• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

1 year ago
সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

5 hours ago
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

5 hours ago
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

6 hours ago
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

6 hours ago
ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

ধৰ্মেন্দ্ৰ প্ৰধান আঁতৰিল! এইবাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী CJPৰ

7 hours ago
‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

‘ভয়ংকৰ ভাবুকিৰে বিজেপিত যোগদানৰ বাবে হেঁচা দিয়া হৈছিল’

8 hours ago
CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

CJPক তীব্ৰ সমালোচনা কৰি বলীউডৰ এইজন অভিনেতাই ক’লে-‘নৰেন্দ্ৰ মোদীৰ বিষ্ণুৰ অৱতাৰ’

8 hours ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

10 hours ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

11 hours ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

11 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

13 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড'ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?

editor by editor
February 26, 2025
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
চৰকাৰী ভ্ৰমণসূচীৰে উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱালৈ বৈদেশিক ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, কি কি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মন্ত্ৰী মাৰ্ঘেৰিটাই?
0
SHARES
177
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ২৮ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ চৰকাৰী কাৰ্যসূচী লৈ উৰুগুৱে, বাহামাছ, বাৰ্বাড’ছ আৰু নিকাৰাগুৱা ভ্ৰমণ কৰিব। মন্ত্ৰীগৰাকীয়ে ১ মাৰ্চত উৰুগুৱেৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি য়ামাণ্ডু ওৰ্চিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। যোৱা বছৰৰ নৱেম্বৰত গায়ানাত অনুষ্ঠিত ২য় ভাৰত-কাৰিকম শীৰ্ষ সন্মিলনৰ সময়ছোৱাত ভাৰত আৰু বাহামাছৰ প্ৰধানমন্ত্ৰীৰ মাজত হোৱা আলোচনাৰ পৰৱৰ্তী পদক্ষেপ হ’ব মন্ত্ৰীগৰাকীৰ এই বাহামাছ ভ্ৰমণ।

বাৰ্বাড’ছত মন্ত্ৰীগৰাকীয়ে ২০২৪ চনৰ নৱেম্বৰত সফলতাৰে অনুষ্ঠিত ভাৰত-কাৰিকম শীৰ্ষ সন্মিলন আৰু তাৰ ঠিক পিছতে অনুষ্ঠিত দুয়ো দেশৰ প্ৰধানমন্ত্ৰীৰ বৈঠকৰ পিছৰ দ্বিপাক্ষিক সম্পৰ্কক পৰ্যালোচনা কৰাৰ উপৰিও সেই সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ঘোষণা কৰা ‘Honorary Order of Freedom of Barbados’ শীৰ্ষক সন্মানজনক বঁটাটি প্ৰধানমন্ত্ৰীৰ হৈ গ্ৰহণ কৰিব। ভ্ৰমণসূচীৰ অন্তিম পৰ্বত মন্ত্ৰীগৰাকীয়ে নিকাৰাগুৱা ভ্ৰমণ কৰিব য’ত তেওঁ গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণেই হ’ব নিকাৰাগুৱালৈ প্ৰথমগৰাকী ভাৰতীয় বিদেশ মন্ত্ৰীৰ ভ্ৰমণ। উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ এই চাৰি ৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত, তেওঁ বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ সৈতে বৈঠকত ভাগ লোৱাৰ উপৰি দেশসমূহৰ শীৰ্ষ ৰাজনৈতিক, ব্যৱসায়িক তথা ঔদ্যোগিক নেতৃত্ব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত-বিনিময় কৰাৰ লগতে দ্বিপাক্ষিক উন্নয়ন অংশীদাৰী প্রকল্পসমূহো পৰিদৰ্শন কৰিব।

মন্ত্ৰীগৰাকীয়ে যাত্ৰাপথত ২৭ ফেব্ৰুৱাৰীত ব্ৰাজিলৰ ছাও পাওলোত ক্ষন্তেকৰ বাবে জিৰণি লোৱাৰ সময়ত এক ব্যৱসায়িক গোষ্ঠীসমূহৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে ভাৰত আৰু সংশ্লিষ্ট দেশসমূহৰ মাজৰ উষ্ম, বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সহযোগিতাৰ নতুন ক্ষেত্ৰৰ দুৱাৰ মুকলি হ’ব বুলি আশা কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?
জীৱনশৈলী

সকলো হোটেলতে কিয় ব্যৱহাৰ কৰা হয় কেৱল বগা বিচনা চাদৰ?

July 30, 2026
মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং
বিনোদন

মৰ্কেলক ছুপাৰ কিঙছৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব, ইংলেণ্ডৰ প্ৰশিক্ষকৰ দায়িত্বত ষ্টিফেন ফ্লেমিং

July 30, 2026
অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ
উত্তৰ-পূব

অসম তথা উত্তৰ পূবৰ বান পৰিস্থিতিক লৈ মোদীক সাক্ষাৎ সাংসদৰ দলৰ

July 30, 2026
বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?
অপৰাধ

বাছ চালকৰ ঘৰত উদ্ধাৰ ১৫ কেজি সোণসহ ২৮ কোটি টকা?

July 30, 2026
Next Post
কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

কাইলৈ মীনত প্ৰৱেশ কৰিব বুধে, কোটিপতি হোৱাৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

ভ্ৰাম্যমাণত অভিনয় কৰি থকাৰ মাজতে আহিল দুঃখবৰ, মাতৃহাৰা হ’ল অভিনেতা মৃদুল ভূঞা

ভ্ৰাম্যমাণত অভিনয় কৰি থকাৰ মাজতে আহিল দুঃখবৰ, মাতৃহাৰা হ’ল অভিনেতা মৃদুল ভূঞা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.