• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?

অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?

3 years ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

22 minutes ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

16 hours ago
নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

নলা চফা কৰা শ্ৰমিকে লাভ কৰিলে ৯৯ কোটি টকাৰ সোণ

16 hours ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

17 hours ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

18 hours ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

18 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

19 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

20 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

21 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

22 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

22 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?

editor by editor
August 3, 2023
in জীৱনশৈলী, ভাৰত
0
অফাৰেই অফাৰ, কোনটো গ্ৰহণ কৰিব? চিনেমাত অফাৰ পোৱাৰ পাছতেই আহিল চাকৰিৰো প্ৰস্তাৱ, দৰমহা ৫০ হাজাৰ, কোনটো প্ৰস্তাৱ গ্ৰহণ কৰিব সীমাই?
0
SHARES
659
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ছবিত অভিনয়ৰ প্ৰস্তাৱ পূৰ্বেই পাইছিল। এইবাৰ লাভ কৰিলে চাকৰিৰো প্ৰস্তাৱ। প্ৰেমৰ টানত ভাৰতলৈ আহি এমুঠি যোগাৰ কৰিব নোৱাৰা স্বামীক লৈ বিপাঙত পৰিছিল সীমা। কিন্তু সীমাৰ সকলো দুখ কষ্টৰ দিন এতিয়া অতীত হ’ল। গুজৰাটৰ এজন ব্যৱসায়ীয়ে সীমাক অফাৰ কৰিছে চাকৰি। চাকৰিৰ প্ৰস্তাৱ আহিছে প্ৰেমিক শচীন মীনালৈকেও। সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি সীমা আৰু শচীনে যদি সেই চাকৰিত যোগদান কৰে তেন্তে তেওঁলোকৰ মাহিলী বেতন হ’ব ৫০ ৰ পৰা ৬০ হাজাৰ টকা।

ভাইৰেল খবৰ অনুসৰি নয়ডাৰ ৰবুপুৰা গাওঁত থকা শচীনৰ ঘৰলৈ আহিছে এখন চিঠি। প্ৰথমে চিঠি লাভ কৰি ভয়ত কঁপিছিল শচীনৰ পৰিয়ালৰ সদস্যসকল। কিন্তু চিঠিখন খুলি চায়েই আনন্দৰ বন্যা বৈছে শচীনৰ ঘৰত। খাম খুলিয়েই দেখা পায় যে এই চিঠি পঠিয়াইছে গুজৰাটৰ এজন ব্যৱসায়ীয়ে। চিঠিত ব্যৱসায়ীজনে সীমা আৰু শচীনক ৫০-৬০ হাজাৰ টকাৰ চাকৰিৰ প্ৰস্তাৱ দিছে। চিঠিত লগতে লিখা হৈছে যে, তেওঁলোকে ইচ্ছানুসৰি আহি চাকৰিত যোগ দিব লাগে। ইয়াৰোপৰি আন কিবা সাহায্যৰ দৰকাৰ হ’লে যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে ব্যৱসায়ীজনে।

উত্তৰপ্ৰদেশৰ আৰক্ষীৰ নিৰ্দেশতেই এতিয়াও গৃহবন্দী হৈ আছে শচীন-সীমা। শচীনৰ পিতৃ নেত্ৰপালে কিছুদিন পূৰ্বে হাতযোৰ কৰি অনুৰোধ জনাইছিল যে সংবাদমাধ্যমে যাতে সংবাদ বিচাৰি তেওঁলোকক আৰু অসুবিধা নিদিয়ে। ইউটিউবাৰ সংবাদ মাধ্যমৰ ভিৰৰ বাবেই তেওঁলোকে ভাৰাঘৰ হেৰুৱাব লগা হৈছে। তেওঁলোক দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই থকা মানুহ। এনেকৈ ঘৰতে বাইট দি থাকিলে পেটৰ ভোক কেনেকৈ দূৰ হ’ব। আইনী প্ৰক্ৰিয়া চলি থকাৰ বাবে তেওঁলোকে বাহিৰলৈকো যাব নোৱাৰে। এনেকৈ ঘৰত থাকি থাকি খাবলৈ ঘৰত খুদকণ এটাও নোহোৱা হৈছে। শচীনৰ পিতৃয়ে প্ৰশাসনৰ ওচৰত আৰ্জি জনাইছিল যে এই পৰিস্থিতিৰ পৰা তেওঁলোকক মুক্ত কৰক। চৰকাৰে যেন কিছু দ্ৰুত সমাধান কৰে। নেত্ৰপালৰ সেই আৰ্জি সামাজিকমাধ্যমত ভাইৰেল হোৱাৰ পাছতেই তেওঁলোকৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে কেইবাজনো ব্যক্তি। সকলোতকৈ আগত তেওঁলোকক সহায়ৰ হাত আগবঢ়াবলৈ ওলাই আহিছিল এজন ছবি প্ৰযোজক। মিৰাটৰ ছবি প্ৰযোজকজনে সীমাক তেওঁৰ ছবিত অভিনয় কৰাৰ প্ৰস্তাৱ দিছিল। অমিত জানি নামৰ মিৰাটৰ এই ছবি প্ৰযোজকজনে সীমাক ছবিত অভিনয়ৰ প্ৰস্তাৱ দিছিল। কেৱল সেয়াই নহয় আৰ্থিক সাহায্য দিয়াৰ কথাও কৈছিল প্ৰযোজকজনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ
জীৱনশৈলী

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

August 17, 2026
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ
বিবিধ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

August 16, 2026
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
Next Post
বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

বিদায় ক্ৰিকেট! জীৱনত সফলতাৰ সমান্তৰালকৈ আঘাত পোৱাৰো কথা কৈ ক্ৰিকেটৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰিলে ক্ৰিকেটাৰ মনোজ তিৱাৰীয়ে

চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

চিন্তা বাঢ়িল চীনৰ! ভাৰতত খুলিল টেছলাৰ কাৰ্যালয়, কাৰ্যালয়ৰ ভাড়া মাহত ১১ লাখতকৈয়ো বেছি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.