• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপৰিয়ালে মন্নত এৰিছে শ্বাহৰুখ খানে, কিয় হঠাৎ মন্নত এৰি অন্যস্থানত ভাড়াঘৰ লৈছে শ্বাহৰুখে?

সপৰিয়ালে মন্নত এৰিছে শ্বাহৰুখ খানে, কিয় হঠাৎ মন্নত এৰি অন্যস্থানত ভাড়াঘৰ লৈছে শ্বাহৰুখে?

12 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

1 day ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

1 day ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

1 day ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

1 day ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

1 day ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

1 day ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

1 day ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, February 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সপৰিয়ালে মন্নত এৰিছে শ্বাহৰুখ খানে, কিয় হঠাৎ মন্নত এৰি অন্যস্থানত ভাড়াঘৰ লৈছে শ্বাহৰুখে?

সপৰিয়ালে মন্নত এৰিছে শ্বাহৰুখ খানে, কিয় হঠাৎ মন্নত এৰি অন্যস্থানত ভাড়াঘৰ লৈছে শ্বাহৰুখে?

editor by editor
February 26, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
সপৰিয়ালে মন্নত এৰিছে শ্বাহৰুখ খানে, কিয় হঠাৎ মন্নত এৰি অন্যস্থানত ভাড়াঘৰ লৈছে শ্বাহৰুখে?
0
SHARES
447
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মুম্বাইলৈ গ’লেই সকলোৰে এটা সপোন থাকে মন্নত এবাৰ চাই আহিব৷ শ্বাহৰুখ খানৰ ঘৰ মন্নতৰ সন্মুখত প্ৰায় প্ৰতিদিনেই ভিৰ কৰে অনুৰাগীয়ে৷ অনুৰাগীৰ এটাই প্ৰত্যাশা প্ৰিয় অভিনেতাৰ দৰ্শন কৰা৷ এইবাৰ সেই মন্নতেই এৰিছে বলীউড বাদশ্বাহে৷ শীঘ্ৰেই সপৰিয়ালে মন্নত এৰিব শ্বাহৰুখ খানে৷ বান্দ্ৰাৰ সমুদ্ৰমুখী সেই ঘৰৰ পৰা আঁতৰি মুম্বাইৰ পালি হিলত থাকিব শ্বাহৰুখ আৰু তেওঁৰ পৰিয়াল৷ সম্প্ৰতি পালি হিলৰ এটা বিলাসী বাংলো ভাড়াত লৈছে শ্বাহৰুখে৷ কিন্তু হঠাৎ কিয় মন্নতৰ পৰা বিদায় লৈছে শ্বাহৰুখ আৰু তেওঁৰ পৰিয়ালে?

বলীউড সূত্ৰৰ খবৰ অনুসৰি মন্নতৰ অন্দৰসজ্জা সলনি কৰা হ’ব৷ সেই সংক্ৰান্ততেই ঘৰৰ কাম আৰম্ভ হ’ব৷ কাম কৰি থকাৰ সময়ত ঘৰত থকাত অসুবিধা হ’ব বাবেই সেই ঘৰ এৰিছে শ্বাহৰুখ পৰিয়ালে৷ আগন্তুক মে মাহৰ পৰা আৰম্ভ হ’ব মন্নতত কাম৷ মন্নতত আৰু দুটি তলা যোগ কৰা হ’ব৷ ইয়াৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা গৌৰী খানে অনুমতিও লৈছে৷

যিমানদিন মন্নতত কাম চলিব সিমানদিনলৈ পালি হিলৰ ঘৰতেই থাকিব শ্বাহৰুখ গৌৰী আৰু তেওঁলোকৰ তিনি সন্তান৷ পালি হিলত ভাড়ালৈ লোৱা ৪মহলীয়া বিশেষ ঘৰটোৰ বাৰ্ষিক ভাড়া ২.৯০ কোটি বুলিও জনাইছে সূত্ৰটোৱে৷ শ্বাহৰুখে মন্নতত নথকাৰ খবৰক লৈ ভাঙি পৰিছে অনুৰাগী৷ প্ৰায়েই মন্নতৰ ছাদত অনুৰাগীক দেখা দিয়ে শ্বাহৰুখে৷ এতিয়াৰে পৰা আৰু বহু দিনলৈ শ্বাহৰুখক মন্নতত নেদেখিব অনুৰাগীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড'ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.