ago
শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

24 minutes ago
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

50 minutes ago
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

1 hour ago
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

2 hours ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

11 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

12 hours ago
কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

12 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

13 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

14 hours ago
বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

14 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

15 hours ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ

editor by editor
October 21, 2023
in জীৱনশৈলী, বিশ্ব, ৰাজনীতি, লেখা
0
বুটাম টিপিলেই নিউক্লিয়াৰ এটাক! পুটিনে হাতত লৈ ফুৰিছে বিশেষ ব্ৰীফকেচ
0
SHARES
702
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাৰমানৱিক গোপন কোড লৈ চীন ভ্ৰমণত আছে ৰুছ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিন। ‘চেগেট’ ব্ৰীফকেছ হাতত লৈ বেইজিং ভ্ৰমণত দেখা গৈছে ৰুছ প্ৰেছিডেণ্টক। পাৰমানৱিক অস্ত্ৰ ব্যৱহাৰৰ সময়ত এই ‘চেগেট’ ব্ৰীফকেচে কেনেকৈ কাম কৰিব? প্ৰতিৰক্ষা বিশেষজ্ঞই কি কয়?

চেগেট ব্ৰীফকেচত থাকে কমিউনিকেছনৰ ছেট-আপ। ইয়াৰ মাধ্যমেৰে ৰকেট ফৰ্ছক পাৰমানৱিক আক্ৰমণৰ নিৰ্দেশ দিব পাৰে ৰুছ প্ৰেছিডেণ্ট পুটিনে। বিশ্বৰ যিকোনো প্ৰান্তৰ পৰাই এই অৰ্ডাৰ দিব পাৰে পুটিনে। সূত্ৰৰ খবৰ অনুসৰি চেগেটৰ ভিতৰৰ অংশৰ গঠন সৰুসুৰা কম্পিউটাৰ দৰেই। ইয়াত আছে একাধিক ছুইচ। যাৰ এটা অংশ অন কৰিলেই ৰুছ ৰকেট বাহিনীৰ ওচৰলৈ যাব পাৰমানৱিক আক্ৰমণৰ চিগনেল। যি নেটৱৰ্কৰ মাধ্যমেৰে চেগেটে এই কাম কৰিব পাৰে। ইয়াৰ ভিতৰত থকা এই বিশেষ ছুইচৰ নাম হৈছে ‘কাজবেক’ ইলেক্ট্ৰনিক কামাণ্ড এণ্ড কন্ট্ৰল। উল্লেখ্য যে শীতল যুদ্ধৰ সময়ত নিউক্লিয়াৰ কোডৰ ব্ৰীফকেচ তৈয়াৰৰ পৰিকল্পনা কৰিছিল ৰাছিয়াই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সকলোসময়তে এই বিশেষ ব্ৰীফকেচ লগত ৰাখে। ৰাছিয়াৰ এই পদ্ধতিকেই অনুসৰণ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰইয়ো।

১৯৯০-১৯৯১ ৰ পৰাই এই চেগেট এক্টিভ কৰি ৰাখিছে ৰাছিয়াই। সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি আছিল মিখাইল গৰ্বাছেভ। বৰ্তমান প্ৰেছিডেণ্ট পুটিনৰ ওপৰিও এই চেগেট আছে ৰুছ সেনাপ্ৰধানৰ ওচৰতো। আন্তৰাষ্ট্ৰীয় বহুকেইটা সংবাদ মাধ্যমৰ দাবী যে প্ৰেছিডেণ্ট হোৱাৰ পাছৰে পৰা এটা ছেকেণ্ডৰ বাবেও ৰুছ ৰাষ্ট্ৰপতি বাহিৰলৈ নোলায়। এই নিউক্লিয়াৰ কোড সম্বলিত বিশেষ ব্ৰিফকেচ কেতিয়াও জনবহুল এলেকাত মুকলিকৈ নেদেখুৱাই ৰাষ্ট্ৰপতি পুটিনে। পুটিনৰ চীন চফৰতহে প্ৰথমবাৰৰ বাবে এই ব্ৰীফকেচ সংবাদমাধ্যমৰ কেমেৰাত বন্দী হৈছে। জানিবুজিয়েই এই ছবি তুলিবলৈ দিছে নেকি পুটিনে সেই কথাও চৰ্চালৈ আহিছে।

এই ৰুছ চেগেট কঢ়িয়াই ৰুছ নৌসেনাৰ অধিকাৰীয়েই। বেইজিঙত চীনৰ প্ৰেছিডেণ্টৰ সৈতে ঝি জিনপিঙৰ সৈতে হোৱা বৈঠকৰ পাছতেই প্ৰেছিডেণ্ট পুটিন বাহিৰলৈ ওলাই আহোতে তেওঁৰ সৈতে আছিল দুজন নৌ সেনা অফিচাৰ। তেওঁলোকৰ হাততেই আছিল চেগেট। ককেছাচ পৰ্বতমালাৰ মাউণ্ট চেগেটৰ নামেৰে এই ব্ৰিফকেচৰ নাম ৰাখিছে ৰাছিয়াই। মস্কোৰ চৰকাৰী সংবাদমাধ্যমৰ দাবী যে এই ব্ৰীফকেচ অবিহনে ৰুছ প্ৰেছিডেণ্টে কোনো বিদেশ ভ্ৰমণ নাৰাখে।

বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন আক্ৰমণ কৰিছে ৰাছিয়াই। এই যুদ্ধৰ বাবে পুটিনকেই সম্পূৰ্ণৰূপে দোষী সাব্যস্ত কৰিছে আমেৰিকাসহ পশ্চিমীয়া প্ৰায়কেইখন দেশেই। প্ৰেছিডেণ্ট পুটিনৰ বিৰুদ্ধে জাৰি হৈছে গ্ৰেফতাৰি পাৰোৱানাও। প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী যে বিদেশ ভ্ৰমণৰ সময়ত কোনোৱে যাতে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰে তাৰবাবেই এই ব্ৰীফকেচ কঢ়িয়াই পুটিনে। কোনোৱে যদি পুটিনক গ্ৰেপ্তাৰৰ চেষ্টা কৰে তেন্তে পাৰমানৱিক আক্ৰমণৰ নিৰ্দেশ দিব পুটিনে। কিন্তু হামাছ ইজৰাইলৰ যুদ্ধৰ সময়ত এইদৰে ব্ৰীফকেচ লৈ ঘূৰা ফুৰা কৰাটো উদ্বেগৰ বিষয় বুলি প্ৰকাশ কৰিছে বিশেষজ্ঞৰ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰই মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব, ১০ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

May 8, 2026
আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?
জীৱনশৈলী

আজিৰ ৰাশিফলঃ সৰ্বাৰ্থ সিদ্ধি যোগৰ সৈতে ৰবি যোগ, মা লক্ষ্মীয়ে কৃপা কৰিব কোন কোন ৰাশিক?

May 8, 2026
সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ
জীৱনশৈলী

সোমবাৰে ৰাশি সলনি কৰিব মঙ্গলে, মঙ্গলৰ ৰাশি সলনিয়ে বিপদ মাতি আনিব এই ৫ৰাশিৰ জীৱনলৈ

May 8, 2026
মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?
জীৱনশৈলী

মাজ আকাশত ফ্লাইটত মহুৱা মৈত্ৰৰ সৈতে দুৰ্ব্যৱহাৰ, চাওক এই ভিডিঅ’, কি হৈছে মহুৱাৰ সৈতে?

May 8, 2026
Next Post
‘গৰিমা মোৰ দুখৰ দিনৰ লখিমী’ জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, গৰিমাৰ শইকীয়া গাৰ্গৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

'গৰিমা মোৰ দুখৰ দিনৰ লখিমী’ জুবিন গাৰ্গৰ দুখৰ দিনৰ লখিমীৰ ওপজা দিন, গৰিমাৰ শইকীয়া গাৰ্গৰ এই প্ৰতিভাৰ বিষয়ে জানেনে?

১০০ বছৰ পাছত মহাষ্টমীত এই যোগ, দুৰ্গাৰ কৃপাত ৪ৰাশিৰ জীৱনলৈ উন্নতিৰ জোৱাৰ

১০০ বছৰ পাছত মহাষ্টমীত এই যোগ, দুৰ্গাৰ কৃপাত ৪ৰাশিৰ জীৱনলৈ উন্নতিৰ জোৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.