• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

3 years ago
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

14 minutes ago
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

2 hours ago
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

3 hours ago
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

3 hours ago
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

4 hours ago
SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

SBI ৰ ৩বছৰৰ FDত 2,00,000 জমা কৰিলে আপুনি কিমান সুদ পাব? মেচিউৰিটিত হাতলৈ কিমান টকা আহিব?

4 hours ago
হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

হানিমুনত বিদেশ যোৱাৰ পৰিকল্পনা? এই ৫দেশলৈ যাবলৈ নালাগে ভিছা

4 hours ago
বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

বিদেশৰ পৰা মুঠ কিমান সোণ টেক্স নিদিয়াকৈ আনিব পাৰি? নিয়ম জানিলে বিপদত নপৰে আপুনি

5 hours ago
পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

পোষ্ট অফিচৰ MIS স্কিমত ১০ লাখ টকা ডিপজিট কৰিলে প্ৰতি মাহে কিমান টকা সুদ হিচাপে পাব?

5 hours ago
মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

মহাকাশত বিপদ বঢ়াইছে ই-আৱৰ্জনাই! কি বিপদৰ আশংকা কৰিছে বিজ্ঞানীয়ে?

5 hours ago
মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

মে মাহৰ আৰম্ভণিতে ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

6 hours ago
১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

১০,০০০ টকাৰ মাহিলী SIP বা ৩লাখ টকাৰ এককালীন বিনিয়োগ, ১৫ বছৰত কোনটোৱে বেছি ভাল ৰিটাৰ্ণ দিব?

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ

editor by editor
March 24, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
কোনোৱে যদি ১৫ লাখ কোনোৱে ২ কোটি! বলীউডৰ শ্বাহৰুখ, ছলমান, দীপিকাৰ দেহৰক্ষীৰ দৰমহাই চকু কঁপালত তুলিব আপোনাৰ
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছলমান খানলৈ বাৰে বাৰেই আহে হত্যাৰ ভাবুকি৷ সেয়ে ছলমান খানৰ ঘৰৰ সন্মুখত প্ৰতিসময়তে থাকে কাঢ়া নিৰাপত্তাৰক্ষী৷ অভিনেতাজনক এবাৰ চাবৰ বাবেই তেওঁৰ বান্দ্ৰাস্থিত ঘৰত ভীৰ কৰেহি বহু অনুৰাগীয়ে৷ সমাগমৰ ক্ষেত্ৰত নিষেধাজ্ঞা থকা স্বত্ত্বেও বহু অনুৰাগীয়ে ভীৰ কৰে বাসভৱনৰ সন্মুখত৷ মুম্বাই আৰক্ষীয়ে শেহতীয়াভাৱে বৃদ্ধি কৰিছে ছলমান খানৰ নিৰাপত্তাৰক্ষীৰ সংখ্যা৷ ২৪ ঘণ্টাই ছলমানৰ নিৰাপত্তাৰ বাবে দুজন সহকাৰী আৰক্ষী উপপৰিদৰ্শকৰ লগতে ৮ৰ পৰা ১০জন আৰক্ষী মোতায়েন কৰিছে৷ নিৰাপত্তাৰ বাবে মুম্বাই আৰক্ষীয়ে বিশেষ ভুমিকা ল’লেও ছলমানৰ সৈতে সকলো সময়তে থাকে তেওঁৰ দেহৰক্ষী শ্বেৰা৷ শ্বেৰাক ছলমানেও পৰিয়ালৰ সদস্যৰ দৰেই জ্ঞান কৰে৷

গুজৱ অনুসৰি শ্বেৰা ইমানেই বিশ্বস্ত যে ছলমানৰ বিষয়ে পৰিয়ালে নজনা বহু কথাই জানে শ্বেৰাই৷ দীৰ্ঘ ২৯ বছৰ ধৰি শ্বেৰা ছলমানৰ সৈতে আছে৷ সূত্ৰৰ খবৰ অনুসৰি ছলমানৰ সৈতে থাকিয়েই শ্বেৰাই মাহিলী লাভ কৰে ১৫ লাখ টকা৷ বছৰী শ্বেৰাৰ আয় প্ৰায় ২ কোটি টকা৷ কেৱল ছলমানৰেই এনে দেহৰক্ষী আছে তেনে নহয়৷ কিছুদিন পূৰ্বে শ্বাহৰুখৰ ঘৰ, ‘মন্নত’ত অনধিকাৰ প্ৰৱেশ কৰিছিল দুজন যুৱকে৷ বান্দ্ৰা আৰক্ষীয়ে বাংলোৰ ভিতৰৰ পৰা দুই যুৱকক পিছদিনা পুৱাই আটক কৰে৷ যুৱক দুজনৰ উদ্দেশ্য অন্য একো নাছিল কেৱল প্ৰিয় শিল্পীক কাষৰ পৰা এবাৰ চাবহে খুজিছিল দুই যুৱকে৷ শ্বাহৰুখৰ সৈতেও থাকে ৰবি সিংহ নামৰ এজন দেহৰক্ষী৷ ৰবি শ্বাহৰুখৰ সৈতে প্ৰতিসময়তে লগত থাকে৷ সূত্ৰৰ খবৰ অনুসৰি ৰবিয়ে শ্বেৰাতকৈয়ো বেছি দৰমহা পায়৷ বছৰত ২.৫ কোটিতকৈয়ো অধিক আয় ৰবিৰ৷ পাৰিশ্ৰমিকৰ ক্ষেত্ৰত ৩ নম্বৰ স্থানত আছে অমিতাভ বচ্চনৰ দেহৰক্ষী৷ অমিতাভ বচ্চনৰ দেহৰক্ষী জীতেন্দ্ৰ সিন্ধে বছৰি প্ৰায় ২.৫ কোটি আয় কৰে৷

তাৰপিছতেই জনপ্ৰিয় দেহৰক্ষীৰ ভিতৰত এজন হৈছে অক্ষয় কুমাৰৰ দেহৰক্ষী৷ অক্ষয়ৰ সৈতে থাকে শ্ৰেছ নামৰ এজন দেহৰক্ষী৷ কেৱল অক্ষয়েই নহয় তেওঁৰ পুত্ৰ আৰৱৰ সৈতেও প্ৰায়েই দেখা যায় শ্ৰেছক৷ শ্ৰেছাই অক্ষয় কুমাৰৰ দেহৰক্ষী হিচাপেই বছৰি আয় কৰে ১ কোটি ২০ লাখ টকা৷ আমিৰ খানৰ নিৰাপত্তাৰক্ষীও বেছ জনপ্ৰিয়৷ আমিৰৰ দেহৰক্ষী যুৱৰাজে বছৰি পাৰিশ্ৰমিক হিচাপে লাভ কৰে প্ৰায় ২ কোটি টকা৷

বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকাৰ নিৰাপত্তা ব্যৱস্থাও যথেষ্ট উন্নত৷ বিভিন্ন সময়ত দেশ বিদেশৰ বহু অনুষ্ঠানত ভাগ ল’বলৈ যোৱাৰ সময়ত দীপিকাৰ কাষত থাকে তেওঁৰ দেহৰক্ষী জালাল৷ বহু বছৰ ধৰি জালাল দীপিকাৰ সৈতে আছে৷ সূত্ৰৰ খবৰ অনুসৰি জালালে পাৰিশ্ৰমিক হিচাপে বছৰি আয় কৰে ১ কোটি ২০ লাখ টকা৷ দীপিকাৰ দেহৰক্ষীৰ সমানেই দৰমহা পায় অনুষ্কা শৰ্মাৰ দেহৰক্ষীয়েও৷ অনুষ্কাৰ দেহৰক্ষী প্ৰকাশে বছৰি লাভ কৰে ১ কোটি ২০ লাখ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?
জীৱনশৈলী

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

April 24, 2026
বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে
জীৱনশৈলী

বিশ্বজুৰি গৱেষণাত চমক ভাৰতীয় পুৰুষৰ! ভাৰতৰ এই এলেকাৰ পুৰুষৰ শুক্ৰাণুৰ মান বিশ্বৰ ভিতৰত এতিয়াও শ্ৰেষ্ঠ হৈয়েই আছে

April 24, 2026
বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?
জীৱনশৈলী

বুধৰ গোচৰত ১৯ মেৰ পৰা ভাগ্য খুলিব ৪ৰাশিৰ, আপুনিও আছেনে তালিকাত?

April 24, 2026
ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?
জীৱনশৈলী

ইনশ্বাল্লাহ জয় TMC ৰেই হ’ব! অভিনেতা তথা TMCৰ সাংসদ শত্ৰুঘ্ন সিনহাৰ মন্তব্যক লৈ কিয় চলিছে চৰ্চা?

April 24, 2026
Next Post
মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…

মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ...

এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…

এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.