• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

3 weeks ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

8 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

9 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

9 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

10 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

10 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

11 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

11 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

12 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

12 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

13 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

14 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

পুৱাৰ পৰা নিশালৈ ধন গণি গণি ভাগৰিল ৰাইজ

editor by editor
August 25, 2026
in বিবিধ, ভাৰত, লেখা
0
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্ণাটকৰ মাণ্ড্যাৰ গুথলু অঞ্চলত এগৰাকী ৬৮ বছৰীয়া বৃদ্ধাৰ মৃ*ত্যুৰ পিছত তেওঁৰ ঘৰত উদ্ধাৰ হোৱা বিপুল পৰিমাণৰ নগদ ধনে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত বৃদ্ধাগৰাকীৰ নাম হূৰ বুলি জানিব পৰা গৈছে। বৃদ্ধাগৰাকীয়ে গোটেই জীৱন ভিক্ষা কৰি জীৱিকা নিৰ্বাহ কৰিছিল। বাৰ্ধক্যজনিত কাৰণতে বৃদ্ধাগৰাকীৰ মৃত্যু হয়। বৃদ্ধাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছত আত্মীয়-স্বজন আৰু স্থানীয় লোক তেওঁৰ ঘৰলৈ আহে। অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছত স্থানীয় লোক আৰু আত্মীয়ই তেওঁৰ ঘৰত থকা সামগ্ৰীসমূহ পৰীক্ষা কৰিবলৈ লয়। তেতিয়াই ঘৰৰ ভিতৰত থকা কেইবাটাও প্লাষ্টিকৰ বেগ আৰু বস্তাত আত্মীয়সকলৰ চকু পৰে। বস্তাকেইটা খোলাৰ পিছত তাত উপস্থিত সকলোৰে চকু কপালত উঠে।

জানিব পৰা মতে, ৩০টাতকৈও অধিক প্লাষ্টিকৰ বেগ আৰু বস্তাত হাজাৰ হাজাৰ মুদ্ৰাৰ লগতে ১০, ২০ আৰু ৫০ টকীয়া নোট উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা ধনৰ পৰিমাণ ইমানেই আছিল যে আটাইকেইটা বস্তাৰ ধন গণনাৰ বাবে স্থানীয় লোক আৰু আত্মীয়সকলে ৰাতিপুৱাৰ পৰা সন্ধিয়া হয়গৈ। খবৰ অনুসৰি, হূৰ নামৰ বৃদ্ধাগৰাকী নিজৰ ভগ্নীৰ সৈতে এটা ভাড়াঘৰত বাস কৰিছিল। দুবছৰ পূৰ্বেই বৃদ্ধাগৰাকীৰ ভগ্নীৰ মৃত্যু হৈছিল। দুয়োগৰাকী ভগ্নীয়েই অবিবাহিত আছিল আৰু ভিক্ষা কৰি লাভ কৰা ধন সঞ্চয় কৰি ৰাখিছিল বুলি জানিব পৰা গৈছে। দীৰ্ঘ সময় ধৰি গণনা কৰাৰ পিছত বৃদ্ধাগৰাকীৰ ঘৰৰ পৰা মুঠ ৮ লাখ ৪০ হাজাৰ টকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

পিছত উদ্ধাৰ হোৱা ধনখিনি বৃদ্ধাগৰাকীৰ দুই ভায়েকৰ মাজত ভাগ কৰি দিয়া হয়। অৱশ্যে দুয়োগৰাকী ভাতৃয়ে জ্যেষ্ঠ ভগ্নীৰ সমগ্ৰ সাচতীয়া ধন পৰৱৰ্তী সময়ত এটা মছজিদলৈ দান কৰে। বৃদ্ধাগৰাকীৰ ঘৰত উদ্ধাৰ হোৱা ধনৰ লগতে বিভিন্ন বহু পুৰণি সামগ্ৰীও প্লাষ্টিকৰ বেগত সযতনে ৰখা অৱস্থাত উদ্ধাৰ কৰা হয়। এগৰাকী বৃদ্ধাই ভিক্ষা কৰি বছৰ বছৰ ধৰি ইমান বৃহৎ পৰিমাণৰ ধন সঞ্চয় কৰি ৰাখিছিল বুলি জানিব পৰাৰ পিছত স্থানীয় লোকসকল আচৰিত হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24money recovery
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি
ভাৰত

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি
ভাৰত

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

September 14, 2026
Next Post
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.