• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

2 years ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

5 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

5 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

6 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

6 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

7 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

7 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

8 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

9 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

10 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

10 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

11 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?

editor by editor
February 11, 2024
in বিবিধ, ভাৰত, লেখা
0
চিনি থওক দেশৰ শেষৰ খন গাওঁ! ইয়াতেই জন্ম নেকি দেৱী সৰস্বতীৰ?
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আগন্তুক ১৪ ফেব্ৰুৱাৰীত পালিত হ’ব সৰস্বতী পূজা। ধৰ্মীয় বিশ্বাস অনুসৰি ব্ৰহ্মাৰ মুখৰ পৰাই জন্ম হৈছিল সৰস্বতীৰ। স্বৰ্গত নহয়, মৰ্ত্যতেই প্ৰথম আবিৰ্ভাৱ হৈছিল সৰস্বতীৰ। উত্তৰাখণ্ডৰ মানা গাওঁত সৰস্বতীৰ সন্ম হৈছিল বুলি প্ৰচলিত বিশ্বাস। উত্তৰাখণ্ডৰ এই গাওঁ সম্পৰ্কে বহুতেই নাজানে। যোশীমঠৰ পৰা ৫০ কিঃমিঃ দূৰত্বত মানা গাওঁ অৱস্থিত। এইখন গাঁৱেই ভাৰতৰ শেষ গাওঁ। ধৰ্মীয় দিশৰ পৰা এই গাওঁ অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ এই গাওঁতেই জন্ম হৈছিল দেৱী সৰস্বতীৰ। পুৰাণ অনুসৰি সৃষ্টিৰ আৰম্ভণিতে এই মানা গাঁওতেই ব্ৰহ্মাৰ মুখ গহ্বৰৰ পৰা আৰ্ৱিৰ্ভাৱ হৈছে দেৱী সৰস্বতীৰ।

সৰস্বতীৰ জন্ম
মহাভাৰততো মানা গাওঁৰ কথা উল্লেখ আছে। এই গাওঁৰ পৰাই স্বৰ্গলৈ যোৱা পথ আছে বুলি বিশেষজ্ঞসকলে দাবী কৰে। মহাভাৰত অনুসৰি মানা গাঁৱৰ পৰা মহাপ্ৰস্থানৰ পথত গমন কৰিছিল পঞ্চপাণ্ডৱ আৰু দ্ৰৌপদীয়ে। মানা গাঁৱেৰেই বৈ আহিছে সৰস্বতী নদী। এই সৰস্বতী নদীৰে দ্ৰৌপদীয়ে পাৰ হ’বলৈ ভীমে এক বিশাল শিলেৰে সেঁতু নিৰ্মাণ কৰি দিছিল। সেয়ে মানা গাওঁতেই আছে বিশেষ ভীম সেতু। সৰস্বতী নদীৰ ওপৰেৰে এক বিশালকায় শিল আছে আৰু সেই শিলতেই ২০ ফুট দীঘল ভৰিৰ ছাপ আছে। সেই ছাপ ভীমৰ ভৰিৰ ছাপ বুলি বহুতে দাবী কৰে।

মহাভাৰতৰ মানা গাওঁ
মহামতি ব্যাসদেৱে মানা গাঁৱেৰে সৰস্বতী নদীত গা ধুই মহাভাৰত আৰু পুৰাণ ৰচনা কৰিছিল। মহাভাৰতৰ নিদৰ্শন আজিও এই মানা গাওঁত পোৱা যায়। মানা গাওঁত ব্যাস গুহা আছে। গুহাত বহিয়েই চতুৰ্বেদ ৰচনা কৰিছিল মহামতি ব্যাসদেৱে। এই কাৰণতেই ব্যাস পুস্তক নামেৰেও পৰিচিত এই গুহা। মানা গাওঁত আছে গণেশ গুহাও। প্ৰচলিত বিশ্বাস অনুসৰি এই গুহাতেই বহি ব্যাসদেৱৰ পৰা শুনি মহাভাৰত লিপিবদ্ধ কৰিছিল গণেশে।

দেশৰ শেষ গাওঁ
উত্তৰাখণ্ডৰ চামোলি জিলাত অৱস্থিত এই গাওঁ ছবিৰ দৰেই সুন্দৰ। পাহাৰীয়া এই গাওঁত সমুদ্ৰতল পৰা ৩১১৫ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ সৌন্দৰ্য আৰু ধৰ্মীয় আকৰ্ষণে বহু পৰ্যটকক এই স্থানলৈ আহিবলৈ উদগনি জগাই। বদ্ৰীনাথ ধামলৈ যিসকল দৰ্শনৰ বাবে যায় তেওঁলোকে প্ৰায়েই মানা গাঁৱলৈকো যায়। বদ্ৰীনাথৰ পৰা ৩কিঃমিঃ দূৰত্বত এই গাওঁ অৱস্থিত। মানা গাওঁতেই আছে দেশৰ শেষখন চাহ দোকান। এই চাহ দোকানো খুবেই জনপ্ৰিয়। এই গাওঁৰ প্ৰাকৃতিক দৃশ্যৰ বাবেই স্বৰ্গত উপস্থিত হোৱা যেন অনুভৱ হয়। এই গাওঁৰ পৰাই স্বৰ্গ যোৱাৰ পথ আৰম্ভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ
বিনোদন

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

July 28, 2026
Next Post
প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

প্ৰথম বিবাহত গাৰ্হস্থ্য হিংসা, তাৰপাছতেই দ্বিতীয় বিবাহ, দ্বিতীয় বিবাহৰ এবছৰ নৌহওতেই আকৌ বিচ্ছেদ! কি হৈছে অভিনেত্ৰী দলজিৎ কৌৰৰ বিবাহিত জীৱনত?

বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

বিধানসভাত বিত্তমন্ত্ৰীয়ে উত্থাপন কৰিলে ৭৭৪.৪৭ কোটিৰ ঘাটি বাজেট, চাকৰি, অৰুণোদয়কে ধৰি কেইবাটাও বিভাগত কোটি কোটিৰ অনুমোদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.