• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

7 months ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

10 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

36 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

5 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ

editor by editor
September 16, 2025
in জীৱনশৈলী
0
শনি-বুধৰ প্ৰতিযুতি ৰাজযোগত কঁপিব বিশ্বব্ৰহ্মাণ্ড! তিনি ৰাশিৰ ভাগ্য সলনি হ’ব, পূজাৰ পূৰ্বে কোটিপতি হোৱাৰ সুযোগ
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাশি নক্ষত্ৰ পৰিবৰ্তন অত্যন্ত গুৰুত্বপূৰ্ণ৷ কেতিয়াবা কেতিয়াবা গ্ৰহৰ সংযোগত বিশেষ যোগ তৈয়াৰ হয় যিয়ে ১২ ৰাশিৰ জীৱনত শুভ অশুভ প্ৰভাৱ পেলায়৷ শীঘ্ৰেই শনি আৰু বুধৰ প্ৰতিযুতি ৰাজযোগত তিনি ৰাশিৰ জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহিব৷ বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিশীল গ্ৰহ শনিয়ে প্ৰতি আঢ়ৈ বছৰত ৰাশি পৰিবৰ্তন কৰে৷ ১২ ৰাশিৰ এটা পূৰ্ণ চক্ৰ সম্পন্ন কৰিবলৈ শনিদেৱৰ প্ৰায় ৩০ বছৰ সময় লাগে৷ অন্যহাতে সৌৰমণ্ডলৰ সকলোতকৈ সৰু গ্ৰহ হৈছে বুধ৷ জ্যোতিষশাস্ত্ৰত গ্ৰহৰ ৰাজকুমাৰ বুধক তীক্ষ্ণ বুদ্ধি, বিবেক আৰু যৌক্তিক ক্ষমতাৰ কাৰক বুলি ধাৰণা কৰা হয়৷ প্ৰতি ১৫ দিনৰ অন্তৰে অন্তৰে বুধে ৰাশি পৰিবৰ্তন কৰে৷

কাইলৈ ১৭ ছেপ্টেম্বৰত আছে শনি আৰু বুধৰ প্ৰতিযুঁটি দৃষ্টি৷ বুধবাৰৰ নিশা ১১ বাজি ১৫ মিনিটত শনি আৰু বুধে এটাই আনটোৰ ওপৰত ১৮০ ডিগ্ৰী কোণত অৱস্থান কৰিছে৷ এই দুটা গ্ৰহৰ এটাই আনটোৰ বিশেষ অৱস্থানত থকাৰ প্ৰতিযুঁটি দৃষ্টি যোগ তৈয়াৰ কৰিব৷ এই শক্তিশালী যোগে জীৱনলৈ স্থায়ী সাফল্য, সমৃদ্ধি আৰু কৰ্মৰ ফল প্ৰদান কৰে৷ এই দুই গ্ৰহৰ যুঁটিত শীঘ্ৰেই সৌভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব সেইসমূহ ৰাশিৰ জীৱন৷ আপুনিও আছেনে তালিকাত?

মিথুন ৰাশি

শনি বুধৰ প্ৰভাৱত মিথুন ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে বৃহৎ বিনিয়োগ কৰিব পাৰে৷ লটাৰী জয়ৰ যোগ আছে৷ সমাজত সুখ্যাতি অৰ্জন কৰিব পাৰে৷ বহুদিন ধৰি কোনো কাম ৰৈ থাকিলে এইবাৰ শেষ কৰিব পাৰিব৷ দাম্পত্যত সমস্যা দূৰ হব৷ সন্তানৰ স্বাস্থ্যক লৈ চিন্তা কমিব৷

তুলা ৰাশি

প্ৰতিযুটি যোগে তুলা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুদিন উভতাই আনিব৷ আৰ্থিক পৰিস্থিতি বহু বেছি সুৰক্ষিত হব৷ শ্বেয়াৰ বজাৰত অৰ্থ লগ্নি কৰিলে ভৱিষ্যতে লাভ পাব৷ শিক্ষা কিংবা গৱেষণাৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতি কৰিব৷ আধ্যাত্মিক ধাৰণাত বিশ্বাস বাঢ়িব৷ নতুন কোনো কামৰ সৈতে যুক্ত হ’ব পাৰে৷ প্ৰেমজীৱনত সুখ থাকিব৷ আয়-ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয় কৰিব পাৰে৷

মীন ৰাশি

বুধ আৰু শনিৰ চলনত মীন ৰাশিৰ অৰ্থভাগ্য সলনি হব৷ বহু দিন ৰৈ থকা টকা পাব পাৰে৷ ডাঙৰ বিনিয়োগ কৰিলে লাভৱান হব৷ যিকোনো কামত সাফল্যৰ যোগ আছে৷ ঋণৰ বোজা কমিব৷ সন্তানৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত কামৰ অনুকূল পৰিবেশ থাকিব৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ পৰিয়ালত মাটি সম্পত্তি সংক্ৰান্তিয় সমস্যা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

Apollo Tyres টিম ইণ্ডিয়াৰ নতুন জাৰ্ছি স্পনছৰ, Dream11তকৈয়ো বেছি টকা পাব BCCIয়ে?

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.