• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে

সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে

3 years ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

20 minutes ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

1 hour ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

2 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

3 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

4 hours ago
হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে নিৰ্মাণ কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ ‘ছিৰাজ’ৰ কিছু ভিতৰুৱা কথা

5 hours ago
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

14 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

14 hours ago
IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

IND vs AFG: ভাৰত-আফগানিস্তানৰ শৃংখলাত হৰ্ষিত ৰানাৰ প্ৰৱেশ, BCCI এ হঠাতে কৰিলে ঘোষণা

15 hours ago
আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

আপোনাৰো হ্ৰাস পাইছে নেকি শুক্ৰাণু? তেন্তে আজিয়েই হওক সাৱধান!

15 hours ago
বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

বিয়াৰ ৬ মাহতে গৰ্ভৱতী সামন্থা ৰুথ প্ৰভু! সামাজিক মাধ্যমত ভাইৰেল ফটো

16 hours ago
২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

২০ জুনত কৃষকৰ একাউণ্টত সোমাব ২০০০ টকা, তাৰ পূৰ্বে পৰীক্ষা কৰক তালিকা!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে

editor by editor
July 16, 2023
in বিশ্ব, ভাৰত, লেখা
0
সীমাৰ পূৰ্বৰ স্বামী পৰিয়ালে হিন্দু সীমাক নিবিচাৰে! এতিয়া আৰু পাকিস্তানলৈ ওভতি যোৱাৰ কথা কোনো কাৰণতে সীমাই ভাৱিব নালাগে বুলি জনালে সীমাৰ পাক পতি গোলাম হাইদৰে
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ পাকিস্তানৰ বোৱাৰী সীমা হাইদৰ আৰু গ্ৰেটাৰ নয়ডাৰ শচীন মীনাৰ প্ৰেম কাহিনীয়ে দেশজুৰি আজিও চৰ্চাত। নেপালেৰে পাকিস্তানৰ পৰা ভাৰতলৈ ৪সন্তানসহিতে প্ৰৱেশ কৰা সীমা হাইদৰে ভাৰতৰ নিৰাপত্তা ব্যৱস্থাক যেন বুঢ়া আঙুলিহে দেখুৱালে। সীমাৰ প্ৰৱেশে ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ দুৰ্বলতাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে। একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে পাকিস্তানৰ পৰা সীমাৰ পৰিয়ালৰ সকলো তথ্য পোহৰলৈ আনিছে। সীমাক পাকিস্তানত নিষিদ্ধ কৰাৰ কথাও শেহতীয়াকৈ পোহৰলৈ আহিছে। পাকিস্তানত থকা সীমাৰ আত্মীয়ই জনাইছে যে কোনো কাৰণতে সীমাই যাতে পাকিস্তানৰ মাটিত ভৰি নিদিয়ে।

পৰিয়ালৰ লোকে কি কয়?
একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ তথ্যমতে পাকিস্তানত সীমাই গোলাম হাইদৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পাছতেই ৪সন্তানো হয় গোলাম আৰু সীমাৰ। গোলামে ধন উপাৰ্জন কৰিবৰ বাবে ছৌদী আৰৱলৈ যায়। বিগত প্ৰায় ৪ বছৰ ধৰি গোলাম ছৌদি আৰৱত আছে। শেহতীয়াকৈ গোলামৰ পৰিয়ালে সীমা হাইদৰক তেওঁলোকৰ পৰিয়ালত আৰু গ্ৰহণ নকৰে বুলি জনাইছে। তেওঁলোকৰ মতে সীমাই এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। সেয়ে সীমাক আৰু পাকিস্তানত গ্ৰহণ কৰিব নোৱাৰি। সীমাৰ পৰিয়াল আৰু চুবুৰীয়াৰ মতে এগৰাকী ধৰ্মান্তৰিত নাৰীক তেওঁলোকে আৰু পাকিস্তানত কোনো কাৰণতে গ্ৰহণ নকৰে। যদি ইচ্ছা কৰে সীমাই ৪সন্তানক পাকিস্তানলৈ পঠিয়াই দিব পাৰে। সন্তান কেইটাক গ্ৰহণ কৰাত আপত্তি নাই সীমাৰ পূৰ্বৰ স্বামীৰ পৰিয়ালৰ।

১৩০০ কিঃমিঃ দূৰত্ব কেনেকৈ অতিক্ৰম কৰিলে সীমাই?
সূত্ৰৰ খবৰ অনুসৰি গ্ৰেটাৰ নয়ডাৰ ৰবুপুৰা গাওঁত বাস কৰা শচীন আৰু পাকিস্তানৰ কৰাচীৰ বোৱাৰী সীমা গোলামে ২০১৯ চনতেই পৰিচিত হৈছিল। পাবজীৰ মাধ্যমেৰে দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিছিল। ইয়াৰপাছতেই দুয়োৱে ফোনযোগে সম্পৰ্ক ৰাখে। সীমা আৰু শচীনে পূৰ্বেও নেপালত মিলিত হৈছিল। ইয়াৰপাছতেই সীমাই জুন মাহত পাকিস্তানৰ পৰা নেপালৰ ৰাস্তাৰে ভাৰতত প্ৰৱেশ কৰিছে। এই যাত্ৰাত তেওঁ ১৩০০ কিঃমিঃ পথ যাত্ৰা কৰিছে।

৪জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সীমাক
সীমাই জুনমাহতেই পলাই আহি নেপালত শচীনৰ সৈতে হিন্দু ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয়। তাৰপাছতেই ৪সন্তানক লগত লৈ নেপালৰ পৰা গোপন ৰাস্তাৰে ভাৰতত প্ৰৱেশ কৰে। নেপালৰ পৰা ভাৰতৰ মাটিত প্ৰৱেশ কৰাৰ পাছতেই আৰক্ষীয়ে ৪জুলাইত সীমাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হয় সীমাৰ পতি শচীন আৰু শচীনৰ পিতৃও। কিন্তু গ্ৰেপ্তাৰৰ প্ৰায় ১৫ দিন পাছতেই সীমা আৰু শচীনক মুকলি কৰি দিয়ে আৰক্ষীয়ে। সীমা শচীনক আৰক্ষীয়ে এৰি দিবলৈ বাধ্য হোৱাৰ মূলতেই হৈছে শচীনৰ চুবুৰীয়া। তেওঁলোকে বোৱাৰী হিচাপে সীমাক লৈ খুবেই সুখী। তেঁঁওলোকেই বাৰে বাৰে আৱেদন জনাই যে সীমা-শচীনক আৰক্ষীয়ে মুকলি কৰি দিব লাগে। গাওঁবাসীৰ আবেদনৰ ভিত্তিতেই আৰক্ষীয়ে এৰি দিয়ে সীমা-শচীনক।

অশিক্ষিত সীমাই কেনেকৈ তিনিদেশ অতিক্ৰম কৰিলে?
সূত্ৰৰ খবৰ অনুসৰি সীমাৰ পঢ়া-শুনা তেনেই কম। অশিক্ষিত সীমাই ইমান ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহস কেনেকৈ কৰিলে এই বিষয়টোক লৈ বহুতেই প্ৰশ্ন উত্থাপন কৰিছে। সীমাৰ বিদেশত কৰ্মৰত স্বামী গোলামক এৰি সাধাৰণ দিনহাজিৰা কৰি থকা শচীনৰ প্ৰতি কিয় ইমান আগ্ৰহী হৈ উঠিল সীমা সেই লৈয়ো উত্থাপিত হৈছে প্ৰশ্ন। তদন্তত পোহৰলৈ অহামতে সীমাই যিখন গাঁৱত বাস কৰি সেইখন গাঁৱত মহিলাসকলে খুব কষ্টেৰে জীৱন অতিবাহিত কৰে।

পাকিস্তানত খুব কষ্টকৰ জীৱন কটাইছিল নেকি সীমাই?
পাকিস্তানৰ যি এলেকাত সীমাৰ ঘৰ সেই স্থানৰ অৱস্থা তেনেই তথৈবচ। গাঁৱবাসীৰ জীৱনযাপনো খুব কষ্টকৰ। বিশেষকৈ মহিলাসকলক সেই স্থানত খুবেই অত্যাচাৰ চলোৱা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?
বিনোদন

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

June 20, 2026
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প
বিশ্ব

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

June 20, 2026
Next Post
লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

লাখে লাখে লোক বেকাৰ হৈ পৰিছে! ৩৫বছৰ হ’লেই চাকৰি যায় চীনৰ যুৱকৰ, কিয় অভিশপ্ত বুলি ধৰা হয় এই বয়সক?

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

দিল্লীত বাগদান, বিয়া ৰাজস্থানত, অভ্যৰ্থনা অনুষ্ঠান দেশৰ কোন কোন প্ৰান্তত হ’ব জনালে ৰাঘৱ-পৰিণীতিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.