• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

2 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

1 minute ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

1 hour ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

1 hour ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

2 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

3 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

4 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

4 hours ago
Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

Marriage Registration পৰ্যাপ্ত নহয়, মাংগলিক ৰীতিৰেও সম্পন্ন হ’ব লাগিব বিৱাহ

5 hours ago
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

7 hours ago
জুলাই মাহটো আপোনাৰ কেনে যাব?

জুলাই মাহটো আপোনাৰ কেনে যাব?

18 hours ago
প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

প্ৰতিমাহে মাত্ৰ ১২,৫০০ টকা সঞ্চয় কৰি কেনেকৈ লাভ কৰিব পাৰে ১ কোটি টকাৰ পুঁজি?

18 hours ago
প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

প্ৰখৰ ৰ’দে ছাল ক’লা কৰিছে নেকি? Tanning আঁতৰাবলৈ নকৰিব এই কাম

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?

editor by editor
November 17, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
SBIত ৫বছৰৰ বাবে ৫লাখ টকাৰ FD কৰাৰ পৰিকল্পনা! কিমান টকা ৰিটাৰ্ন পাব?
0
SHARES
657
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বেয়াৰ বজাৰেই হওক বা মিউছুৱেল ফাণ্ড৷ বজাৰ উঠিলে সকলোতেই ভাল৷ মোটা টকা ৰিটাৰ্ণ পাবই৷ কিন্তু নামিলেই সৰ্বনাশ৷ কষ্টৰ টকা পানীত পৰে৷ সাধাৰণ বিনিয়োগকাৰীয়ে এই খেলত সেয়ে সোমাব নিবিচাৰে৷ তেওঁলোকে বিচাৰে নিৰাপদ বিনিয়োগ বিকল্প৷ নিৰাপদ বিনিয়োগ মানে ফিক্সড ডিপোজিট৷ ইয়াত কোনো ধন হেৰুওৱাৰ ভয় নাই৷ টকাও সম্পূৰ্ণ নিৰাপদ৷ ইয়াৰ সৈতে নিশ্চিত ৰিটাৰ্ণৰ গেৰেণ্টি৷ বিনিয়োগ কৰাৰ সময়ত গ্ৰাহকে জানিব বিচাৰে তেওঁলোকে কিমান টকা হাৰত সুদ পাব৷ সেই অনুযায়ী ৰিটাৰ্ণ গণনা কৰি ল’ব পাৰি৷

আৰ্থিক বিশেষজ্ঞইয়ো কৈছে যে এককালীন কৰ্পাছ তৈয়াৰৰ বাবে ফিক্সড ডিপোজিট আদৰ্শ৷ বেংকে সময়ে সময়ে সুদৰ হাৰ পৰ্যালোচনা কৰে৷ কেতিয়াবা সুদ বাঢ়ে৷ কেতিয়াবা কমে৷ যিহওক ফিক্সড ডিপোজিটৰ বাবে দেশৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰায়ত্ত বেংক এছ বি আইক বাছি লোৱা যায়৷ আৰ্থিক বিশেষজ্ঞসকলেও কৈছে, এককালীন কৰ্পাছ তৈয়াৰৰ বাবে ফিক্সড ডিপোজিট আদৰ্শ৷ SBIত ৫ বছৰৰ বাবে ম্যাদি ফিক্সড ডিপোজিটত প্ৰবীণ নাগৰিকসকলক ৭.৫০ শতাংশ হাৰত সুদ দিয়া হয়৷ কেৱল এয়াই নহয়৷ কোনোৱে যদি ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে আয়কৰৰ পৰাও ৰেহাই পাব৷ কোনো বিনিয়োগকাৰীয়ে যদি এই ম্যাদ ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে কিমান টকা ৰিটাৰ্ন পাব?

ফিক্সড ডিপোজিট কেলকুলেটৰৰ পৰা খুব সহজেই ৰিটাৰ্ণ গণনা কৰা হৈছে৷ বেংকৰ অফিচিয়েল ৱেবচাইটতেই থাকে এই কেলকুলেটৰ৷ সুদৰ হাৰ, বিনিয়োগৰ পৰিমান আৰু ম্যাদ দিলেই ৰিটাৰ্ণ কিমান পাব সেয়া জানিব পাৰি৷ ষ্টেট বেংক অফ ইণ্ডিয়াৰ ফিক্সড ডিপোজিট কেলকুলেটৰ অনুসৰি পাঁচ বছৰ ম্যাদত ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰিলে মেচিউৰিটিত ৭, ২৮, ৯৭৮ টকা ৰিটাৰ্ণ পাব৷

ইয়াৰ মাজত ৫লাখ টকাৰ প্ৰিন্সিপাল এমাউণ্ট বা মূল পৰিমাণ আৰু বাকী ২,২৪,৯৭৪ টকা সুদ৷ এবছৰৰ ম্যাদত ৬.৮০ শতাংশ হাৰত সুদ দিছে এছ বি আইয়ে৷ ১ বছৰৰ বাবে যদি কোনোৱে ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে তেওঁ ৫,৩৪,৮৭৬ টকা ৰিটাৰ্ণ পাব৷ ইয়াৰ মাজতেই সুদৰ পৰা পাব ৩৮, ৮৭৬ টকা৷ ২ বছৰৰ ম্যাদত সুদৰ হাৰ হয় ৭শতাংশ৷ তেন্তে ২্ বছৰৰ ম্যাদত যদি কোনোৱে ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে মেচিউৰিটিত তেওঁ ৫,৭৪,৭৪০টকা ৰিটাৰ্ণ পাব৷ সুদ পাব ৭৪,৪৪০ টকা৷ ৩ বছৰৰ ম্যাদত সুদৰ হাৰ ৬.৭৫ শতাংশ৷ যদি কোনোৱে ৩ বছৰ ম্যাদত ৫লাখ টকাৰ ফিক্সড ডিপোজিট কৰে তেন্তে ৬,১১,১৯৬টকা ৰিটাৰ্ণ পাব৷ মেচিউৰিটিত সুদৰ পৰা ব্যক্তিজনে আয় কৰিব পাৰিব ১,১১,১৯৬ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

July 1, 2026
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

July 1, 2026
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ
জীৱনশৈলী

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

July 1, 2026
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত
বিনোদন

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

July 1, 2026
Next Post
বক্ৰী পথ এৰি মাৰ্গী হ’ল শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

বক্ৰী পথ এৰি মাৰ্গী হ’ল শনি, সফলতাই দুৱাৰত টুকুৰিয়াব এই ৫ৰাশিৰ জাতকৰ

সূৰ্যৰ হাজাৰ গুণ শক্তি বৃদ্ধি! ৪ৰাশিয়ে মুঠে মুঠে বুটলিব ধন, কাৰ কাৰ খুলিব কঁপাল?

সূৰ্যৰ হাজাৰ গুণ শক্তি বৃদ্ধি! ৪ৰাশিয়ে মুঠে মুঠে বুটলিব ধন, কাৰ কাৰ খুলিব কঁপাল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.