• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি

মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি

2 years ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

12 minutes ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

47 minutes ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

4 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

5 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

5 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

6 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

6 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

7 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

8 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

8 hours ago
২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি

editor by editor
June 22, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ
0
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টি, ৫ ৰাশিৰ লোকৰ সমস্যা সৃষ্টি

জ্যোতিষ শাস্ত্ৰৰ মতে বৰ্তমান মংগল গ্ৰহ মেষ ৰাশিত অৱস্থিত। ১২ জুলাইলৈ মংগল গ্ৰহ মেষ ৰাশিত থাকিব। মংগল গ্ৰহ মেষ ৰাশিত থকাৰ বাবে শনিৰ তৃতীয় দৃষ্টি ইয়াৰ ওপৰত পৰিছে। মংগল গ্ৰহত শনিৰ দৰ্শন অতি বিপদজনক বুলি গণ্য কৰা হয়। যাৰ প্ৰভাৱ আটাইকেইটা ১২ ৰাশিৰ লোকৰ ওপৰত পৰে। ইয়াৰ দ্বাৰা কিছুমানৰ ওপৰত নেতিবাচক প্ৰভাৱ আৰু আন কিছুমানৰ ওপৰত ইতিবাচক প্ৰভাৱ পৰে। কিন্তু ৫টা ৰাশি আছে যাৰ ওপৰত শনি গ্ৰহৰ এই তৃতীয়টো দৰ্শন অতি বিপদজনক হ’ব।

কৰ্কট ৰাশি-
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টিয়ে কৰ্কট ৰাশিৰ লোকসকলক নেতিবাচক ফল দিয়ে। এই সময়ছোৱাত ব্যৱসায়ত লোকচানৰ প্ৰবল সম্ভাৱনা থাকে। আৰ্থিক লোকচান হ’ব পাৰে। কেৰিয়াৰত উত্থান-পতন হ’ব পাৰে। এই সময়ছোৱাত ধৈৰ্য্য ধৰিব লাগিব।

কন্যা ৰাশি-
মংগল গ্ৰহত শনিৰ তৃতীয় দৃষ্টিৰ বাবে কন্যা ৰাশিৰ লোকে অধিক কষ্ট কৰিব লাগিব আৰু কম ফলাফল পাব। কিন্তু হতাশ হোৱাৰ কোনো প্ৰয়োজন নাই, সময়বোৰ ইতিবাচক হৈ পৰালৈ অপেক্ষা কৰক। এই সময়ছোৱাত অপ্ৰয়োজনীয় খৰচে অসুবিধাৰ সৃষ্টি কৰিব পাৰে কাৰ্যালয়ত বিবাদ হ’ব পাৰে। এই সময়ত কম কথা কোৱা ভাল।

তুলা ৰাশি-
মংগল গ্ৰহত শনি গ্ৰহৰ তৃতীয় দৰ্শনে তুলা ৰাশিৰ লোকক নেতিবাচক ফলাফল দিব। এই সময়খিনি ধৈৰ্য্যৰে ল’ব লাগিব। সম্পত্তি সম্পৰ্কীয় বিষয়ৰ বাবে বিভ্ৰান্তি বাঢ়িব পাৰে। ইয়াৰ ফলত ঘৰত উত্তেজনা বৃদ্ধি পাব। অবিবাহিত মানুহে বিয়াৰ বাবে কিছু সময় অপেক্ষা কৰিব লাগিব।

বৃশ্চিক ৰাশি-
অহা ২০ দিন বৃশ্চিক ৰাশিৰ লোকৰ বাবে কঠিন। সমস্যা আহিবই কিন্তু সম্পূৰ্ণ সাহসেৰে মুখামুখি হোৱা উচিত। আপোনাৰ কেৰিয়াৰত কিছু হতাশাজনক প্ৰস্তাৱ বা খবৰ পাব পাৰে। এই সময়ছোৱাত বিবাদৰ পৰা আঁতৰি থকাটোৱেই উত্তম সমাধান।

মকৰ ৰাশি-
মকৰ ৰাশিৰ লোকৰ ওপৰত কামৰ চাপ বাঢ়িব পাৰে ইয়াৰ সহজ সমাধান হ’ল এই সময়ছোৱাত এটা এটাকৈ কাম সম্পূৰ্ণ কৰা। খৰচ বাঢ়িব পাৰে। সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। আপোনাৰ সংগীৰ লগত ভাল ব্যৱহাৰ কৰক। সৰু সৰু কথাবোৰেও ডাঙৰ বিতৰ্কৰ সৃষ্টি কৰিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Astroastrologymangal grahaSani and mangalSani Graha
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য
বিনোদন

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

March 18, 2026
Next Post
NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

NEETৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত, উচ্চ পৰ্যায়ৰ কমিটি গঠন, কৰিব এই কাম

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি…

আজিৰ খেলখনত ভাৰত জয় হোৱাটো কিমান প্ৰয়োজনীয়, ছুপাৰ ৮ৰ সমীকৰণ কি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.