‘সঞ্জয় কিষাণৰ কেলেংকাৰি মোৰ চৰকাৰৰ দিনৰ নহয়’। ‘যদি কেলেংকাৰি হৈছিল তেন্তে আগৰ চৰকাৰৰ দিনত’। সংবাদমেলত স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।