• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

3 weeks ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

10 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

10 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

11 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

11 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

11 hours ago
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

12 hours ago
এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

এইবাৰ জম্মু-কাশ্মীৰক লৈ আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ কি মন্তব্য?

12 hours ago
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

12 hours ago
SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

13 hours ago
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

14 hours ago
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

15 hours ago
হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

হালধিয়ে সলাব আপোনাৰ ভাগ‍্য, এইদৰে কৰক ব‍্যৱহাৰ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

বুজন পৰিমাণৰ খাদ্য সামগ্ৰী বিতৰণৰ খবৰ

editor by editor
July 28, 2026
in অসম, খাদ্য, চিনেমা, জীৱনশৈলী, বিনোদন
0
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ শিৱসাগৰ আৰু চৰাইদেউত শেহতীয়া সংহাৰী বানে মানুহৰ জীৱন বিপন্ন কৰি তুলিছে। অসমৰ বানত ক্ষতিগ্ৰস্ত লোকলৈ বলীউডৰ ভাইজান ছলমান খানে সহায়ৰ হাত আগবঢ়াইছে। ছলমান খান বলীউডত আনক সহায় কৰা গুণৰ বাবে পৰিচিত। বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে নিজৰ এন জি অ’ৰ সৈতে সহযোগিতা কৰি অসমৰ বন্যাৰ্ত ৰাইজৰ সহায়ৰ বাবে পদক্ষেপ লোৱাৰ খবৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম TV9 ভাৰতবৰ্ষত প্ৰকাশ পাইছে।

শেহতীয়া বানত লাখ লাখ মানুহে ঘৰ হেৰুৱাইছে, হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি নষ্ট হৈছে। চৰকাৰী তথ্য অনুসৰি অকালতে প্ৰাণ হেৰুৱাইছে ৬১গৰাকীকৈ লোকে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকে বন্যাৰ্তৰ বাবে সহায়ৰ হাত আগবঢ়াইছে যদিও এতিয়াও অতি দুৰ্গম অঞ্চলৰ অধিকাংশ লোকে খাদ্য আৰু খোৱাপানীৰ অভাৱত ভোগা দেখা গৈছে। এই সংকটৰ সময়ত বলীউডৰ ভাইজান ছলমান খানে সহায়ৰ হাত আগবঢ়োৱাৰ খবৰটো যথেষ্ট আশাব্যঞ্জক।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ প্ৰকাশিত প্রতিবেদন অনুসৰি, এক ঘনিষ্ঠ সূত্রই প্রকাশ কৰিছে যে ছলমান খানে অসমত থকা তেওঁৰ এটা ফেন ক্লাবৰ সৈতে বানাক্রান্তক সাহায্য প্রদানৰ বাবে কাম কৰি আছে৷ ছলমান খানৰ এন জি অ’ বিং হিউমেনৰ জৰিয়তে এই সাহায্য প্ৰদান কৰা হৈছে বুলি TV9 ভাৰতবৰ্ষই প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত বিস্কুট, ৰুটি, গুড়, পাফ ৰাইচকে ধৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰা হৈছে বুলি বাতৰিটোত প্ৰকাশ কৰিছে। শীঘ্ৰেই বানাক্ৰান্তৰ মাজত ৰেচন কিট বিতৰণৰ পৰিকল্পনাও চলি আছে, লগতে আৰ্তজনৰ বাবে বিশুদ্ধ খোৱাপানী, চেনিটেৰী পেড, অসুস্থ লোকৰ বাবে ঔষধ ইত্যাদি অত্যাৱশ্যকীয় সামগ্ৰীও যোগান ধৰা হ’ব।

ছলমান খানৰ এই পদক্ষেপৰ খবৰ প্ৰায়কেইটা আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদমাধ্যমতে প্ৰকাশিত হৈছে। অৱশ্যে এই মুহূৰ্তলৈ বান সাহায্য বিতৰণক লৈ অভিনেতাজনৰ তৰফৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24assam floodSalma Khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?
বিনোদন

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

August 19, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!
উত্তৰ-পূব

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

August 19, 2026
অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball
বিনোদন

অবিশ্বাস্য! এখন মেচত ১০৩টাকৈ No Ball

August 19, 2026
Next Post
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.