• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

3 years ago
থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

থালাপতিৰ যাদু! ২১ দিনতে ৩ জন বিধায়কে এৰিলে AIADMK, কৰিলে TVK ত যোগদান

52 minutes ago
কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

কঁঠাল ফল নে পাচলি? বুদ্ধিমানসকলে জানিব সঠিক উত্তৰ!

2 hours ago
খালী পেটত তৰমুজ খোৱাটো উচিত নে অনুচিত? গৰমত ফল খোৱাৰ সঠিক সময় জানক

তৰমুজ খোৱাৰ সঠিক পদ্ধতি ৯৯% লোকে নাজানে, এটা ভুলে মাতিব বিপদ!

3 hours ago
শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

4 hours ago
World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

World Thyroid Day: মহিলাসকলৰ কিয় বেছি থাইৰয়ডৰ মাত্ৰা? কেনেদৰে আৰোগ্য হ’ব বিশেষজ্ঞৰ পৰা জানক

4 hours ago
কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

কেতুৰ সলনি হ’ব গতি, ২ আগষ্টলৈকে সাৱধান হওক এইসকল ৰাশিৰ লোক!

5 hours ago
১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

হনুমানে পূৰণ কৰিব মনৰ ইচ্ছা, মঙলবাৰে মন্দিৰলৈ গৈ কৰক মাত্ৰ এইকেইটা কাম!

6 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

৫ ৰাশিৰ লোকে আজি পাব ভাল খবৰ! পঢ়ক দৈনিক ৰাশিফল

6 hours ago
জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

জেন-জি বিপথে যোৱা প্ৰজন্ম বুলি ভৱাসকলক মোক্ষম আঘাত হানিছে এই গৱেষণাই, সংগমৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে জেন-জিয়ে, যৌনজীৱন কিয় গৌণ বিষয় জেন-জিৰ বাবে?

16 hours ago
জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

জুন মাহত সাৱধানে থাকক, মেষ ৰাশিৰ কেনে থাকিব জুন মাহৰ স্বাস্থ্য?

16 hours ago
মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীতে গ্ৰহণ কৰিলে পদ্মশ্ৰী, কিয় পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ নাহিল ৰোহিত শৰ্মা?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, May 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

editor by editor
February 19, 2023
in অসম, ৰাজনীতি
0
‘পদবী আজি আছে, কালি নাই… নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব’, কাক ৰাজনীতিৰ জ্ঞান দিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে?
0
SHARES
885
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘নিজকে প্ৰৱল প্ৰতাপী বুলি নাভাৱিব৷ নিজৰ পদবীক লৈ অহংকাৰ নকৰিব৷ পদবী আজি আছে, কালি নাই সমাজ সদায়ে থাকিব’ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এটা ভাষণক লৈ ৰাজ্যজুৰি চলিছে চৰ্চা৷ কাক লক্ষ্য কৰি এই মন্তব্য কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে?

সৰ্বানন্দ সোনোৱালে ভাষণৰ আৰম্ভনিতেই ৰাজনীতিৰ পাঠ আওৰাই বহুকেইটা গুৰুত্বপূৰ্ণ কথাই দাঙি ধৰে৷ ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘সমাজখনক শীৰ্ষত ৰাখিব লাগিব, পদবী সদায়ে ভৰিৰ তলত৷ সমাজ সদায়ে শ্ৰেষ্ঠ৷ সমাজ ঈশ্বৰৰ সৃষ্টি৷ ঈশ্বৰে কেতিয়াবা কাৰোবাক কিবা কাৰণত পদবী এটা দিছে কিন্তু পদবী পায় সমাজক অৱজ্ঞা নকৰিব৷ ৰাজনীতিক এনে পৰ্যায়লৈকো নিনিব য’ত সমাজখন চূৰ্ণ-বিচূৰ্ণ হয়৷ ৰাজনীতি সদায়ে এনেকুৱা হ’ব লাগে য’ত সদায়ে সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী হয়৷ তাহানিতে এটা কথা আছিল, ৰাজনীতিয়ে ভাঙে, সংস্কৃতিয়ে গঢ়ে৷ সংস্কৃতিৰ এই শক্তি আছে৷ সকলো জাতি, জনগোষ্ঠী ভাষা সংস্কৃতি একতাৰে থাকিলেহে সমাজৰ উন্নতি হ’ব৷ একতাত যি শক্তি আছে, ভাগ ভাগকৈ থাকিলে সেই শক্তি নাথাকে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!
অসম

শ্ৰেণীকোঠাৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰে মোবাইল, শিক্ষক-শিক্ষয়িত্ৰীলৈ নিৰ্দেশনা!

May 26, 2026
জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?
অপৰাধ

জামিন পালেই শ্যামকানুৱে বিজয় মালিয়াৰ দৰে দেশ এৰি পলাব! জুবিনকেই নহয় গৰিমা গাৰ্গকো কেনেদৰে প্ৰতাৰণা কৰিছে শ্যামকানুৱে?

May 25, 2026
আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?
অসম

আজি বিধানসভাত উত্থাপন UCC বিধেয়ক, UCC বলবৎ হ’লে কি কি হ’ব পৰিৱৰ্তন?

May 25, 2026
আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?
অসম

আকাশলংঘী পেট্ৰল-ডিজেলৰ মূল্য! পুনৰ হ্ৰাস পাবনে?

May 25, 2026
Next Post
দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা…

দিল্লীৰ অনুৰূপ ঘটনা ৰাজ্যত! শাহু-স্বামীক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থৈ অৱশেষত শ্বিলঙৰ পাহাৰৰ পৰা দলিয়াই দিলে মৃতদেহৰ টুকুৰা...

বন্দনাৰ পিতৃয়ে কৈছে, ‘মোৰ ছোৱালীয়ে যদি এই হত্যাকাণ্ড কৰিছে তাইক গুলীয়াই মাৰক’

বন্দনাৰ পিতৃয়ে কৈছে, 'মোৰ ছোৱালীয়ে যদি এই হত্যাকাণ্ড কৰিছে তাইক গুলীয়াই মাৰক’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.