• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

2 years ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

1 hour ago
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

1 hour ago
বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

বেংকিং খণ্ডত বৃহৎ পৰিৱৰ্তন, শীঘ্ৰে সলনি হ’ব বহু বেংকৰ CEO

2 hours ago
প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

প্ৰধান শিক্ষকৰ নিৰ্মম প্ৰহাৰত ধুবুৰীৰ কুকিলাডাংগা হাইস্কুলৰ ২০ শিক্ষাৰ্থী চিকিৎসাধীন

5 hours ago
ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

ভয়ংকৰ তথ্য! একাংশ বহিৰাগতাই এনেকৈ কাঢ়িছে নেকি খিলঞ্জীয়াৰ ভূমি?

6 hours ago
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

6 hours ago
গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

গু*লী প্ৰতিৰোধী, বেলেষ্টিকৰ পৰা সুৰক্ষাকে ধৰি কি কি সুবিধা আছে পুটিনৰ বাহনত?

7 hours ago
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

8 hours ago
কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

কেনেকৈ লক্ষ্মী নাৰায়ণ শৰ্মা হ’ল নিম কৰোলি বাবা?

8 hours ago
দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

দাঁতৰ ভিতৰতে গজিল মধুৰিয়ামৰ গছ! হতভম্ব চিকিৎসক

9 hours ago
আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

আপুনি জানেনে AI-এ আপোনৰ এটা প্ৰশ্ন বা এখন ফটোৰ বিনিময়ত কিমান পানী খৰচ কৰে?

10 hours ago
আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

আজিৰে পৰা ৩ দিনলৈ বন্ধ থাকিব বেংকৰ শাখা

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

editor by editor
February 28, 2025
in জীৱনশৈলী, ভাৰত
0
ফাগুনৰ শুক্লা দ্বিতীয়াত বসুমতী যোগ, শনিৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১মাৰ্চ ২০২৫ শনিবাৰে চন্দ্ৰই দিনজুৰি মীন ৰাশিত অৱস্থান কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি ফাগুনৰ শুক্লা দ্বিতীয়া তিথি৷ কাইলৈ নিশা ১২ বাজি৯ মিনিট পৰ্যন্ত শুক্লা দ্বিতীয়া তিথি থাকিব৷ তাৰপাছতেই আৰম্ভ হ’ব কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ সাধ্য যোগ আৰু শুভ যোগৰ প্ৰভাৱ থাকিব৷ কাইলৈ প্ৰথমে থাকিব পূৰ্ব ভাদ্ৰপদ আৰু পাছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে কৰ্মফলৰ দেৱতা শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ দিনটো শুভ হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব৷ সমাজত সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব মেষ ৰাশিৰ জাতকে৷ বহুদিন ধৰি ৰৈ থকা কাম কাইলৈ সম্পূৰ্ণ কৰিব পাৰিব৷ গ্ৰহৰাজৰ আশীৰ্বাদত সকলো কামতে ভাগ্যৰ সহায়তা লাভ কৰিব৷ ব্যৱসায়ীসকলে বৃহৎ লাভ কৰিব পাৰিব৷ দাম্পত্য জীৱন সুখৰ হ’ব৷

বৃষ ৰাশি

কাইলৈ শুক্লা যোগৰ শুভ প্ৰভাৱত লাভজনক দিন কটাব তুলা ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মাজত নেতৃত্বদানৰ ক্ষমতা বাঢ়িব৷ সকলো কামতেই সাফল্য লাভৰ যোগ আছে৷ কাইলৈ ৰৈ থকা টকা আপুনি লাভ কৰিব৷ কৰোবাত ধন বিনিয়োগ কৰাৰ কথা ভাৱিলে কাইলৈৰ দিনটো আপোনাৰ বাবে শুভ৷ সঠিক সিদ্ধান্ত কাইলৈ ল’ব পাৰিব তুলা ৰাশিৰ জাতকে৷

কৰ্কট ৰাশি

মকৰ ৰাশিৰ জাতকে কাইলৈৰ দিনটো বেছ আনন্দেৰে কটাব পাৰিব৷ কাইলৈ আপুনি আত্মবিশ্বাসেৰে তুংগত থাকিব৷ ব্যৱসায়ীয়ে নতুন কাম আৰম্ভ কৰিব পাৰে৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰি পাব পাৰে৷ মকৰ ৰাশিৰ ব্যৱসায়ীয়ে প্ৰতিযোগীক হৰুৱাই বহুপৰিমাণে আগুৱাই যাব৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷

তুলা ৰাশি

কাইলৈ ১ মাৰ্চ নানান দিশৰ পৰা লাভজনক হ’ব তুলা ৰাশিৰ বাবে৷ কাইলৈ আপুনি হঠাৎ বেছ কিচু টকা পইছা লাভ কৰিব পাৰে৷ বিবাহৰ প্ৰস্তাৱ আহিব পাৰে তুলা ৰাশিলৈ৷ কাইলৈ আপোনাৰ সৈতে নতুন কোনো ব্যক্তিৰ আলাপ হ’ব পাৰে৷ এই পৰিচয় আপোনাৰ বাবে লাভজনক হ’ব৷ নিজৰ লক্ষ্যৰ দিশত বহুপৰিমাণে আগুৱাই যাব তুলা ৰাশিৰ জাতক৷

মকৰ ৰাশি

কাইলৈ ১ মাৰ্চত জীৱনৰ সকলো সুখ সৌভাগ্য লাভ কৰিব মীন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ সাহস আৰু ধৈৰ্য্য দুইটাই বহুপৰিমানে বাঢ়িব৷ শত্ৰুৱে কাইলৈ শনিৰ আশীৰ্বাদত মীন ৰাশিৰ জাতকৰ সন্মুখত পৰাস্ত হ’ব৷ সামাজিক জনসেৱামূলক কামত কাইলৈ অংশ ল’ব পাৰে আপুনি৷ যিসকলে চাকৰিৰ চেষ্টা কৰিছে তেওঁলোকে কাইলৈ কোনো বন্দুৰ সহায়ত নতুন চাকৰি পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

বিপদে লগ দিব ৪ ৰাশিক! কাইলৈ কেনে যাব আপোনাৰ দিনটো?

September 11, 2026
BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!
ভাৰত

BRICS ৰ মঞ্চত G7ক উপহাস পুটিনৰ, ক’লে তেওঁলোক আমাতকৈ কম!

September 11, 2026
গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী
জীৱনশৈলী

গণেশ চতুৰ্থীত ভগৱান গণেশক আগবঢ়াওক এই ৭ বিধ সামগ্ৰী

September 11, 2026
ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা
অসম

ৰাজ্যত বিগত ১০ বছৰত ৩৭ হাজাৰৰো অধিক দুৰ্ঘটনা

September 11, 2026
Next Post
মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

মাৰ্চৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী শুক্ৰ, টকাৰ গাদীত শুব এই ৫ৰাশি

ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

ধনকুবেৰ আম্বানীৰ ঘৰ এণ্টেলিয়াত কেনেকৈ কৰ্মী নিয়োগ কৰা হয়? দৰমহা কিমান?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.