• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

4 months ago
মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

6 minutes ago
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

36 minutes ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

1 hour ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

2 hours ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

3 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

21 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

21 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

22 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

22 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে

editor by editor
April 25, 2026
in জীৱনশৈলী, বিবিধ
0
শনিদোষ দূৰ কৰাৰ উপায়ঃ শনিবাৰে এই ভুল নকৰিব, অন্যথা শনি দোষ বৃদ্ধি পাব পাৰে
0
SHARES
241
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শনিবাৰৰ দিনটো ভগৱান শনি দেৱৰ নামত উচৰ্গিত। শনিদেৱক ন্যায়ৰ দেৱতা বুলি কোৱা হয়। সূৰ্য্যৰ পুত্ৰ শনিদেৱে এজন ব্যক্তিক তেওঁৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে। ভাল কাম কৰাসকলৰ ওপৰত শনিদেৱৰ বিশেষ আশীৰ্বাদত থাকে। আনহাতে বেয়া কামত লিপ্ত হোৱাসকলে সাৰে সাতী, ধাইয়াৰ দৰে শনি দোষৰ সন্মুখীন হ’বলগীয়া হয়। শনি দোষৰ কাৰণে এজন ব্যক্তিয়ে আৰ্থিক, মানসিক আৰু স্বাস্থ্যজনিত সমস্যা আদিৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ উপৰিও শনিবাৰে কিছু কাম কৰাৰ পৰা বিৰত থাকিব লাগে। শনিবাৰে কৰা এটা সৰু ভুলেও আপোনাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে বুলি বিশ্বাস কৰা হয়। গতিকে আজি শনিবাৰে কি কি কাম নকৰিব?

  1. শনিবাৰে সৰিয়হৰ তেল কিনাৰ পৰা বিৰত থাকক। অন্যথা আপুনি Shani Doshৰ প্ৰভাৱৰ সন্মুখীন হ’ব পাৰে। শনিবাৰে সৰিয়হৰ তেল দান কৰাটো শুভ বুলি গণ্য কৰা হয়। তদুপৰি শনিবাৰে শনিদেৱক সৰিয়হৰ তেল আগবঢ়োৱাটো শুভ ফলদায়ক বুলি বিবেচিত হয়।
  2. চুলি আৰু নখ কটাঃ শনিবাৰে চুলি আৰু নখ কটাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। তেনে কৰিলে আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে।
  3. লোহাৰ সামগ্ৰী কিনাঃ শনিবাৰে লোহাৰ সামগ্ৰী কিনা পৰিহাৰ কৰক। শনিবাৰে লোহা ক্ৰয় কৰাটো অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।
  4. আনক আঘাত দিয়াৰ পৰা বিৰত থাককঃ  শনিবাৰে নিজৰ কথাৰে কাকো অপমান নকৰিব বা আঘাত নিদিব। আপোনাৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক। আনক অশান্তিৰ দিলে ভগৱান শনিদেৱৰ খং উঠিব পাৰে।
  5. ক’লা তিল খোৱাৰ পৰা বিৰত থাককঃ শনিবাৰে ক’লা তিল খোৱাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত Shani Doshaৰ প্ৰভাৱ বৃদ্ধি পায়। লগতে শনিবাৰে ক’লা তিল কিনাৰ পৰা বিৰত থাকিব।
  6. জোতা-চেণ্ডেল কিনাঃ শনিবাৰে জোতা-চেণ্ডেল কিনা উচিত নহয়।

    শনিবাৰে কি কৰিব?

    • শনিবাৰে সন্ধিয়া আঁহত গছৰ তলত এট চাকি জ্বলাব পাৰে।
    • শনি দেৱৰ সৈতে ভগৱান হনুমানক পূজা কৰাটো লাভজনক বুলি বিবেচিত হয়৷
    • শনিবাৰে দুখীয়া আৰু আৰ্তজনক খাদ্য, ধন, কাপোৰ, তেল, তিল আদি দান কৰক।
    • শনিবাৰে সৰিয়হৰ তেল, ক’লা তিল, উৰহ দাইল, ক’লা কাপোৰ, বা লোহাৰ সামগ্ৰী দান কৰাটো ভাল বুলি বিবেচিত হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই
প্ৰযুক্তি

মোবাইল ৰিচাৰ্জত এতিয়া ১৫০ টকা পৰ্যন্ত ৰেহাই

September 4, 2026
দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!
অসম

দ্ৰুতগতিত গলিছে টাৱাঙৰ খাংগ্ৰি হিমবাহ, অসম-অৰুণাচললৈ বিপদঘণ্টা!

September 4, 2026
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

কৰ্কটত আক্ৰান্ত নেতানিয়াহু, প্ৰষ্টেট কেন্সাৰ নেকি নেতানিয়াহুৰ? বৰ্তমান অৱস্থা কেনেকুৱা?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

প্ৰষ্টেট কৰ্কটৰ লক্ষণ কি কি? প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱাৰ লক্ষণেই প্ৰষ্টেট কেন্সাৰৰ প্ৰাথমিক লক্ষণ? কেনেকৈ সময়মতে এই ৰোগ সম্পৰ্কে জানিব পাৰিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.