• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

9 months ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

24 minutes ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

1 hour ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

2 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

3 hours ago
Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

Cold drinks ৰ সৈতে চিপচ খায় নেকি? বিপদক নিমন্ত্ৰণ কৰিছে আপুনি!

3 hours ago
Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

Assam Exit Poll Result 2026: আকৌ বিজেপি চৰকাৰ, অসমত চলিব হিমন্ত বিশ্ব শৰ্মাৰ যাদু!

20 hours ago
Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

Exit Poll Results 2026 Updates: আহি গ’ল Exit Poll, কোনে লাভ কৰিব কিমানখন আসন?

21 hours ago
Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

Exit Poll: গৌৰৱ নে হিমন্ত? অসমত কাৰ হ’ব চৰকাৰ?

22 hours ago
কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

কেনেকৈ পুৱতি নিশালৈ খোলা থাকিল মহানগৰীৰ বাৰ? দুৰ্ঘটনাৰ পিছতে EXORO বাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল

22 hours ago
মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

23 hours ago
শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

শীঘ্ৰে খোল খাব ভাগ্যৰ দ্বাৰ, বুধে সলনি কৰিব আপোনাৰ জীৱন!

1 day ago
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, April 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী

editor by editor
August 14, 2025
in প্ৰযুক্তি, বাণিজ্য, ভাৰত
0
১৫ আগষ্টৰ পৰাই সলনি হ’ব অনলাইন পেমেণ্টৰ নিয়ম, SBI ত একাউণ্ট আছে যদি এই খবৰ আপোনাৰ বাবে খুবেই জৰুৰী
0
SHARES
3.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপোনাৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে জৰুৰী৷ দেশৰ বৃহত্তৰ ৰাষ্ট্ৰায়ত্ত বেংকত অনলাইনৰ মাধ্যমেৰে ধন পঠিওৱাৰ ক্ষেত্ৰত কিছু নিয়মৰ সলনি হব কাইলৈৰ পৰা৷ ১৫ আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰ হব সকলো গ্ৰাহকৰ বাবে৷ মূলত আই এম পি এছ বা ইমিডিয়েট পেমেণ্ট চাৰ্ভিচৰ বাবে চাৰ্ভিছ চাৰ্জৰ সাল সলনি হব৷ আই এম পি এছৰ মাধ্যমেৰে অনলাইন টকা ট্ৰেন্সফাৰৰ চাৰ্জ এইবাৰৰ পৰা খুচুৰা গ্ৰাহকৰ বাবে সলনি হৈছে৷ এই সাল সলনিয়ে কৰ্পোৰেট গ্ৰাহকৰ বাবে আগন্তুক ৮ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰ হব৷ এই নিয়ম সলনিয়ে প্ৰায় ৪০ কোটি এছ বি আইৰ গ্ৰাহকক প্ৰভাৱিত কৰিব৷

এইবাৰৰ পৰা কিমান ফি দিব লাগিব?

সাধাৰণতে অনলাইনত দ্ৰুত ধন পঠিওৱাৰ ক্ষেত্ৰত আই এম পি এছ পদ্ধতি ব্যৱহাৰ কৰা হয়৷ কিন্তু এতিয়া এই নতুন পৰিবৰ্তনৰ ফল আপুনি কিছু ডাঙৰ লেনদেনৰ ক্ষেত্ৰত খুব কম পৰিমাণে চাৰ্জ দিব লাগিব৷ ফলত সাধাৰণ গ্ৰাহক উপকৃত হব৷ কম পৰিমাণৰ লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকৰ বাবে চাৰ্জ নাই বুলিও জনাইছে এছ বি আইয়ে৷ ২৫ হাজাৰতকৈ বেছি লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগিব গ্ৰাহকে৷

ইণ্টাৰনেট বেংকিং বা ইয়োনো এপৰ মাধ্যমেৰে ২৫ হাজাৰ টকা লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ নালাগে৷ অৱশ্যে বেছি অংকৰ টকা ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপুনি নামমাত্ৰ ফি দিব লাগিব৷ ২৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ২ টকা চাৰ্জ৷ ১ লাখৰ পৰা ২ লাখ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ৬টকা চাৰ্জ৷ আৰু ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত লেনদেনৰ ক্ষেত্ৰত দিব লাগিব ১০ টকা চাৰ্জ৷ ইয়াৰ সৈতে সংযুক্ত থাকিব জি এছ টিও৷

শাখাৰ পৰা ধন ট্ৰেন্সফাৰৰ কি কি নিয়ম?

আপুনি যদি ষ্টেট বেংকৰ কোনো শাখাৰ পৰা ধন পঠিয়াব খোজে তেন্তে তাতো কিছু পৃথক নিয়ম আছে৷ এইক্ষেত্ৰত ১০০০ টকা পৰ্যন্ত লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগে আপুনি৷ ১০০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ২ টকা চাৰ্জ৷ ১০ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ৪টকা৷ ২৫ হাজাৰ টকাৰ পৰা ১ লাখ পৰ্যন্ত লেনদেনত আছে ৬টকা চাৰ্জ৷ আৰু ১ লাখৰ পৰা ২ লাখ পৰ্যন্ত লেনদেনত ১২ টকা চাৰ্জ৷ ২ লাখৰ পৰা ৫লাখ পৰ্যন্ত লেনদেনত আছে ২০ টকা চাৰ্জ৷ ইয়াৰ সৈতে যুক্ত হৈ থাকিব জি এছ টি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?
বাণিজ্য

মে’ মাহৰ এই দিনকেইটাত বন্ধ বেংক, কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম-কাজ?

April 29, 2026
ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন
বাণিজ্য

ডাকঘৰত এবাৰ ধন জমা কৰি মাহিলী ৫,৫৫০ টকা কৰক উপাৰ্জন

April 29, 2026
প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ
ভাৰত

প্লাষ্টিকৰ পেকেটত পুনৰ বিক্ৰী নহয় পান মছলা! চৰকাৰে লৈছে ডাঙৰ পদক্ষেপ

April 29, 2026
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…
ভাৰত

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

April 28, 2026
Next Post
ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

ভাৰতৰ স্বাধীনতাৰ সময়ত নাছিল কোনো জাতীয় সংগীত, কেনেকৈ নিৰ্বাচিত হ’ল ‘জনগণমন’?

ৰবি যোগত অশ্বিনী নক্ষত্ৰ, কাইলৈ সুখবৰ পাব এই ৫ৰাশিৰ জাতক-জাতিকাই

ৰবি যোগত অশ্বিনী নক্ষত্ৰ, কাইলৈ সুখবৰ পাব এই ৫ৰাশিৰ জাতক-জাতিকাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.