• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

2 years ago
‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

27 minutes ago
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

2 hours ago
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

2 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

3 hours ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

4 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

4 hours ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

5 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

5 hours ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

7 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

8 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

9 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

editor by editor
January 7, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা অধিক বৃদ্ধি, ভিতৰুৱা কাৰণ অন্য কিবা নেকি !

মুম্বাইৰ ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টৰ নিৰাপত্তা আৰু অধিক বৃদ্ধি কৰা হৈছে। কিছুদিনৰে পৰা ছলমান খানৰ গেলেক্সি এপাৰ্টমেণ্টত কাম চলি আছিল। ছলমানে ঘৰৰ বেলকনি বুলেটপ্ৰুফ গ্লাছেৰে সুৰক্ষিত কৰি লৈছে। পাছে ইয়াৰ কাৰণ কি!

উল্লেখ্য যে, যোৱা কেইমাহমানৰ পৰা লৰেন্স বিষ্ণোই গেঙৰ পৰা অভিনেতাগৰাকীলৈ ধমকি আহি আছিল। ছলমান খানৰ নিৰাপত্তাৰক্ষীক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।

আজি ২০২৫ চনৰ ৭ জানুৱাৰীত ছলমান খানৰ মুম্বাইৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টত একাংশ কৰ্মচাৰীক কাম কৰি থকা স্পষ্টকৈ দেখা গৈছিল। ছলমানৰ সুৰক্ষাৰ বাবে ঘৰৰ বেলকনিখনৰ চাৰিওফালে নীলা ৰঙৰ বুলেটপ্ৰুফ গ্লাছেৰে ঢাকি থোৱা দেখা যায়।

অভিনেতাগৰাকীৰ সুৰক্ষাৰ বাবে ৰাজহুৱা স্থানতো দেখা গৈছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনি। শেহতীয়াকৈ গুজৰাটৰ জামনগৰত উপস্থিত হৈ ছুপাৰষ্টাৰগৰাকীয়ে আম্বানী পৰিয়ালৰ ঘৰত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে ৫৯ সংখ্যক জন্মদিন উদযাপন কৰে।

ছলমানেও নিশ্চিত কৰিছে যে এনেধৰণৰ কোনো শংকাই তেওঁৰ কামত কোনো প্ৰভাৱ নকৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছলমানে ৰশ্মিকা মাণ্ডানাৰ সৈতে তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ অন্তিম শ্বুটিং আৰম্ভ কৰিবলৈ সাজু হৈছে। ১০ জানুৱাৰীৰ পৰা মুম্বাইত শেষৰ সূচী আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে। ২০২৫ চনৰ ঈদত ছবিগৃহত মুক্তি পাব চিকন্দৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actorBollywood HeroSalman KhanSalman Khan Apartment
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’
বিনোদন

‘এদিন সকলোৰে ৰেকৰ্ড ভংগ কৰিব বৈভৱে’

August 6, 2026
নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি
অসম

নীপকোৱে এৰিছে পানী, ৪ খন গেটেৰে পানী এৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতি

August 6, 2026
মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ সাজু হিমন্ত বিশ্ব শৰ্মা, ভংগ হ’ব শৰ্মা মন্ত্ৰীসভা!
অসম

প্ৰতি মাহে পাব কোন কোন ছাত্ৰ-ছাত্ৰীয়ে পাব ১২৫০ টকাকৈ?

August 6, 2026
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

August 6, 2026
Next Post
ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

ভিক্ষাৰীৰ প্ৰেমত পৰি স্বামী-৬ সন্তান এৰি পলাল মহিলা, থানা গৈ পালে স্বামী

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু…

জামিনত মুকলি আকাশৰ তললৈ যাৱজ্জীৱন কাৰাদণ্ড ভুগি থকা আশাৰাম বাপু, কিন্তু...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.