• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…

মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…

1 year ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

51 minutes ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

1 hour ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

3 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

16 hours ago
১৬ মে’ৰ পৰাই ভাগ্যৰ দুৱাৰ খুলিছে এই ৫ৰাশিৰ, সম্পত্তি, আৰ্থিক লাভৰ যোগ আছে কাৰ কাৰ?

২ জুলাইত সাৱধানে থাকক ৪ ৰাশি! শনিয়ে প্ৰৱেশ কৰিব ৰেৱতী নক্ষত্ৰত

17 hours ago
খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

খাদ্য খোৱাৰ পিছত চাহ সেৱনৰ অভ্যাস? ই আপোনাৰ বাবে ভাল নে বেয়া জানক

17 hours ago
কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

কি কি মূল্যাংকৰ লোকৰ সোনকালে খং উঠে? জানি হ’ব আচৰিত

18 hours ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

৩৫ বছৰৰ পিছত গৰ্ভৱতী হোৱাটো কিমান সুৰক্ষিত? বিশেষজ্ঞৰ পৰা জানক

18 hours ago
সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

সকলো বিপদ আঁতৰিব, মাথোঁ এই ৪ বিধ প্ৰসাদেৰে হনুমানক কৰক সন্তুষ্ট!

19 hours ago
চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

চৰ্দিত নাক বন্ধ? ঘৰুৱা সহজ উপায়েৰে কৰক ঠিক

19 hours ago
Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

Salman Khan: গেলাক্সি এৰিব বিচাৰিছে চলমানে! হঠাৎ কিয় এনে সিদ্ধান্ত ল’লে ভাইজানে?

20 hours ago
পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

পুনৰ লাভ জেহাদৰ বলি এগৰাকী যুৱতী! গুজৰাটৰ ফ্লেটত চ*ৰম পন্থা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…

editor by editor
January 22, 2025
in চিনেমা, বিবিধ, ভাৰত
0
মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃৰ চিকিৎসাৰ টকা নাই, নাই চাকৰিয়ো, সেয়ে ছেইফৰ ঘৰলৈ আহিছিল…

ছেইফক আক্ৰমণ কৰোতা বিজয় দাস তথা শ্বাহজাদে আৰক্ষীৰ আগত নিতৌ দি আছে ন ন তথ্য। এইবাৰ কৈছে আন এক কথা। চুৰিৰ পূৰ্বে গমেই পোৱা নাছিল যে সেইটো অভিনেতা ছেইফ আলী খানৰ ঘৰ।

সি মাথোঁ কোনোবা ধনী মানুহৰ পৰা চুৰি কৰি লুণ্ঠন কৰা ধনখিনি লৈ বাংলাদেশলৈ পলাই যাব বিচাৰিছিল যাতে তাৰ অসুস্থ মাকক সহায় কৰিব পাৰে। কাৰণ ৰুগীয়া মাতৃক চিকিৎসাৰ বাবে হাতত নাছিল টকা। সেয়ে টকা ঘটাৰ বাবে আহিছিল মুম্বাইলৈ।

ছেইফৰ আক্ৰমণকাৰী বৰ্তমান আৰক্ষীৰ জিম্মাত, তদন্ত চলি আছে। ইফালে বাংলাদেশী নাগৰিক ৩০ বছৰীয়া আক্ৰমণকাৰী মহম্মদ শ্বাহজাদ ওৰফে বিজয় দাসে ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰাৰ কাৰণ দাঙি ধৰে আৰক্ষীৰ আগত।

চোৰ বিজয় দাসে কয় যে তেওঁ আৰ্থিক অসুবিধাৰ বাবে লুটিবলৈ চেষ্টা কৰিছিল কোনো ধনী মানুহৰ ঘৰ, যি ঘৰ অভিনেতা ছেইফৰ বুলি পাছতহে জানে। মাকৰ চিকিৎসাৰ বাবে টকাৰ প্ৰয়োজন হৈছিল বাবেই নামি পৰিছিল চোৰ বৃত্তিত। কাৰণ বিগত বছৰৰ ডিচেম্বৰ মাহত গৃহ পৰিচালনাৰ চাকৰিয়ো হেৰুৱাইছিল, যাৰ বাবে গভীৰ আৰ্থিক সংকটত পৰিছিল চোৰ বিজয় ওৰফে শ্বাহজাদ।

মহম্মদ শ্বাহজাদে চৰম দৰিদ্ৰতাৰ বাবে ছেইফ আলী খানৰ ঘৰটো লক্ষ্য কৰি লৈছিস, যাতে তেওঁ এজন ধনী ব্যক্তিৰ ঘৰ চুৰি কৰিব পাৰে। এই অপৰাধ সংঘটিত কৰাৰ পিছত তেওঁ বাংলাদেশলৈ পলায়ন কৰাৰ পৰিকল্পনা কৰা বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Bangladeshi Attackersaif ali khanSaifd Ali Khan Attacker
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ
বাণিজ্য

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

June 28, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
বাণিজ্য

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

June 28, 2026
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা
বাণিজ্য

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

June 28, 2026
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
Next Post
ফেব্ৰুৱাৰীত নক্ষত্ৰ পৰিৱৰ্তন কৰিব শুক্ৰ গ্ৰহই, ৩ ৰাশিৰ অতিকে শুভ

ফেব্ৰুৱাৰীত নক্ষত্ৰ পৰিৱৰ্তন কৰিব শুক্ৰ গ্ৰহই, ৩ ৰাশিৰ অতিকে শুভ

যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ’ব আপুনি

যীচু খ্ৰীষ্টৰ প্ৰকৃত নাম অন্যহে, অধ্যয়নত প্ৰকাশ সকলো, পৰিচয় জানি আচৰিত হ'ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.