কেঁচু খান্দোতে সাপ ওলাইছে। দাৰিদ্ৰতাৰ তাড়নাত বিক্ৰী কিডনী। কেৱল মধ্য অসমতে নহয়, উজনিতো সক্ৰিয় কিডনীৰ দালাল। গো-সুৰক্ষাৰে শ্ৰেষ্ঠ ৰাজ্যৰ সপোন দেখিছে।