• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

2 years ago
কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

32 minutes ago
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

1 hour ago
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

2 hours ago
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

3 hours ago
8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

8th Pay Commission: কেন্দ্ৰীয় কৰ্মচাৰীৰ নতুন দৰমহা স্কেল কেতিয়া কাৰ্যকৰী হ’ব?

3 hours ago
শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

শনিয়ে দেখাব প্ৰভাৱ, বিপদত পৰাৰ পূৰ্বে সাৱধান!

4 hours ago
নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

নিৰ্বাচনী ফলাফলৰ মাজত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্সে দেখুৱালে যাদু!

4 hours ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

5 hours ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

5 hours ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

6 hours ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

7 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো... আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা

editor by editor
September 18, 2024
in অসম, জীৱনশৈলী, বিবিধ, ৰাজনীতি
0
মই আছুৰ সাধাৰণ সদস্যপদো ত্যাগ কৰিছো… আছু পৰিয়ালৰ সাধাৰণ সদস্য হৈয়ো নাথাকে শংকৰজ্যোতি বৰুৱা
0
SHARES
913
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি লোৱাৰ পাছতেই এইবাৰ শংকৰজ্যোতি বৰুৱাই অব্যাহতি লৈছে প্ৰাথমিক সদস্য পদৰ পৰাও৷ আজি গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই প্ৰাথমিক সদস্য পদৰ পৰাও অব্যাহতি লৈছে৷

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীক বহিষ্কাৰ কৰাৰ সন্দেহ বহুতেই প্ৰকাশ কৰি আছিল৷ তাৰমাজতেই আজি প্ৰাথমিক সদস্যপদ ত্যাগ কৰিছে শংকৰজ্যোতি বৰুৱাই৷ বিগত ১৩ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদক পদৰ স্বইচ্ছাই অব্যাহতি লোৱাৰ কথা জনাইছিল শংকৰজ্যোতিয়ে৷ কেন্দ্ৰীয় নেতৃত্বলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰি অব্যাহতি লোৱাৰ কথা ঘোষণা কৰিছিল৷ সাধাৰণ সম্পাদক পদত্যাগ কৰিলেও ছাত্ৰ সংগঠনটোৰ সাংবিধানিক বিধি অনুসৰি আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হৈ আছিল।

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ১৫ ছেপ্টেম্বৰতে কাৰ্যনিৰ্বাহক সভাৰ দিন ঘোষণা হৈছিল৷ আৰু কাৰ্যনিৰ্বাহক সভাৰ দিন ঘোষণাৰ লগে লগেই আছুৰ সভাপতি উৎপল শৰ্মালৈ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি আন এখন পত্র প্ৰেৰণ কৰিছিল শংকৰজ্যোতি বৰুৱাই। আৰু সেই পত্ৰখনেই উৎপল শৰ্মাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত দাখিল কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে, আজি অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা। গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া কাৰ্যনিৰ্বাহক সভাখনতে ঘোষণা হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ নাম। আছুৰ পাঁচগৰাকী সহকাৰী সাধাৰণ সম্পাদকৰ মাজৰ পৰা এগৰাকীক দিয়া হ’ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব। কাৰ্বি আংলঙৰ পৰা প্ৰথম এগৰাকী জনজাতীয় যুৱক তথা বৰ্তমান আছুৰ সহকাৰী সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা চৰ্জুন হাঞ্চে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ কথাও জনাইছে আছুৰ ভিতৰুৱা সূত্ৰই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?
ভাৰত

কেনেকৈ পশ্চিম বংগত বিজেপিয়ে উৎখাত কৰিলে মমতাৰ সাম্ৰাজ্য?

May 4, 2026
দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত
বাণিজ্য

দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হ’ব নেকি থালাপতি বিজয়? সম্পত্তি জানি হ’ব আচৰিত

May 4, 2026
জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক
জীৱনশৈলী

জুন মাহত আপুনি হ’ব মালামাল! সংখ্যাতত্ত্বৰ গুৰুত্বপূৰ্ণ সংখ্যকেইটাৰ বিষয়ে জানক

May 4, 2026
কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক
জীৱনশৈলী

কেনেকৈ পাব সফলতা? চাণক্যৰ এইকেইটা কথা জানি লওক

May 4, 2026
Next Post
কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

কৃষ্ণা দ্বিতীয়াত ৰেৱতী নক্ষত্ৰ, উজলি উঠিব এই ৫ৰাশিৰ ভাগ্য

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

UPI লেনদেনত ভুলতে অন্য কৰোবাত ধন গুচি গ’ল! এটা মাত্ৰ ফোনকলতে কেনেকৈ ওভতাই পাব ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.