• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

1 year ago
আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

3 minutes ago
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

21 minutes ago
CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

CHOTA DONৰ হাতত মাত্ৰ দুসপ্তাহ সময়, বিপদ বাঢ়িছে ৰাজপাল যাদৱৰ

1 hour ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

2 hours ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

2 hours ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

2 hours ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

2 hours ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

3 hours ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

4 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

5 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

6 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি

editor by editor
August 14, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
ছালৰ সুন্দৰতা ধৰি ৰাখিবলৈ মুখত বৰফ ঘঁহে? কাৰ কাৰ বাবে ই অত্যন্ত ক্ষতিকৰ? জানক বৰফ ঘঁহাৰ সঠিক পদ্ধতি
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সামাজিকমাধ্যমত চকু ৰাখিলেই দেখা যায় আলিয়া ভাট্টৰ পৰা আদি কৰি বি টাউনৰ বহু নায়িকাই বৰফৰ পানীৰে মুখ ধোৱে৷ কোনো কোনোৱে আকৌ বৰফেৰে মুখ ঘঁহে৷ বৰফৰ পানী ছালৰ বাবে কিমান উপকাৰী বা ইয়াৰ কি কি গুণাগুণ আছে? আইছ থেৰাপি বা নানান ধৰণৰ ফলৰ ৰসেৰে তৈয়াৰ কৰা বৰফ মুখত লগাই ৰূপচৰ্চাৰ প্ৰৱণতা বহুতৰে আছে৷ সামাজিক মাঝ্যমতো এনে বহু উপায়ক লৈ ভিডিঅ’ প্ৰস্তুত কৰে বহুজনে৷ কোনোৱে নিমপাতৰ ৰসেৰে বৰফ বনাই মুখত লগালে হালমইনা কমে বুলি দিয়ে কোনোৱে আকৌ এলোভেৰাৰ বৰফ বনাইয়ো মুখত লগায়৷

এই সন্দৰ্ভত চিকিৎসকে কি কয়? সঁচাকৈ বৰফ ব্যৱহাৰে হালমইনা কমাই নেকি? তৈলাক্ত ভাৱ কমাইনে বৰফে? এই সমূহ বিষয়ক লৈ সতৰ্কতা জাৰি কৰিছে চিকিৎসকে৷ চিকিৎসকৰ মতে বৰফ ব্যৱহাৰৰ উপকাৰিতা থাকিলেও ব্যৱহাৰৰ বিধিত কৰা ভুলে ছালৰ ক্ষতি কৰিব পাৰে৷ কোল্ড থেৰাপিৰ তাৎক্ষণিক উপকাৰিতা অৱশ্যেই আছে কিন্তু সকলোৰে বাবে এই থেৰাপি উপযুক্ত নহয়৷

উপকাৰিতা

বৰফ দিলে সহজেই চকুৰ মুখৰ ফোলাভাৱ কমি যায়৷ ক্লান্তিৰ ছাপো দূৰ হয়৷ কাৰণ ঠাণ্ডাত ৰক্তবাহক নলী সংকুচিত হৈ যায়৷ বিশেষকৈ টোপনিৰ পৰা উঠাৰ পাছত বহুতৰে মুখত খোলাভাৱ থাকে সেয়া কমোৱাত সহায় কৰে বৰফে৷

অলপ সময়ৰ বাবে হলেও ছালৰ উন্মুক্ত ৰন্ধ্ৰ সংকুচিত কৰে বৰফে৷ সেই কাৰণেই ছাল দেখাত মসৃণ আৰু প্ৰাণবন্ত হৈ উঠে৷

ৰ’দৰ তাপত ছাল ৰঙা হোৱা জ্বলাপোৰা কৰা আদি কমাবলৈকো কোল্ড থেৰাপি সহায়ক৷ দ্ৰুত জ্বলাভাৱ কমাই বৰফে৷

বৰফ ব্যৱহাৰৰ পাছত যেতিয়া ছাল আকৌ স্বাভাৱিক উত্তাপলৈ আহে তেতিয়া ৰক্তপ্ৰবাহ বাঢ়ি যায়৷ ৰক্ত সঞ্চালন ভাল হোৱাৰ ফলত মুখ উজ্জ্বল দেখা যায়৷

কোনসকল লোক সতৰ্ক হব?

সামাজিক মাধ্যমত দেখিয়েই সেই কৌশলক নিজস্ব ৰূপচৰ্চাত ব্যৱহাৰ কৰা লোকৰ যিসকলৰ ছাল স্পৰ্শকাতৰ, ৰোজাছিয়া বা ছালত ফোঁহা ওলোৱা ধৰণৰ সমস্যা আছে তেওঁলোকে বৰফ ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়৷ অতিৰিক্ত শুকান ছালৰ লোক আৰু বৰফ এলাৰ্জি থাকিলেও বৰফ ব্যৱহাৰ নকৰাটোৱেই শুভ৷

বৰফ ব্যৱহাৰৰ সঠিক কৌশল

বৰফ মুখত লগোৱাৰ পূৰ্বে পৰিষ্কাৰ কটন কাপোৰ বৰফ টুকুৰাত মেৰিয়াই বৰফেৰে মুখ মাছাজ কৰিব৷ ১-২ মিনিট মুখত বৰফ বুলাব৷ বৰফ থেৰাপিত উপকাৰ পালেও কিন্তু বৰফে ছালৰ সমস্যা সমাধান কৰিব নোৱাৰে বুলি চিকিৎসকৰ মত৷ বৰফ লগোৱাৰ পাছত মুখ মচি ময়শ্বৰাইজাৰ লগাবলৈ নাপাহৰিব৷ দৈনিক বৰফ মুখত ঘঁহাটোও বিশেষ উপকাৰী নহয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

আহি আছে সূৰ্য গোচাৰ, অতি শীঘ্ৰেই এইকেইটা ৰাশিৰ উজলিব ভাগ্য

September 15, 2026
আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?
অসম

আহি আছে অভিশপ্ত ১৯ ছেপ্টেম্বৰ, কেনেদৰে নিৰ্মাণ হৈছে জুবিনক্ষেত্ৰৰ নামঘৰ?

September 15, 2026
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা
অপৰাধ

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

September 15, 2026
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
Next Post
ছেপ্টেম্বৰতেই ৩ৰাশিৰ সলনি হ’ব ভাগ্য! শুক্ৰৰ গোচৰত কাৰ কাৰ আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে?

ছেপ্টেম্বৰতেই ৩ৰাশিৰ সলনি হ’ব ভাগ্য! শুক্ৰৰ গোচৰত কাৰ কাৰ আৰ্থিক লাভৰ পূৰ্ণ সম্ভাৱনা আছে?

১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.