• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

8 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

4 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

5 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

6 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

7 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

8 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

8 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

9 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

9 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

10 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

10 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?

editor by editor
August 14, 2025
in জীৱনশৈলী
0
পুৰুষৰ ভৰিৰ গঠনেই কৈ দিয়ে ভাগ্যত ধনসম্পদ আছেনে! কি কৈছে সমুদ্ৰশাস্ত্ৰই?
0
SHARES
2.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামুদ্ৰিক শাস্ত্ৰ অনুসৰি এজন পুৰুষৰ ভৰিৰ গঠন চায়েই তেওঁৰ ধনভাগ্য আৰু ভৱিষ্যৎ সম্পৰ্কে বহু কিছু বুজি পোৱা যায়৷ এই হস্তৰেখা বিচাৰ কৰাৰ দৰেই এক প্ৰাচীন পদ্ধতি৷ ভৰিৰ বিভিন্ন অংশৰ গঠন, আকাৰ আৰু ৰং দেখিয়েই বুজা যায় কোন পুৰুষ কিমান ধনী বা সফল হব?

ধনবান পুৰুষৰ ভৰিৰ লক্ষণ

নৰম আৰু কোমল ভৰিৰ পতা

যিপুৰুষৰ ভৰিৰ পতা খুব নৰম হয় তেওঁলোক সাধাৰণতে খুবেই ভাগ্যবান হয়৷ এওঁলোকৰ জীৱনত সহজে আৰ্থিক সমস্যা নাহে আৰু প্ৰচুৰ সম্পদৰ মালিক হয়৷ এনে ভৰিৰ পতা শুভ লক্ষণ বুলি ধাৰণা কৰা হয়৷

ভৰিৰ ওপৰৰ অংশ ওখ বা ঢালু

যি পুৰুষৰ ভৰিৰ ওপৰৰ অংশ কাছৰ পিঠিৰ দৰে ওখ বা আঙুলিসমূহ এটাই আনটোৰ সৈতে একেবাৰে মিলিত হৈ থাকে তেওঁলোক জীৱনত ধনী হোৱাৰ সম্ভাৱনা থাকে৷ এই ধৰণৰ পুৰুষে উচ্চপদস্থ চাকৰি বা সন্মানজনক পেছাত যুক্ত থাকে৷

ভৰিৰ আঙুলিৰ গঠন

ভৰিৰ আঙুলিসমূহ যদি পৰস্পৰৰ সৈতে একেলগে মিহলি হৈ থাকে তেন্তে সেই লক্ষণটো অত্যন্ত শুভ৷ এনে পুৰুষৰ জীৱনত খুবেই সুনাম অৰ্জন কৰে আৰু ধনী হয়৷ যদি আঙুলিসমূহ ফাঁক ফাঁক থাকে তেন্তে ই আৰ্থিক সমস্যাৰ ইংগিত দিয়ে৷

ভৰিৰ শিৰা

যিসমূহ পুৰুষৰ ভৰিৰ শিৰা খুবেই বেছিকৈ দেখা যায় সেই লক্ষণক শুভ বুলি ধাৰণা কৰা হয়৷ ইয়াৰ ফলত জীৱনত আৰ্থিক সমস্যা আহিব পাৰে৷

ভৰিৰ আকাৰ

যিসমূহ পুৰুষৰ ভৰিৰ সন্মুখৰ দিশটো খুবেই বেছি বহল আৰু ভৰিৰ দৈৰ্ঘ্য কম হয় তেওঁলোকে সাধাৰণতে আৰ্থিক সমস্যাত ভোগে৷ অন্যহাতে যিসমূহ পুৰুষৰ ভৰিৰ আকাৰ সমানুপাতিক আৰু সুগঠিত তেওঁলোক সাধাৰণতে সৌভাগ্যবান হয়৷

 ভৰি ঘমা

অতিৰিক্ত ভৰি ঘমাটোও ভাল লক্ষণ নহয়৷ কাৰণ ই জীৱনলৈ আৰ্থিক অস্থিৰতা আনে৷

(এই প্ৰতিবেদন জ্যোতিষশাস্ত্ৰৰ গণনাৰ ভিত্তিত লিখা হৈছে৷ এই লেখা আগন্তুক দিনত সত্য প্ৰমাণিত হব তেনে কোনো কথা নাই৷ জ্যোতিষশাস্ত্ৰ সংক্ৰান্তিয় কোনো প্ৰশ্ন বা কোনো সমস্যাৰ সমাধানৰ বাবে পেছাদাৰ জ্যোতিষীৰ সৈতে আলোচনা কৰক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.