• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…

পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…

4 years ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

6 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

6 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

6 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

6 hours ago
Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

Post Office Schemes: কেৱল সুতৰ পৰাই পাওক ৫ লাখ টকা! ডাকঘৰৰ এই আঁচনিয়ে কৰিব মালামাল!

7 hours ago
সুৰক্ষিত কৰক আপোনাৰ কন্যাৰ ভৱিষ্যৎ, আজিয়েই কৰক বিনিয়োগ!

১০ লাখৰ FD নে ১০ হাজাৰৰ RD? ১০ বছৰৰ পিছত কোনে বেছি ৰিটাৰ্ণ পাব জানক

8 hours ago
জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

জন্নত নচিব কৰক… জনসমুদ্ৰত পৰিণত ছিদ্দিক আহমেদৰ শেষ যাত্ৰা

10 hours ago
UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

UPI Payment: ইণ্টাৰনেট অবিহনে কৰক UPI পেমেণ্ট! RBI আগবঢ়াইছে নতুন সেৱা

10 hours ago
Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

Ghugni English Name: আপুনি জানেনে ইংৰাজীত ঘুগুনিক কি বুলি কয়? ৯৯% লোকে নোৱাৰে শুদ্ধ উত্তৰ

11 hours ago
social media

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

11 hours ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

12 hours ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…

editor by editor
February 11, 2023
in চিনেমা, জীৱনশৈলী, বিনোদন, ভাৰত
0
পাঠান সফল! মুম্বাইৰ অভিজাত এলেকাত ঘৰ ক্ৰয় শ্বাহৰুখৰ মেনেজাৰৰো…
0
SHARES
8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বক্স অফিচত পাঠানৰ খলকনি এতিয়াও আছে। ৪ বছৰৰ অন্তত শ্বাহৰুখে এখন চিনেমা উপহাৰ দিছে অনুৰাগীক। ছবিখনৰ সফলতাৰ লগে লগেই লক্ষ্মীৰ আগমন ঘটিছে পাঠানৰ সমগ্ৰ টীমটোৰ হাতলৈকে। পাঠানৰ সফলতাৰ মাজতেই শ্বাহৰুখৰ মেনেজাৰ পূজা দাদলানিয়ে নতুন ঘৰ ক্ৰয় কৰাৰ খবৰ এতিয়া ভাইৰেল হৈ পৰিছে।

মুম্বাইৰ বান্দ্ৰাৰ অভিজাত এলেকাত ঘৰ ক্ৰয় কৰিছে পূজাই। ইনষ্টাগ্ৰামত নতুন ঘৰৰ ফটো শ্বেয়াৰ কৰিছে পূজাই। বৃহস্পতিবাৰে পূজাৰ নতুন ঘৰত উপস্থিত হৈছিল শ্বাহৰুখ গৌৰীকে ধৰি তেওঁলোকৰ পূত্ৰ আৰিয়ানো। পূজা কেৱল শ্বাহৰুখৰ মেনেজাৰেই নহয়। বহুদিন শ্বাহৰুখৰ সৈতে একেলগে কাম কৰা হেতুকে পূজাৰ সৈতে শ্বাহৰুখৰ পৰিয়ালৰ আছে এক ঘনিষ্ঠ সম্পৰ্কও। খান পৰিয়ালৰ সৈতে প্ৰায় প্ৰতিসময়তে একেলগে থাকে পূজা।

২০১২ চনৰ পৰাই শ্বাহৰুখৰ মেনেজাৰ হিচাপে কাম কৰি আহিছে পূজাই। বহুতেই শ্বাহৰুখৰ মেনেজাৰক চিনি পোৱা নাছিল যদিও ২০২১ চনত বিশেষভাৱে চৰ্চাত আহে পূজা। শ্বাহৰুখৰ পুত্ৰ আৰিয়ান খানে ড্ৰাগছৰ গোচৰত কাৰাগাৰলৈ যোৱাৰ সময়ত খান পৰিয়ালৰ সৈতে ছাঁৰ দৰে আছিল পূজা। পূজাক যথেষ্ট ভৰষাও কৰে শ্বাহৰুখে। আৰিয়ানক কাৰাগাৰৰ পৰা উলিওৱাৰ বাবে সকলো দায়িত্ব পূজাৰ ওপৰতেই এৰি দিছিল শ্বাহৰুখে। কৰ্টৰ আটাইকেইটা শুনানিৰ সময়তে পূজাই উপস্থিত হৈছিল কৰ্টত।

উল্লেখ্য যে পূজাই নতুন ঘৰ ক্ৰয় কৰাৰ পাছতেই শ্বাহৰুখৰ পৰিয়ালে তেওঁৰ সুখৰ মুহূৰ্তখিনি ভগাই ল’বলৈকে তেওঁৰ ঘৰত উপস্থিত হৈছে। বান্দ্ৰাত পূজাই ক্ৰয় কৰা নতুন ঘৰৰ ভিতৰৰ সাজ-সজ্জাও চকুত লগা। শ্বাহৰুখৰ পত্নী গৌৰীয়েই ডিজাইন কৰিছে পূজাৰ ঘৰৰ ভিতৰভাগ। গৌৰীয়ে সজাই তোলা ঘৰৰ ভিতৰভাগৰ ফটো শ্বেয়াৰ কৰি পূজাইয়ো ইনষ্টাগ্ৰাম পষ্টত লিখিছে, ‘মোৰ এই ইটা-শিলৰ এই ঘৰটোক সপোনপুৰীলৈ ৰূপান্তৰ কৰিছে গৌৰীয়ে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

September 13, 2026
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 13, 2026
social media
জীৱনশৈলী

Workplace Jealousy: অফিচৰ ঈৰ্ষা কৰা সহকৰ্মীৰ পৰা সাৱধান! লক্ষণসমূহ দেখিলেই আঁতৰি থাকক

September 13, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
Next Post
‘কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো’…আকৌ কাৰাগাৰলৈ অখিল গগৈ!

'কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো’...আকৌ কাৰাগাৰলৈ অখিল গগৈ!

আৰক্ষী আৰু মেজিক ড্ৰাইভাৰৰ মাজত হতাহতি! মেজিক চালকে প্ৰহাৰ কৰিলে মহানগৰ আৰক্ষীক

আৰক্ষী আৰু মেজিক ড্ৰাইভাৰৰ মাজত হতাহতি! মেজিক চালকে প্ৰহাৰ কৰিলে মহানগৰ আৰক্ষীক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.