• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

2 years ago
EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

EPFO Deadline: PF ৰিটাৰ্ণ দাখিলৰ তাৰিখ বৃদ্ধি, এতিয়া এই সুযোগ পাব ৩১ অক্টোবৰলৈকে

4 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৯ ছেপ্টেম্বৰত ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! আহিব পাৰে সুখবৰ

5 hours ago
ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

ভাৰতৰ ক’ত Blackbuck বেছি পোৱা যায়? কিয় বিষ্ণোই সমাজৰ বাবে বিশেষ এই হৰিণ জানক

6 hours ago
লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

লৰেন্স বিষ্ণই কিয় ঘৃণা কৰে চলমানৰ বন্ধুক? টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে দিলে ভাবুকি

6 hours ago
চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

চলমানৰ সৈতে কাম কৰিলে বিপদ নিশ্চিত! টাইগাৰ শ্ৰফক আক্ৰমণৰ পিছতে লৰেন্স গেঙৰ ভাবুকি

7 hours ago
JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

JIO SIM: এটা কিনিলে এটা ফ্ৰী- ৰিচাৰ্জ নোহোৱাকৈ উপলব্ধ হ’ব নেকি জিঅ’ৰ সেৱা?

7 hours ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

8 hours ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

8 hours ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

9 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

10 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

11 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?

editor by editor
July 17, 2024
in বিশ্ব
0
চন্দ্ৰৰ মাটিত ৰহস্যময় গুহা! চন্দ্ৰত থকা গুহাটোত কি আছে?
0
SHARES
7.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰক লৈ বিজ্ঞানীৰ কৌতূহলৰ অন্ত নাই৷ নিয়মিত পৰ্যবেক্ষণ আৰু অভিযানৰ মাধ্যমেৰে আমাৰ নীল গ্ৰহৰ একমাত্ৰ উপগ্ৰহৰ খুটি নাটি পৰীক্ষা কৰি আছে গৱেষকে৷ এইবাৰ ইটালীৰ এদল বিজ্ঞানীয়ে দাবী কৰিছে যে, তেওঁলোকে চন্দ্ৰৰ মাটিত বিচাৰি পাইছে এটা বিশেষ গুহা৷ বিশেষ গুহাটোৰ অৱস্থান চন্দ্ৰৰ শান্তসাগৰৰ কাষত৷

১৯৬৯ চনত য’ত নীল আৰ্মষ্ট্ৰং যোৱা এপল ১১ য়ে লেণ্ডিং কৰিছিল তাৰপৰা ২৫০ মাইল দূৰত্বতেই এই গুহা অৱস্থিত৷ বিজ্ঞানীৰ ধাৰণা যে সুদূৰ অতীতত লাভা উদগীৰণৰ ফলতেই এই গুহাৰ সৃষ্টি হৈছিল৷ সেই গুহাটো ১৩০ ফুট বহল আৰু দৈৰ্ঘ্য প্ৰায় ১০ গজ বা তাতকৈয়ো বেছি৷ ইটালিৰ ট্ৰেন্টো বিশ্ববিদ্যালয়ৰ যি গৱেষক দলে সেই গুহা বিচাৰি পাইছে৷ এই বিশেষ দলটোৰ প্ৰতিনিধি লিয়নাৰ্দো কেৰিয়াৰ আৰু লোৰেঞ্জ ব্ৰুজনে জনাইছে, ‘চন্দ্ৰৰ গুহা ৫০ বছৰতকৈ বেছি সময় ধৰি ৰহস্য হৈয়েই ৰৈ গৈছে৷ সেই খবৰ আমি বিচাৰি ওলিয়ালো৷ তাৰপাছতেই আমিও বিস্মিত হৈ পৰিছো৷’

ইয়াৰোপৰি তেওঁলোকৰ দাবী যে, এইটো গুহাই নহয় আৰু অসংখ্য গুহা সেই এলেকাত আছে৷ আনকি চন্দ্ৰৰ দক্ষিণ মেৰুত সেই ধৰণৰ গুহাৰ অস্তিত্ব সম্পৰ্কে তেওঁলোক নিশ্চিত৷ NASAৰ Lunar Reconnaissance Orbiterৰ মাধ্যমেৰে ৰাডাৰৰ পৰিমাপ বিশ্লেষণ কৰিছে বিজ্ঞানীয়ে৷ আগন্তুক দিনত চন্দ্ৰত মানুহ পঠিওৱা আৰু সেই স্থানত কলোনি স্থাপনৰ সপোন আছে নাছাৰ৷ ধাৰণা কৰা হৈছে যে প্রাথমিকভাৱে এই ধৰণৰ গুহা নভোচৰসকলৰ আশ্ৰয়স্থলো হৈ পৰিব পাৰে৷ কিয়নো এই স্থানত মহাজাগতিক ৰশ্মি, সৌৰ তেজস্ক্ৰিয়তা আৰু সৰুসুৰা উল্কাৰ আঘাতৰ পৰা বাচিব পাৰিব৷ ভৱিষ্যতে পৃথিৱী মানুহৰ বসবাসৰ সম্পূৰ্ণ অযোগ্য হৈ উঠিলে চন্দ্ৰই হৈ উঠিব পাৰে বহু মানুহৰ বাসস্তান৷ এই উপগ্ৰহটোক ভালকৈ চিনিবলৈ নিয়মিত পৰ্যবেক্ষণ কৰিবলৈ আৰম্ভ কৰিছে বিজ্ঞানীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু
বিশ্ব

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

October 18, 2026
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ
বিশ্ব

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

October 17, 2026
Next Post
শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

শাওনৰ আজি দ্বিতীয়তো দিন কিদৰে যাব শিৱ ভক্ত সকলৰ, জানিবলৈ পঢ়ক ১৮ জুলাইৰ ৰাশিফল

মূষলধাৰ বৰষুণৰ আগজাননী, অসমসহ দেশৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কতা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ

মূষলধাৰ বৰষুণৰ আগজাননী, অসমসহ দেশৰ কেইবাখনো ৰাজ্যলৈ সতৰ্কতা কেন্দ্ৰীয় বতৰ বিজ্ঞান বিভাগৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.