• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

2 months ago
RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

6 minutes ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

1 hour ago
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

2 hours ago
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

3 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াৰ ভয়ংকৰ পেটৰ বিষ? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ, জানক কোন কোন ৰাশি আছে তালিকাত

5 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

আজি ভাগ্যই দেখুৱাব ৰং! কেনে যাব ১২ ৰাশিৰ দিনটো?

5 hours ago
সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

সদায় ভাগ্যৱান এইসকল লোক, জীৱনত নাপায় কোনো কষ্ট!

17 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ধন-সম্পত্তিৰ পৰা প্ৰেমলৈ, কাইলৈৰ দিনটোত ভাগ্যৱান এইকেইটা ৰাশি?

17 hours ago
দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

দুবাৰকৈ বিয়া আৰু পত্নীৰ মৃত্যুৰ পিছতহে সৌভাগ্য উদয়! হৈ পৰে ছুপাৰষ্টাৰ

17 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

২২ অক্টোবৰত কেনে যাব আপোনাৰ দিনটো? ১২টা ৰাশিৰ ভাগ্যফল পঢ়ক

18 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

ধনেৰাচৰ পূৰ্বে হ্ৰাস সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব আপুনি?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

ভাৰতীয় ষ্টেট বেংকে নগদ ধন উলিওৱাৰ চাৰ্জৰ পৰিৱৰ্তনৰ কথা ঘোষণা কৰিছে।

editor by editor
August 21, 2026
in বাণিজ্য, বিবিধ, লেখা
0
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
0
SHARES
295
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে এক ডাঙৰ খবৰ। এইবাৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ চাৰ্জ আৰু বৃদ্ধি হ’বলৈ গৈ আছে। ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিয়ম।

২০ আগষ্টত ভাৰতীয় ষ্টেট বেংকে নগদ ধন উলিওৱাৰ চাৰ্জৰ পৰিৱৰ্তন হ’ব বুলি ঘোষণা কৰে। ১ অক্টোবৰৰ পৰা শাখা চেনেলৰ জৰিয়তে খোলা এছ বি আইৰ বেচিক ছেভিংছ বেংক জমা একাউণ্টৰ পৰা ধন উলিওৱাৰ চাৰ্জৰ পৰিৱৰ্তন হ’ব।

এছ বি আইয়ে জাননীখনত উল্লেখ কৰিছে যে প্ৰতিমাহে প্ৰথম চাৰিটা উলিওৱা বিনামূলীয়া হ’ব, অৰ্থাৎ প্ৰথম চাৰিটা এ টি এম উলিওৱাৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহ’ব। ইয়াৰ পিছত প্ৰতিটো উলিওৱা বা লেনদেনৰ বাবে ১৫ টকা চাৰ্জ আৰোপ কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ জি এছ টিও আৰোপ কৰা হ’ব।

যদি আপোনাৰ এছ বি আই বেচিক চেভিংছ একাউণ্ট আছে, তেন্তে ১ অক্টোবৰৰ পৰা এ টি এম উলিওৱাৰ চাৰ্জ বেছি হ’ব।

এছ বি আইৰ মৌলিক সঞ্চয় একাউণ্ট কি কি?

মৌলিক চেভিংছ বেংক জমা একাউণ্ট হৈছে এটা মৌলিক বেংকিং একাউণ্ট। এই একাউণ্টত নূন্যতম বেলেঞ্চৰ প্ৰয়োজনীয়তা নাই। মৌলিক জমা আৰু উলিওৱাৰ বাবে কোনো ধৰণৰ চাৰ্জ লোৱা নহয়।

কোনে বেছিকৈ প্ৰভাৱিত হ’ব?

মাহে চাৰিবাৰতকৈ অধিক এটিএমৰ পৰা ধন উলিওৱা এছবিআইৰ গ্ৰাহকসকল এই নতুন নিয়মৰ দ্বাৰা সৰ্বাধিক প্ৰভাৱিত হ’ব। যিসকলে ডিজিটেল বেংকিং ব্যৱহাৰ কৰে বা এটিএম বেছি ব্যৱহাৰ নকৰে তেওঁলোকৰ ওপৰত এই চাৰ্জৰ বিশেষ প্ৰভাৱ নপৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?
বাণিজ্য

RBI গৱৰ্ণৰে দিছে অৰ্থনৈতিক সতৰ্কবাণী, কিমান হৈছে ভাৰতৰ অৰ্থনীতিৰ উন্নতি?

October 22, 2026
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
বাণিজ্য

Gold Silver Price Today: হোৰাহোৰে কমিছে সোণ-ৰূপৰ মূল্য, একেদিনাই ৫,০০০ টকা পৰ্যন্ত হ্ৰাস

October 22, 2026
‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই
ভাৰত

‘ৰাষ্ট্ৰ বিৰোধী বিষয়বস্তু দেখুওৱাৰ পৰা বিৰত থাকক’, টিভি চেনেলসমূহক সকীয়াই দিলে কেন্দ্ৰই

October 22, 2026
সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান
জীৱনশৈলী

সৰু সৰু কথা পাহৰি যোৱা অভ্যাস? লক্ষণ দেখাৰ পূৰ্বে হওক সাৱধান

October 22, 2026
Next Post
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

নিশা দৈ খোৱাটো উচিত নে অনুচিত? বিশেষজ্ঞসকলে কয় জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.