• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত

সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত

1 year ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

4 minutes ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

1 hour ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

2 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

2 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

3 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

5 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

16 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

16 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

17 hours ago
অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

অকলে থাকি ভাল পায় নেকি? এয়া আত্মশান্তিৰ পথ নে মানসিক চাপৰ আৰম্ভণি?

18 hours ago
১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

১৫-২০ হাজাৰ টকা দৰমহা পোৱা লৱকুশই কেনেকৈ গঢ়িলে সম্পত্তিৰ পাহাৰ?

18 hours ago
মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

মাটি খান্দোতে এজন আদিবাসী লোকে লাভ কৰিলে দুটাকৈ হীৰাৰ টুকুৰা

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত

editor by editor
February 18, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সঁচা প্ৰমাণিত ছলমান খানৰ ভৱিষ্যতবাণী, বহু বছৰৰ মূৰত চৰ্চিত

৯ বছৰৰ মূৰকত সঁচা প্ৰমাণিত বলীউডৰ ভাইজান ছলমান খানৰ এক ভৱিষ্যতবাণী। যি ভৱিষ্যতবাণীয়ে ৯ বছৰৰ পাছত পুনৰ চৰ্চালৈ আহিছে। আজিৰ পৰা ৯ বছৰ পূৰ্বে ২০১৬ চনত এক চিনেমা সন্দৰ্ভত এক মন্তব্য তথা ভৱিষ্যতবাণী কৰিছিল।

সেই ভৱিষ্যত বাণী এতিয়া সঁচা হিচাপে সকলোৰে সমুখলৈ আহিছে। সেই চিনেমাখন আছিল সনম তেৰী কচম। এই কথা চিনেমা খনৰ ডাইৰেক্টৰ বিনয় সপ্ৰু আৰু ৰাধিতা ৰাওৱে নিজে এক সাক্ষাতকাৰত সদৰি কৰিছে।

বিনয় আৰু ৰাধিকাই সদৰি কৰা অনুসৰি ২০১৬ চনত সনম তেৰী কচন চিনেমাখন মুকলি হোৱাৰ পূৰ্বে ছলমান খানৰ ওচৰলৈ গৈছিল , ছলমানে যাতে কিছু প্ৰমোট কৰি দিয়ে চিনেমাখন সন্দৰ্ভত।

ছলমানেও লগে লগে চিনেমাখনৰ ট্ৰেইলাৰ চাই নিজৰ ‘তেৰে নাম’ চিনেমাৰ সৈতে মিল থকা দেখা পাই আৰু ছবিখন সুন্দৰ হোৱা বুলি উল্লেখ কৰাৰ লগতে টুইট (বৰ্তমানৰ এক্স) যোগে কয় যে, এখন বক্স অফিচ হিট ছবি হবলৈ গৈ আছে সনম তেৰী কচম।

কিন্তু মুক্তিৰ লগে লগে সফল হব নোৱাৰে ছবিখন। পাছে এতিয়া ৯ বছৰৰ পাছত ছবি খন পুনৰ ছবিঘৰত মুক্তি কৰাত এইবাৰ সফল হিচাপে পৰিগণিত হয়। বক্স অফিচত ভাল কালেক্টন কৰি হিট হয় হৰ্ষবৰ্ধন ৰাণে আৰু মাৱৰা হোকেন অভিনীত সনম তেৰী কচম ছবিখনে।

যাৰ বাবেই এতিয়া পুনৰ চৰ্চালৈ আহিছে ছলমান খানৰ পূৰ্বৰ মন্তব্যও। সঁচা প্ৰমাণিত হয় বলীউড ভাইজানৰ ছবি খন সন্দৰ্ভত কৰা মন্তব্য।

ছবি খনে এইবাৰ পুনৰ মুক্তি পোৱাত ১১ দিনত ৭৫ কোটি টকা উপাৰ্জন কৰিছে। মুক্তিৰ প্ৰথম দিয়াই ৪ কোটি উপাৰ্জন কৰি পুনৰ মুক্তি পোৱা ছবিৰ সৰ্বাধিক উপাৰ্জন হিচাপে অভিলেখো গঢ়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieSalman Khansanam teri Kasam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?
জীৱনশৈলী

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

July 1, 2026
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ
জীৱনশৈলী

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

July 1, 2026
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!
জীৱনশৈলী

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

July 1, 2026
Next Post
শোকাৱহ, বিদ্যালয়ত খেলি থাকোতেই পানী টেংকিত পৰি ৩ ছাত্ৰী নিহত

শোকাৱহ, বিদ্যালয়ত খেলি থাকোতেই পানী টেংকিত পৰি ৩ ছাত্ৰী নিহত

মহাশিৱৰাত্ৰিত শিৱ লিংগত ভুলতো নিদিব এই কেইবিধ সামগ্ৰী, হিতে বিপৰীতে হ’ব

মহাশিৱৰাত্ৰিত শিৱ লিংগত ভুলতো নিদিব এই কেইবিধ সামগ্ৰী, হিতে বিপৰীতে হ'ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.