• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

9 months ago
মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

22 minutes ago
সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

সূৰ্যবংশী মানেই যেন ক্ৰিকেটৰ পথাৰত ধুমুহাৰ আন এটা নাম

54 minutes ago
উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

উদিত নাৰায়ণ নহয়, এইগৰাকী কণ্ঠশিল্পীয়ে কণ্ঠদানৰ কথা আছিল ‘পাপা কহতে হ্যায়…’ গানটো

1 hour ago
এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ ৮২ ফুট উচ্চতাৰ শ্ৰীৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণত বাধা

2 hours ago
শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

শৰণাৰ্থী শিবিৰৰ পৰা বিশ্বকাপ ফুটবলৰ মঞ্চলৈ, অষ্ট্ৰেলিয়াৰ নতুন নায়ক ইৰানকুণ্ডা

3 hours ago
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

4 hours ago
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

5 hours ago
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

6 hours ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যই লগ এৰিব নেকি আপোনাৰ? ৰাশিফলে দিছে ডাঙৰ ইংগিত!

18 hours ago
সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

সংগীৰ ওচৰত যাবলৈ অনিহা? পাকঘৰৰ এই সামগ্ৰীয়ে বৃদ্ধি কৰিব কামনা!

18 hours ago
ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব  কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

ৰাহুল গান্ধীৰ জন্মদিনত নিৱনুৱা যুৱক-যুৱতীয়ে পাব ডাঙৰ সুযোগ, হ’ব কংগ্ৰেছৰ ‘মহা ৰোজগাৰ মেলা’

19 hours ago
ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

ডাকঘৰৰ কোনবোৰ আঁচনিয়ে দিব সৰ্বাধিক লাভ? নিৰাপদ আৰু সুৰক্ষিত ৰিটাৰ্ণৰ বাবে জানক এই তথ্য

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

ATM 'PIN' নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট

editor by editor
September 17, 2025
in জীৱনশৈলী, প্ৰযুক্তি, বাণিজ্য
0
ATM ‘PIN’ নম্বৰ কি ৰাখিছে? এই সংখ্যাসমূহ PIN নম্বৰ হিচাপে ভুলতো ব্যৱহাৰ নকৰিব, যিকোনো মুহূৰ্ততে খালি হ’ব পাৰে একাউণ্ট
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
ডিজিটেল লেনদেন বা মানিবেগত কেছ ৰখাটো প্ৰায়সংখ্যকেই কমাই দিছে৷ প্ৰায়সংখ্যকেই এতিয়া ঘৰত ধন ৰখাৰ সলনি বেংক একাউণ্টতহে ধন ৰাখে৷ সেয়ে হঠাৎ ধনৰ প্ৰয়োজন হলে বেছিভাগেই বেংকতকৈ ATMৰ পৰা ধন উঠাই লয়৷ কিন্তু ATM ব্যৱহাৰত এতিয়া প্ৰতাৰকৰ সংখ্যা বাঢ়িছে৷ দিনে দিনে ATMৰ পৰা টকা চুৰিৰ সংখ্যাও বাঢ়িছে৷ ATMৰ পিন চুৰি কৰি অন্যৰ টকা তুলি লোৱাৰ দৰে জালিয়াতিৰ অভিযোগো প্ৰায়েই শুনা যায়৷ বহুজনেই এই ধৰণৰ জালিয়াতিৰ ভুক্তভোগী৷
৪ অংকৰ ATMৰ পিন সেয়ে সুৰক্ষিত ৰখাটো প্ৰয়োজন৷ জালিয়াতি কৰিব খোজাসকলে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে৷ সেয়ে আপোনাৰ এটা সৰু ভুলতেই আপুনি ধন হেৰুৱাব পাৰে৷ ATM পিন জানিলে গ্ৰাহকৰ একাউণ্ট সম্পূৰ্ণ খালি যোৱাৰ উদাহৰণ বহু আছে৷ ATM পিন তৈয়াৰ কৰাৰ সময়ত সতৰ্ক হোৱাৰ পৰামৰ্শ দিছে বিশেষজ্ঞই৷ বহু ব্যৱহাৰকাৰীয়ে PIN নম্বৰটো সতৰ্কভাৱে নিৰ্বাচন নকৰে৷ বেছিভাগ ক্ষেত্ৰতেই বহুতে সহজ পিন বাচি লয় যি হেকাৰৰ বাবেও সহজ হৈ পৰে৷
ATMত কোনবোৰ PIN নম্বৰ ব্যৱহাৰ কৰা উচিত নহয়? কোনবোৰ সুৰক্ষিত নহয়, জানি থওক এই প্ৰতিবেদন৷ একেটা সংখ্যাকে বাৰে বাৰে ব্যৱহাৰ কেতিয়াও নকৰিব৷ ধাৰাবাহিক সংখ্যাও ব্যৱহাৰ নকৰিব৷ ই হেকাৰৰ বাবে সহজ৷ উদাহৰণস্বৰূপে ১২৩৪, ১১১১, ২২২২, ৩৩৩৩, ০০০০, ৫৫৫৫ আদি পিন কেতিয়াও নাৰাখিব৷ একেদৰে ওলোটাকৈ ক্ৰমে ৪৩২১, ৫৪৩২ আদি পিন নম্বৰো ব্যৱহাৰ নকৰাটোৱেই শ্ৰেয়৷
ইয়াৰোপৰি জন্ম তাৰিখক PIN নম্বৰ হিচাপে বহুতেই ব্যৱহাৰ কৰে৷ উদাহৰণস্বৰূপে ১৩০৮, ১৫১১ আৰু জন্ম চন ১৯৯৯, ১৯৯৮, ২০০০ ইত্যাদি PIN নম্বৰ হিচাপে ব্যৱহাৰ কৰে৷ বেছিভাগ সময়ত জন্মদিন ছচিয়েল মিডিয়া আৰু অন্যান্য নথিত থাকে সেয়ে এইসমূহ অনুমান কৰা খুবেই সহজ৷ একেধৰণে মোবাইল নম্বৰ, গাড়ীৰ নম্বৰ, আধাৰ নম্বৰ ইত্যাদিও সহজে অনুমান কৰা সম্ভৱ সেয়ে এইসমূহ সুৰক্ষিত নহয়৷ সেয়ে এইসমূহ এৰাই চলা ভাল৷ ছাইবাৰ সুৰক্ষাৰ ৰিপৰ্ট অনুসৰি এইসমূহ হেক কৰিবলৈ কেই ছেকেণ্ডো নালাগে৷
সুৰক্ষিত PIN কেনেকৈ নিৰ্বাচন কৰিব? সুৰক্ষিত PIN নম্বৰ সহজে অনুমান কৰিব নোৱাৰি৷ একে সময়তে আপুনি সহজে মনত ৰাখিব পৰাও হব লাগে এই পিন৷ ইয়াৰবাবে আপুনি পাজোলকৈ সংখ্যাসমূহ পিন হিচাপে দিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ
জীৱনশৈলী

মোবাইলত ভালকৈ টাইপ কৰিব পৰা নাই? সাৱধান আপুনিও হ’ব পাৰে এই ৰোগৰ স্বীকাৰ

June 15, 2026
দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ
অসম

দেউৰী-কাৰ্বি শিপিনী, বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰা শিল্পীসকললৈ সুখবৰ

June 15, 2026
এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ
বিশ্ব

এইবাৰ সমগ্ৰ ‘মধ্য-প্ৰাচ্য’ৰ ৰক্ষকৰ ভূমিকা গ্ৰহণৰ হুংকাৰ ট্ৰাম্পৰ

June 15, 2026
এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বন্ধ হৈ থকা উপাৰ্জনৰ পথ পুনৰ মুকলি হ’ব

June 15, 2026
Next Post
অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

অক্টোবৰত ৪ ৰাশিৰ ঘৰত ধনবৰ্ষণ, বুধৰ দুবাৰ ঘৰ সলনিত ডাবল মুনাফা কোন কোন ৰাশিৰ?

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.