• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

1 year ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

47 minutes ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

2 hours ago
TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

TNPLত আশ্বৰ্যকৰ ঘটনা, ইনিংছৰ প্ৰথম তিনিটা বলতেই hattrick

10 hours ago
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

10 hours ago
বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

বিদ্যালয়-মহাবিদ্যালয়ৰ নামভৰ্তি প্ৰ-পত্ৰৰ পৰা আঁতৰিব ST, SC, OBCৰ পৃথক স্তম্ভ

11 hours ago
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

11 hours ago
শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

শূন্য দূৰত্বৰ পৰা এইগৰাকী জনপ্ৰিয় কণ্ঠশিল্লীক গু*লীয়াই হ*ত্যা

12 hours ago
১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

১৮ বছৰ বয়সত কোটি টকাৰ ঋণৰ বোজাৰ পৰা ১৯ হাজাৰ কোটি টকাৰ মালিকলৈ…

13 hours ago
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

13 hours ago
বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

বৃদ্ধি হ’ব পাৰে সোণৰ দাম কিন্তু কমা নাই গহণা কোম্পানীৰ আয়

14 hours ago
পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

পুৰুষৰ পৰা মহিলা হোৱা অনায়া বাংগাৰে অষ্ট্ৰেলিয়াৰ হৈ খেলিব নেকি ক্ৰিকেট?

15 hours ago
ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

ক’লৈ গ’ল ১০০জনতকৈও অধিক ভাৰতীয় নাগৰিক?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

editor by editor
August 14, 2025
in জীৱনশৈলী
0
এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে
0
SHARES
499
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ আগষ্টত ভাৰতত উদযাপিত হব ৭৯ তম স্বাধীনতা দিৱস৷ আৰু এই বিশেষ দিনটোত অটিটি প্লেটফৰ্ম হিচাপে জিঅ’ হটষ্টাৰে আৰম্ভ কৰিছে অপাৰেছন ত্ৰিৰংগা কেম্পেইন৷ ভাৰতৰ স্বাধীনতাৰ গৰ্বক সন্মান জনাবলৈ এই উদ্যোগ গ্ৰহণ কৰিছে জিঅ’ হটষ্টাৰে৷ সংস্থাৰ পক্ষৰ পৰা এটা টেগলাইনো আৰম্ভ কৰা হৈছে৷ ‘ত্ৰিৰংগা এক, কাহানিয়া অনেক’৷ এই উদ্যোগ ভাৰতৰ ত্ৰিৰংগা পতাকাই ভাৰতৰ স্বাধীনতাৰ আৰঁৰ সমস্ত ঘটনা, ভাৰতবাসীৰ আবেগ আৰু আদৰ্শক প্ৰতিফলিত কৰে৷

এই কেম্পেইনৰ অংশ হিচাপে জিঅ’ হটষ্টাৰে দিছে ভাল সুযোগ৷ কেৱলমাত্ৰ এই দিনটোত অৰ্থাৎ ১৫ আগষ্টৰ দিনটোত এই অটিটি প্লেটফৰ্মত সমস্ত কনটেণ্ট লাইব্ৰেৰী বিনামূলীয়া এক্সেছ কৰিব পাৰিব যিকোনো গ্ৰাহকে৷ দিনজুৰি দেশৰ সমস্ত প্ৰান্তৰ মানুহে যিকোনো কনটেণ্ট বিনামূলীয়াকৈ দেখা পাব জিঅ’ হটষ্টাৰত৷

১৫ আগষ্টৰ পৰা জিঅ’ হটষ্টাৰে তেওঁলোকৰ এপ আৰু ৱেবচাইটত ‘Proud Indian, Proudly Free’ টেগলাইনৰ সৈতে বিনামূলীয়াকৈ কনটেণ্ট দেখুৱাৰ বাবে প্ৰচাৰো চলাই আছে৷ এই সকলো বেনাৰতেই লিখা হৈছে ফ্ৰি শব্দটোও৷ অৰ্থাৎ যদি আপোনাৰ হটষ্টাৰৰ ছাবস্ত্ৰিপছন শেষো হৈছে তেতিয়াও আপুনি বিচাৰিলে বিনামূলীয়াকৈ এইদিনটো কনটেণ্ট চাব পাৰিব৷ সমস্ত প্ৰিমিয়াম কন্টেণ্টো দেখা পাব৷ উল্লেখ্য যে জিঅ’ হটষ্টাৰে ১৫ আগষ্টৰ পৰাই ‘Salakar’ নামৰ এটা ৱেব চিৰিজো আৰম্ভ কৰিছে৷

সাধাৰণতে কোনো গ্ৰাহকৰ এই জিঅ’ হটষ্টাৰৰ প্ৰিমিয়াম ছাবস্ক্ৰিপছন লব খুজিলে সকলোতকৈ সস্তাত ১০০ টকাৰ ৰিচাৰ্জ কৰিব পাৰে৷ ইয়াত ৯০ দিনৰ বাবে আপুনি ৫ জিবি ডাটাৰো সুবিধা পাব৷ আৰু এই ৯০ দিনৰ পাছত গ্ৰাহকে ৰিচাৰ্জ কৰিব লাগিব ১৯৫ টকা৷ ইয়াৰোপৰি ২৯৯ টকা বা তাতকৈ বেছি মূল্যৰ ৰিচাৰ্জ কৰিলে আপুনি জিঅ’ হটষ্টাৰৰ ছাবস্ক্ৰিপছন পাব পাৰে৷ ইয়াৰ সৈতে পাব দৈনিক ১.৫ জিবি কৈ ডাটাৰ সুবিধা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

August 27, 2026
পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ
জীৱনশৈলী

পিঁয়াজেও নিয়ন্ত্ৰণ কৰিব পাৰে ডায়েবেটিছ

August 26, 2026
বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…
জীৱনশৈলী

বিচনা দাঙিয়েই চকু কপালত উঠিল তদন্তকাৰী দলৰ, আৰু তাৰ পিছত…

August 26, 2026
ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম
বাণিজ্য

ছেকেণ্ড হেণ্ড বস্তু ক্ৰয় কৰাৰ আগতে কৰক এইকেইটা কাম

August 26, 2026
Next Post
শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.