• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

10 months ago
হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

11 hours ago
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

11 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

12 hours ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

13 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

হাইঠা মাটিত পৰিল! হঠাৎ কিয় ভাৰতৰ প্ৰতি নৰম হ’ল ড’নাল্ড ট্ৰাম্প?

14 hours ago
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

14 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

15 hours ago
কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

কিমান সোণৰ অলংকাৰ আছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পত্নীৰ? জানক সদ্য় পদত্যাগী শিক্ষামন্ত্ৰীজনৰ সম্পত্তিৰ পৰিমাণ

16 hours ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

16 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

17 hours ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

18 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে

editor by editor
September 17, 2025
in জীৱনশৈলী
0
স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ, ২৩ ছেপ্টেম্বৰৰ পৰা প্ৰচুৰ অৰ্থ-প্ৰতিপত্তি লাভ কৰিব ৩ ৰাশিয়ে
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৩ ছেপ্টেম্বৰ মঙলবাৰ দেৱীপক্ষৰ মাজতেই ৰাহুৰ ঘৰত প্ৰৱেশ কৰিব মঙলে৷ ২৩ ছেপ্টেম্বৰৰ নিশা ৯ বাজি ৮ মিনিটত স্বাতী নক্ষত্ৰত প্ৰৱেশ কৰিব ৰঙা গ্ৰহ মঙলে৷ স্বাতী নক্ষত্ৰৰ অধিপতি ছায়াগ্ৰহ ৰাহু৷ ৰাহুৰ ঘৰত মঙলৰ গোচৰৰ প্ৰভাৱ দুৰ্গাপূজাৰ ঠিক পূৰ্বে বিশেষ উল্লেখযোগ্য হব৷ জ্যোতিষ অনুসৰি মঙল হৈছে সাহস, ৰক্তপাত আৰু শক্তিৰ কাৰক গ্ৰহ৷ মঙলৰ গোচৰৰ প্ৰভাৱত পূজাৰ সময়তেই দুৰ্দান্ত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক ৰঙাগ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

সিংহ ৰাশি

মঙলৰ প্ৰভাৱত সকলো কামতেই জয়ী হব সিংহ ৰাশিৰ জাতক৷ এই সময়ত আপুনি যি কোনো কামত নিজৰ মন লগাব৷ সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ আৰ্থিক ভাৱে উন্নতি কৰিব৷ পৰিয়ালত সকলোৰে সৈতে ভাল সময় কটাব৷ আত্মবিশ্বাস বাঢ়িব৷ ৰৈ থকা প্ৰজেক্টৰ কাম নতুনকৈ আৰম্ভ কৰিব পাৰে৷ বহু দিনীয়া ইচ্ছা পূৰণ হব পাৰে৷

কন্যা ৰাশি

স্বাতী নক্ষত্ৰত মঙলৰ গোচৰ নানান দিশৰ পৰা লাভৱান হব কন্যা ৰাশিৰ জাতক৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰিব৷ বৃহৎ আৰ্থিক লাভ হোৱাৰো যোগ আছে৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব৷ দাম্পত্য জীৱনত থকা অশান্তি দূৰ হব৷ নতুন ব্যৱসায় আৰম্ভ কৰাৰ পথত এঢাপ অগ্ৰসৰ হব৷ স্বাস্থ্য পূৰ্বতকৈ ভালে থাকিব৷

ধনু ৰাশি

ৰাহুল ঘৰত মঙলৰ প্ৰৱেশৰ ফলত ধনু ৰাশিৰ জাতকৰ জীৱনলৈ নানান পজিটিভ পৰিবৰ্তন আহিব৷ এই সময়ত আপুনি নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷ ব্যৱসায়ত পাৰ্টনাৰৰ সৈতে সম্পৰ্কৰ উন্নতি হব৷ প্ৰেম জীৱন ভালে থাকিব৷ অফিচত আপোনাৰ কামৰ প্ৰশংসা পাব৷ সহকৰ্মীসকলে আপোনাক সকলো বিষয়ত সহায় কৰিব৷ সামাজিক মৰ্যাদা বাঢ়িব৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!
জীৱনশৈলী

হাতলৈ আহিব ধন আঁতৰিব দুখ, এই নিয়মেৰে পিন্ধক কাছ আঙঠি!

July 25, 2026
ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক
জীৱনশৈলী

ওজন নিয়ন্ত্ৰণৰ পৰা ডায়েবেটিছলৈ… এইবিধ পাচলিয়ে সহায় কৰিব আপোনাক

July 25, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

সপোনে মেলিব পোখা! কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ উদয় হ’ব ভাগ্য জানক

July 25, 2026
আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক
জীৱনশৈলী

আপুনি কেনেকৈ প্ৰস্ৰাৱ কৰে? বহি নে থিয় হৈ প্ৰস্ৰাৱ কৰা উচিত জানক

July 25, 2026
Next Post
ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

ছফ্টৱেৰ ব্যৱহাৰ কৰি ডিলিট কৰা হৈছে কংগ্ৰেছৰ ভোটাৰৰ নাম, গুৰুতৰ অভিযোগ তুলি কি কৈছে ৰাহুলে?

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

২১ ছেপ্টেম্বৰত সূৰ্যগ্ৰহণ! কোন ৫ মূল্যাংকৰ বাবে সতৰ্কবাৰ্তা, বাঢ়িব পাৰে ৰোগ, অইন কোন কোন মূল্যাংকৰ লোক সতৰ্ক থাকিব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.