১মাৰ্চ ২০২৫ শনিবাৰে চন্দ্ৰই দিনজুৰি মীন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি ফাগুনৰ শুক্লা দ্বিতীয়া তিথি৷ কাইলৈ নিশা ১২ বাজি৯ মিনিট পৰ্যন্ত শুক্লা দ্বিতীয়া তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব পূৰ্ব ভাদ্ৰপদ আৰু পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মেষ ৰাশি
কাইলৈ দিনটো শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ বহুদিন ধৰি ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ গ্ৰহৰাজৰ আশীৰ্বাদত সকলো কামতে ভাগ্যৰ সহায়তা লাভ কৰিব৷ ব্যৱসায়ীসকলে বৃহৎ লাভ কৰিব পাৰিব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷
বৃষ ৰাশি
কাইলৈ শুক্লা যোগৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মাজত নেতৃত্বদানৰ ক্ষমতা বাঢ়িব৷ সকলো কামতেই সাফল্য লাভৰ যোগ আছে৷ কাইলৈ ৰৈ থকা টকা আপুনি লাভ কৰিব৷ কৰোবাত ধন বিনিয়োগ কৰাৰ কথা ভাৱিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ সঠিক সিদ্ধান্ত কাইলৈ ল’ব পাৰিব তুলা ৰাশিৰ জাতকে৷
কৰ্কট ৰাশি
মকৰ ৰাশিৰ জাতকে কাইলৈৰ দিনটো বেছ আনন্দেৰে কটাব পাৰিব৷ কাইলৈ আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ ব্যৱসায়ীয়ে নতুন কাম আৰম্ভ কৰিব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ মকৰ ৰাশিৰ ব্যৱসায়ীয়ে প্ৰতিযোগীক হৰুৱাই বহুপৰিমাণে আগুৱাই যাব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ