কাইলৈৰ পৰা পুনৰ খুলিব গুৱাহাটীৰ সমূহ বিদ্যালয়৷
গৰম হ্ৰাস পোৱাৰ বাবে এই নিৰ্দেশনা শিক্ষা বিভাগৰ৷
২৭ ছেপ্টেম্বৰলৈকে বন্ধৰ নিৰ্দেশ দিছিল প্ৰশাসনে৷
অত্যধিক গৰমৰ বাবে এই সিদ্ধান্ত লৈছিল শিক্ষা বিভাগে৷
পুৱা ৭.৩০বজাৰ পৰা ১২-৩০বজালৈকে হ’ব বিদ্যালয়ৰ পাঠদান৷
পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিয়ম৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ