• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

12 months ago
১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

1 minute ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

23 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

22 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি

editor by editor
September 17, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
বিশ্বকৰ্মা পূজাত সূৰ্যৰ গোচৰত খুলিব কঁপাল! হাতলৈ আহিব ধন সম্পত্তি, শেষ হ’ব কষ্টৰ জীৱন, সুখী হ’ব এই ৫ ৰাশি
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৭ ছেপ্টেম্বৰ বুধবাৰে বিশ্বকৰ্মা পূজা৷ আহিন মাহৰ প্ৰথম দিনাই পূজিত হয় বিশ্বকৰ্মা৷ ধাৰণা কৰা হৈছে ভক্তিভাৱেৰে আৰাধনা কৰিলে বিশ্বকৰ্মাৰ আশীৰ্বাদ থাকে ভক্তৰ ওপৰত৷ এই দিনটো জ্যোতিষশাস্ত্ৰৰ দিনৰ পৰাও অত্যন্ত গুৰুত্বপূৰ্ণ৷

আজি সূৰ্যদেৱৰ ৰাশি পৰিবৰ্তন কৰিব৷ বুধবাৰে সূৰ্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ জ্যোতিষশাস্ত্ৰত যি কোনো গ্ৰহৰ স্থান পৰিবৰ্তনৰ বিশেষ গুৰুত্ব আছে৷ ঠিক যেনেকৈ সূৰ্যৰ গোচৰৰ গুৰুত্ব অপৰিসীম৷ সৌৰজগতৰ ৰজা সূৰ্যই স্থান পৰিবৰ্তন কৰিলে তাৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত পৰে৷ ৯ টা গ্ৰহৰ মাজত সূৰ্যদেৱে বছৰি ১২ বাৰ ৰাশি পৰিবৰ্তন কৰে৷ প্ৰতিটো ৰাশিত মোটামুটি এমাহ অৱস্থান কৰে সূৰ্যই৷ এই হিচাপত ১২ ৰাশি চক্ৰক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সূৰ্যৰ ১২ মাহ সময় লাগে৷ সূৰ্যই কন্যা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে কেইবাটাও ৰাশিৰ ভাগ্য সূৰ্যৰ দৰে উজ্জ্বল হব৷ গ্ৰহৰাজৰ গোচৰ ৫ ৰাশিৰ বাবে শুভ হব৷ অৰ্থ সাফল্যৰে ভৰিব এইকেইটা ৰাশিৰ জীৱন৷ আপুনিও তালিকাত আছেনে?

বৃষ ৰাশি

সূৰ্যৰ গোচৰ বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে লাভজনক হব৷ যিকোনো কামত উৎসাহ আৰু ভৰপুৰ এনাৰ্জি থাকিব৷ ধৰ্ম সম্পৰ্কিত কোনো বিষয়ৰ ওপৰত আগ্ৰহ বাঢ়িব৷ সৃজনশীল কামৰ সৈতে যুক্ত ব্যক্তিয়ে উন্নতিৰ সুযোগ পাব৷ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ চাকৰিত বদলি হব পাৰে৷ দৰমহা বঢ়াৰো সম্ভাৱনা আছে৷

মিথুন ৰাশি

সূৰ্যৰ ঘৰ সলনি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হব৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ কেৰিয়াৰত যি কোনো পদক্ষেপত পৰিয়ালক কাষত পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ অফিচত নতুন দায়িত্ব পাব পাৰে৷ সহকৰ্মীসকলৰ সহযোগিতাত কামৰ পৰিবেশ অনুকূল থাকিব৷

কন্যা ৰাশি

সূৰ্যৰ গোচৰে কন্যা ৰাশিৰ আৰ্থিক পৰিস্থিতি সুৰক্ষিত কৰিব৷ চাকৰিত কৰ্মকৰ্তাসকলৰ সহায়তা পাব৷ কেৰিয়াৰত উন্নতিৰ পথ খুলিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ যিসকলে নতুন বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে এই সময় অনুকূল৷ পৰিয়ালত সুখ শান্তি থাকিব৷

বৃশ্চিক ৰাশি

সূৰ্যৰ ৰাশি পৰিবৰ্তনে বৃশ্চিক ৰাশিৰ সুদিন ঘূৰাই আনিব৷ সম্পত্তিৰ পৰা আয় বৃদ্ধি পাব৷ পৰিয়ালত কাৰোবাৰ সৈতে মনোমালিন্য থাকিব৷ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি ললে সফল হব৷ সন্তানৰ দুশ্চিন্তা কমিব৷

ধনু ৰাশি

সূৰ্যৰ গোচৰ শিক্ষামূলক কিংবা সৃজনশীল কামত সাফল্য কঢ়িয়াই আহিব৷ পাৰিবাৰিক জীৱনত সুখী হব৷ নতুন গাড়ী ক্ৰয়ৰ পৰিকল্পনা বাস্তবায়িত হব পাৰে৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ ইতিবাচক খবৰ পাৰে৷ আত্মবিশ্বাসৰ সৈতে কাম কৰিলে যিকোনো কামত সাফল্যৰ যোগ আছে৷ পৰিয়ালৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?
জীৱনশৈলী

১০ ছেপ্টেম্বৰ ২০২৬ৰ ৰাশিফল: কোন ৰাশিৰ দিনটো হ’ব শুভ?

September 9, 2026
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
Next Post
ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ICICI বেংকৰ পৰা ৫ বছৰৰ বাবে ১২ লাখ টকাৰ Personal Loan ল’লে EMI কিমান দিব লাগিব? জানি থওক হিঁচাপ

ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

ATM 'PIN' নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.